21/03/2026
সমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজলৈ পৱিত্ৰ ঈদ্-উল-ফিতৰৰ আন্তৰিক শুভেচ্ছা জনাইছো। ঈদ হৈছে আনন্দ-ফুৰ্তি তথা মিলা-প্ৰীতিৰ উৎসৱ। আশাকৰোঁ এই পৱিত্ৰ দিনটোৰ জড়িয়তে মানুহৰ অন্তৰত থকা অসূয়া -অশান্তি দূৰ হ'ব লগতে মানুহৰ মাজত শান্তি -সমৃদ্ধি আৰু ভাতৃত্ববোধৰ এনাজৰী ডাল অধিক কটকটীয়া হৈ পৰিব।
15/12/2025
22/01/2025