401 No Agyathuri L P School

401 No Agyathuri L P School primary School

14/08/2026

৪০১ নং আজ্ঞাঠুৰী প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হ'ব লগা ৮০ তম্ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত আপোনালোক সকলোৰে উপস্থিতি ও সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ।
ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ সময় : ৰাতিপুৱা ৭ বজা

বছৰটোৰ আৰম্ভণি বুলি ছাত্ৰ ছাত্ৰী সকলক হহুৱালৈ শৈক্ষিক ভ্ৰমণ কৰিবলৈ নিলো।
09/01/2026

বছৰটোৰ আৰম্ভণি বুলি ছাত্ৰ ছাত্ৰী সকলক হহুৱালৈ শৈক্ষিক ভ্ৰমণ কৰিবলৈ নিলো।

মণ্ডল সমল কেন্দ্ৰ পৰ্যায়ত অনুষ্ঠিত হোৱা TLM exibition তএতিয়া ব্লক পৰ্যায়লৈ সাজু হ'ব লাগিব। আৰ্শীবাদ কৰিব।
12/11/2025

মণ্ডল সমল কেন্দ্ৰ পৰ্যায়ত অনুষ্ঠিত হোৱা TLM exibition ত
এতিয়া ব্লক পৰ্যায়লৈ সাজু হ'ব লাগিব। আৰ্শীবাদ কৰিব।

11/08/2025

স্বাধীনতা দিৱস উপলক্ষে অনুষ্ঠিত কৰা কবিতা আবৃত্তি ৰ দৃশ্যাংশ

সকলোৰে উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিলো।
10/08/2025

সকলোৰে উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিলো।

20/03/2024

নতুন শিক্ষা বৰ্ষ ৰ বাবে বিদ্যালয়ত নামভৰ্তি চলি আছে। সকলোকে নিজৰ নিজৰ সন্তানক আমাৰ বিদ্যালয়ত নামভৰ্তি কৰিবলৈ অনুৰোধ জনালোঁ।

বিদ্যালয় সমূহৰ পৰিদৰ্শক মহোদয়ৰ সন্মুখতজিলা আয়ুক্ত ৰ কাৰ্যালয়
01/09/2023

বিদ্যালয় সমূহৰ পৰিদৰ্শক মহোদয়ৰ সন্মুখত
জিলা আয়ুক্ত ৰ কাৰ্যালয়

স্বাধীনতা দিবস উদযাপন
15/08/2023

স্বাধীনতা দিবস উদযাপন

22/05/2023

আজি ঘোষিত পৰীক্ষাত আমাৰ যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী য়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিদ্যালয় তথা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে, সকলোলৈ আমাৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ।

Address

Agyathuri
Gauhati
781104

Opening Hours

9am - 5pm

Telephone

+918638155603

Website

Alerts

Be the first to know and let us send you an email when 401 No Agyathuri L P School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to 401 No Agyathuri L P School:

Shortcuts

Share

Category