SCC Assam Official

SCC Assam Official Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from SCC Assam Official, Education Website, Guuhati, Guwahati.

SCC Assam is
A State Level Educational Voluntary Youth Sports Organisation of Assam Run- SSS &VA, Recognised by- Fit India Movement, Ministry of MSME, QCCI Certified.

29/09/2026

অন্যান্য জিলাৰ সমান্তৰালকৈ দৰং জিলাতো এছ চি চি ৰ সাপ্তাহিক প্ৰশিক্ষণ কাৰ্য্যসূচী অব্যাহত আছে।
SCC Assam Official
fans
Scc Darrang Udalguri

28/09/2026

এছ চি চি অসম ৰাজ্যিকৰ উদ্যোগত সকলো জিলাৰ সমান্তৰালকৈ নগাঁও জিলাতো প্ৰতি সপ্তাহত প্ৰশিক্ষণ কাৰ্য্যসূচীৰ দ্বাৰা অব্যাহত ৰাখিছে।

SCC Assam Official
SCC ASSAM
SCC-Nagaon

23/09/2026

কিছু স্মৃতি সাঁচি ৰাখিলোঁ।
SCC Assam Official
SCC ASSAM

যাদুকৰী কন্ঠেৰে কেইবা দশকজুৰি কোটি কোটি জনতাৰ হৃদয় দখল কৰি ৰখা প্ৰাণৰ শিল্পী, অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰথম স...
19/09/2026

যাদুকৰী কন্ঠেৰে কেইবা দশকজুৰি কোটি কোটি জনতাৰ হৃদয় দখল কৰি ৰখা প্ৰাণৰ শিল্পী, অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰথম স্মৃতি দিৱসত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। জুবিন গাৰ্গৰ অমৰ সৃষ্টিৰাজিৰ জড়িয়তে যুগ-যুগলৈ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ তেখেত আমাৰ হৃদয়ত প্ৰৱাহিত হৈ থাকিব।



আজি ৰাজ্যিক পৰ্যায়ৰ শিক্ষামূলক স্বেচ্ছাসেৱী যুৱ ক্ৰীড়া অনুষ্ঠান ষ্টুডেণ্ট কেডেট কৰ্পছ (এছ চি চি) অসম ৰাজ্যিক সমিতিয়ে ...
11/09/2026

আজি ৰাজ্যিক পৰ্যায়ৰ শিক্ষামূলক স্বেচ্ছাসেৱী যুৱ ক্ৰীড়া অনুষ্ঠান ষ্টুডেণ্ট কেডেট কৰ্পছ (এছ চি চি) অসম ৰাজ্যিক সমিতিয়ে নগাঁও জিলাৰ সন্মানীয় নৱ নিযুক্ত জিলা আয়ুক্ত শ্ৰী আৰণ্য শইকীয়া ডাঙৰীয়াক এছ চি চি অসম ৰাজ্যিকৰ সভাপতিৰ নেতৃত্বত এটি দলে সাক্ষাৎ লাভ কৰি শুভেচ্ছা জ্ঞাপন কৰে লগতে লগতে এছ চি চি অসমৰ পৰা সম্বৰ্ধনাও জ্ঞাপন কৰে।

SCC Assam Official
SCC ASSAM
Nagaon District Administration

জন্ম শতবৰ্ষত সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱলৈ সশ্ৰদ্ধ প্ৰণাম৷আজি জন্ম শতবৰ্ষিকীত ভাৰতৰত্ন ড° ভুপেন হাজৰিকাদেৱলৈ গভীৰ শ্ৰদ...
08/09/2026

জন্ম শতবৰ্ষত সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱলৈ সশ্ৰদ্ধ প্ৰণাম৷

আজি জন্ম শতবৰ্ষিকীত ভাৰতৰত্ন ড° ভুপেন হাজৰিকাদেৱলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ৷ সময়ৰ সিপাৰে গুচি গ’লেও তেখেতৰ কণ্ঠ সময়ৰ মাজতেই ৰৈ থাকিব চিৰদিন, চিৰকাল৷

06/09/2026

SCC Assam Official
SCC ASSAM
SCC-Nagaon
State President of SCC Assam
Sabbir Hussain
#

আজি এছ চি চি ৰ কাৰণে এটি গুৰুত্বপূৰ্ণ দিন। এছ চি চি ৰ অসমৰ ৰাজ্যিক সভাপতি মহোদয়ৰ উপস্থিতিত নগাঁও জিলা এছ চি চি ৰ সমিতিৰ ...
05/09/2026

আজি এছ চি চি ৰ কাৰণে এটি গুৰুত্বপূৰ্ণ দিন। এছ চি চি ৰ অসমৰ ৰাজ্যিক সভাপতি মহোদয়ৰ উপস্থিতিত নগাঁও জিলা এছ চি চি ৰ সমিতিৰ বিশেষ উদ্যোগত আজি আনুষ্ঠানিকভাৱে এখন এছ চি চি ইউনিট মুকলি কৰা হয়। উক্ত ইউনিটৰ জৰিয়তে প্ৰায় শ শ শিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰি উপকৃত হব।



05/09/2026

শ্ৰদ্ধাৰ শিক্ষাগুৰুসকললৈ সশ্ৰদ্ধ প্ৰণাম। 🙏
আজি নগাঁও জিলাৰ জাৰামাৰী জাতীয় বিদ্যালয়ত শিক্ষক দিৱস উপলক্ষে আয়োজিত বিশেষ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে এছ চি চি অসমৰ ৰাজ্যিক সভাপতি মহোদয়।


Address

Guuhati
Guwahati
781125

Alerts

Be the first to know and let us send you an email when SCC Assam Official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to SCC Assam Official:

Shortcuts

Share