Najir Ali

Najir Ali If you try, Allah will open the path to arrive at the goal

দ্বিতীয় বিশ্বযুদ্ধৰ পিছত বিশ্বত হোৱা প্ৰতিটো যুদ্ধৰ আৰত হাত আছে  #আমেৰিকাৰ। আমেৰিকাই ধ্বংস কৰিলে আফগানিস্তানক, ইৰাকক, ছ...
04/01/2026

দ্বিতীয় বিশ্বযুদ্ধৰ পিছত বিশ্বত হোৱা প্ৰতিটো যুদ্ধৰ আৰত হাত আছে #আমেৰিকাৰ। আমেৰিকাই ধ্বংস কৰিলে আফগানিস্তানক, ইৰাকক, ছিৰিয়াক, গাজাক, ইউক্ৰেইনক; আৰু লগতে বহুতো দেশক ধ্বংসৰ পথলৈ টানি আছে। ই নিঃসন্দেহে বিশ্বৰ সৰ্বোচ্চ সন্ত্ৰাসবাদী, বিশেষকৈ #ট্ৰাম্প প্ৰশাসন।

The first  -origin and the first    Mayor of the biggest city of USA, New York. Zohran Kwame Mamdani  🎉 from Assam. And ...
04/01/2026

The first -origin and the first Mayor of the biggest city of USA, New York. Zohran Kwame Mamdani

🎉 from Assam. And for wearing a tie made from Assam’s traditional Eri silk at his New York City mayoral inauguration.

সাৱধান, এইটো ঘটনাৰ লগত শ্বেখ হাছিনাক তুলনা নকৰিব। কিয়নো তেওঁলোকৰ প্ৰেম ১৯৭১ চনৰ আগৰ পৰা
04/01/2026

সাৱধান, এইটো ঘটনাৰ লগত শ্বেখ হাছিনাক তুলনা নকৰিব। কিয়নো তেওঁলোকৰ প্ৰেম ১৯৭১ চনৰ আগৰ পৰা

(Qur'an 62:5)__“ যিসকলক তাওৰাতৰ দায়িত্বভাৰ দিয়া হৈছিল, কিন্তু সিহঁতে ইয়াক বহন কৰা নাছিল। সিহঁতৰ উদাহৰণ হৈছে- গাধৰ দৰে! য...
04/01/2026

(Qur'an 62:5)__
“ যিসকলক তাওৰাতৰ দায়িত্বভাৰ দিয়া হৈছিল, কিন্তু সিহঁতে ইয়াক বহন কৰা নাছিল। সিহঁতৰ উদাহৰণ হৈছে- গাধৰ দৰে! যিয়ে বহু কিতাপৰ বোজা বহন কৰে। কিমান যে নিকৃষ্ট সেই সম্প্ৰদায়ৰ দৃষ্টান্ত যিহঁতে আল্লাহৰ আয়াতসমূহক মিছা বুলি অমান্য কৰে; আৰু আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে। ”

The word "Entrust" here stands for reading, understand, memorising the Torah and acting upon it. But the Children of Israel/Jacob during Prophet Moses (peace be upon him) did not do so, but used to misspread it distorting its meaning. Similar to a donkey who, though, carries volumes of books but can neither understand nor read nor act upon it.

_This verse contains universal moral lesson which messages to us that carrying luxurious religious Books without understanding and acting upon it is meaningless_

Undoubtedly. Muslims are inseparable part of Assam. As history testifies, Muslims came to Assam from 7th-8th century (Ah...
01/01/2026

Undoubtedly. Muslims are inseparable part of Assam. As history testifies, Muslims came to Assam from 7th-8th century (Ahom: 1228 CE) as Arab Muslim traders. The Bengali Speaking Muslims, as cultivator and for some other reasons, their Migration from Greater Bengal to Assam (within a same country, Undivided India) mainly started from (approx.) 1870 and happened till India got independence

30/12/2025

বাংলাদেশ already destroyed. তেওঁলোকক আৰু বেলেগে কি destroy কৰিব? বাংলাদেশে officially ভাৰত-আক্ৰমণাত্মক কথা নহয়।
আনহাতে চীনে officially অৰুণাচল প্ৰদেশক দাবী কৰাৰ লগতে তেওঁলোকৰ মানচিত্ৰতো সংযুক্ত কৰি দিছে। অথচ আমাৰ অন্ধভক্তসকলে যেন গমেই নাপায়

(Surah Al-Asr)__1. সময়ৰ শপত,2. নিশ্চয় মানুহ ক্ষতিগ্ৰস্থতাত নিপতিত,3. কিন্তু তেওঁলোকৰ বাহিৰে যিসকলে বিশ্বাস স্থাপন কৰিছে ...
30/12/2025

(Surah Al-Asr)__

1. সময়ৰ শপত,
2. নিশ্চয় মানুহ ক্ষতিগ্ৰস্থতাত নিপতিত,
3. কিন্তু তেওঁলোকৰ বাহিৰে যিসকলে বিশ্বাস স্থাপন কৰিছে আৰু সৎকাম কৰিছে, লগতে (যিসকলে) পৰস্পৰক সত্যৰ উপদেশ দিয়ে আৰু ধৈৰ্য ধাৰণ কৰিবলৈ উৎসাহ দিয়ে।

“ Describe the atrocities committed against Muslims in India ” — questioned by Pro. Dr. Virendra Balaji Shahare in an ex...
27/12/2025

“ Describe the atrocities committed against Muslims in India ” — questioned by Pro. Dr. Virendra Balaji Shahare in an exam in Jamia Millia Islamia.

It's absolutely a practical-based question asked ever

The message to the world from this debate is that it became more peaceful than a conversation between two close friends,...
25/12/2025

The message to the world from this debate is that it became more peaceful than a conversation between two close friends, which make me remembered a verse of the Qur'an-

“ তুমি তোমাৰ প্ৰতিপালকৰ পথত মানুহক আহ্বান কৰা হিকমত আৰু সদুপদেশৰ দ্বাৰা আৰু সিহঁতৰ লগত উত্তম পন্থাত তৰ্ক কৰিবা। নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই ভালদৰে জানে কোনে তেওঁৰ পথৰ পৰা বিভ্ৰান্ত হৈছে, আৰু কোনে সৎপথত পৰিচালিত হৈছে সেইটোও তেওঁ ভালকৈ জানে। ” (কোৰআন ১৬:১২৫)

Debate link: https://www.youtube.com/live/pythOMyPcHw?si=rGMH71i2vZZrTiqb

Celebrating End of Semester Exam with Maggi 😋 😋 in my room in Guwahati
20/12/2025

Celebrating End of Semester Exam with Maggi 😋 😋 in my room in Guwahati

The things/money spend wastefully can be donated to the needy and poor. Allah is testing one giving him property making ...
20/12/2025

The things/money spend wastefully can be donated to the needy and poor. Allah is testing one giving him property making rich.


Surah Israa__
26. আৰু আত্মীয় স্বজনক সিহঁতৰ প্ৰাপ্য প্ৰদান কৰা লগতে অভাৱগ্ৰস্ত আৰু মুছাফিৰসকলকো দান কৰা আৰু কেতিয়াও অপব্যয় নকৰিবা।
27. নিশ্চয় অপব্যয়কাৰীসকল চয়তানৰ ভাই আৰু চয়তান তাৰ প্ৰতিপালকৰ প্ৰতি বৰ অকৃতজ্ঞ।

Address

Anuradha
Gauhati
781021

Website

Alerts

Be the first to know and let us send you an email when Najir Ali posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category