শ্বহীদ ৰঞ্জিত বৰপূজাৰী ছাত্ৰাবাস,কটন বিশ্ববিদ্যালয়

  • Home
  • India
  • Gauhati
  • শ্বহীদ ৰঞ্জিত বৰপূজাৰী ছাত্ৰাবাস,কটন বিশ্ববিদ্যালয়

শ্বহীদ ৰঞ্জিত বৰপূজাৰী ছাত্ৰাবাস,কটন বিশ্ববিদ্যালয় দীপ্ত সূৰুজে পৰশে সদায়

কটন বিশ্ববিদ্যালয় "বিশ্ববিদ্যালয় সপ্তাহৰ ২০২৪" উপলক্ষে সাংস্কৃতিক শোভাযাত্ৰাত আমি আৱাসৰ পৰা "অসমীয়া যুঁজাৰু" বিষয়ক মূল ব...
28/01/2024

কটন বিশ্ববিদ্যালয়
"বিশ্ববিদ্যালয় সপ্তাহৰ ২০২৪" উপলক্ষে সাংস্কৃতিক শোভাযাত্ৰাত আমি আৱাসৰ পৰা "অসমীয়া যুঁজাৰু" বিষয়ক মূল বিষয় হিচাপে লৈ শোভাযাত্ৰাত অংশগ্ৰহণ কৰোঁ ।

সুন্দৰৰ পূজাৰীক আমি শ্বহীদ ৰঞ্জিত বৰপূজাৰী ছাত্ৰাবাসৰ সমূহ পৰিয়ালে সহশ্ৰদ্ধাৰে সোঁৱৰিলোঁ ।
17/01/2024

সুন্দৰৰ পূজাৰীক আমি শ্বহীদ ৰঞ্জিত বৰপূজাৰী ছাত্ৰাবাসৰ সমূহ পৰিয়ালে সহশ্ৰদ্ধাৰে সোঁৱৰিলোঁ ।

14/01/2024
04/01/2024

সমূহ অসমবাসীলৈ ইংৰাজী নৱবৰ্ষ হিয়াভৰা ওলগ আৰু শুভেচ্ছা জনালোঁ । সকলোৰে মঙ্গল হওক ।

শ্বহীদক স্মৰণ কৰি আমি শ্বহীদ ৰঞ্জিত বৰপূজাৰী ছাত্ৰাবাসে ৰঞ্জিত বৰপূজাৰীৰ বেদীত চাকি জ্বলাই স্মৰণ কৰোঁ ।
10/12/2023

শ্বহীদক স্মৰণ কৰি আমি শ্বহীদ ৰঞ্জিত বৰপূজাৰী ছাত্ৰাবাসে ৰঞ্জিত বৰপূজাৰীৰ বেদীত চাকি জ্বলাই স্মৰণ কৰোঁ ।

ঐতিহাসিক অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ আজি মৃত্যু দিন। আন্দোলনত অসমৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত...
10/12/2023

ঐতিহাসিক অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ আজি মৃত্যু দিন। আন্দোলনত অসমৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত বহু অসমীয়া লোকে প্ৰাণ আহুতি দিছিল ।

"শ্বহীদ দিৱস" ৰ আজি পৱিত্ৰ দিনটোত অসম আন্দোলনত আত্মবলিদান দিয়া মহান শ্বহীদ সকলক আমি শ্বহীদ ৰঞ্জিত বৰপূজাৰী ছাত্ৰাবাসে সশ্ৰদ্ধ সোঁৱৰণ কৰি প্ৰণিপাত জনালোঁ ।

অসমীয়া সাহিত্যৰ ধ্ৰুৱ তৰা তথা শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ ছাত্ৰাবাসৰ প্ৰাক্তন আৱাসী প্ৰয়াত হোমেন বৰগোহাঞি ছাৰৰ জন্মবাৰ্ষিকীত...
07/12/2023

অসমীয়া সাহিত্যৰ ধ্ৰুৱ তৰা তথা শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ ছাত্ৰাবাসৰ প্ৰাক্তন আৱাসী প্ৰয়াত হোমেন বৰগোহাঞি ছাৰৰ জন্মবাৰ্ষিকীত আমি আৱাসৰ সমূহ পৰিয়ালে শ্ৰদ্ধাৰে স্মৰণ কৰিলোঁ ।

বৰ অসম গঢ়োঁতা অসম সমাজ গঢ়োঁতা  স্বৰ্গদেউ চাউলুং-ছ্যু-কা-ফা দেৱক শ্ৰদ্ধাৰে সোঁৱৰিলো ।
02/12/2023

বৰ অসম গঢ়োঁতা অসম সমাজ গঢ়োঁতা স্বৰ্গদেউ চাউলুং-ছ্যু-কা-ফা দেৱক শ্ৰদ্ধাৰে সোঁৱৰিলো ।

জাতীয় বীৰ অসমীয়াৰ স্বাভিমান লাচিত বৰফুকনৰ আজি ৪০১ বছৰীয়া জন্ম জয়ন্তী । জন্ম জয়ন্তীৰ পাৰ্ক ক্ষণত তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছ...
24/11/2023

জাতীয় বীৰ অসমীয়াৰ স্বাভিমান লাচিত বৰফুকনৰ আজি ৪০১ বছৰীয়া জন্ম জয়ন্তী । জন্ম জয়ন্তীৰ পাৰ্ক ক্ষণত তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছো । লগতে মাতৃভূমিৰ মৰ্যদা অক্ষুণ্ন ৰক্ষাৰ বৃহৎ স্বাৰ্থত ঐতিহাসিক শৰাইঘাটৰ যুদ্ধত মোগলক পৰাজিত কৰা প্ৰতিগৰাকী বীৰ অসমীয়া সেনানীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ ।

শ্ৰদ্ধাৰ সমূহ অসমবাসীলৈ পোহৰৰ উৎসৱ দীপাৱলীৰ হিয়া ভৰা ওলগ আৰু শুভেচ্ছা জনালোঁ । পোহৰৰ উৎসৱে ৰঙীন কৰক আশাৰ সপোন ।
12/11/2023

শ্ৰদ্ধাৰ সমূহ অসমবাসীলৈ পোহৰৰ উৎসৱ দীপাৱলীৰ হিয়া ভৰা ওলগ আৰু শুভেচ্ছা জনালোঁ । পোহৰৰ উৎসৱে ৰঙীন কৰক আশাৰ সপোন ।

Address

Cotton University. Panbazar, Guwahati.
Gauhati
781001

Telephone

+919707965555

Website

Alerts

Be the first to know and let us send you an email when শ্বহীদ ৰঞ্জিত বৰপূজাৰী ছাত্ৰাবাস,কটন বিশ্ববিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to শ্বহীদ ৰঞ্জিত বৰপূজাৰী ছাত্ৰাবাস,কটন বিশ্ববিদ্যালয়:

Shortcuts

Share

Category