ASSAM TET / CTET

ASSAM TET / CTET TET RELATED QUESTIONS AND DISCUSSION

Pay Anomaly সমাধানৰ পথত নেকি? আহিল গুৰুত্বপূৰ্ণ নিৰ্দেশনা১৭ মাৰ্চ, ২০১৭ৰ পিছত নিযুক্ত স্নাতক শিক্ষকসকলৰ দৰমহা বৈষম্য সম্...
18/06/2026

Pay Anomaly সমাধানৰ পথত নেকি? আহিল গুৰুত্বপূৰ্ণ নিৰ্দেশনা
১৭ মাৰ্চ, ২০১৭ৰ পিছত নিযুক্ত স্নাতক শিক্ষকসকলৰ দৰমহা বৈষম্য সম্পৰ্কীয় বিষয়টোত এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা হৈছে। বিদ্যালয় শিক্ষা বিভাগে বিষয়টোৰ বিস্তৃত তথ্য আৰু সম্ভাৱ্য আৰ্থিক প্ৰভাৱৰ প্ৰতিবেদন প্ৰস্তুত কৰাৰ বাবে মাধ্যমিক শিক্ষা সঞ্চালকালয়ক নিৰ্দেশ প্ৰদান কৰিছে।

এই অনুসৰি, মাধ্যমিক শিক্ষা সঞ্চালকালয়ে ৰাজ্যৰ সকলো বিদ্যালয় পৰিদৰ্শকক ৩০ জুন, ২০২৬ৰ ভিতৰত প্ৰয়োজনীয় তথ্যসমূহ জমা দিয়াৰ বাবে অনুৰোধ জনাইছে। এই পদক্ষেপে বিষয়টো নিষ্পত্তিৰ দিশত এক উল্লেখযোগ্য অগ্ৰগতি বুলি বিবেচিত হৈছে
AASGTFয়ে শিক্ষকসকলৰ ন্যায্য অধিকাৰ আৰু দৰমহাৰ বৈষম্য দূৰীকৰণৰ দাবীত নিজৰ সংগ্ৰাম অব্যাহত ৰাখিব। সংগঠনটোৱে চৰকাৰক শীঘ্ৰে এক ন্যায্য আৰু ইতিবাচক সিদ্ধান্ত গ্ৰহণৰ বাবে আহ্বান জনাইছে। All Assam Secondary Graduate Teachers' Forum

✊ "সমান অৰ্হতা, সমান দায়িত্ব, সমান দৰমহা" — এই নীতিৰ বাস্তৱায়নেই আমাৰ লক্ষ্য।

31/03/2026

**Galgotias AI Dog Edition**২০২৬ চনৰ ১৮ ফেব্ৰুৱাৰীত ভাৰত মণ্ডপমত অনুষ্ঠিত India AI Summit-ত Galgotias University-এ এটা A...
23/02/2026

**Galgotias AI Dog Edition**

২০২৬ চনৰ ১৮ ফেব্ৰুৱাৰীত ভাৰত মণ্ডপমত অনুষ্ঠিত India AI Summit-ত Galgotias University-এ এটা AI প্ৰদৰ্শনী ষ্টল দিছিল। তাত তেওঁলোকে এটা AI কুকুৰ প্ৰদৰ্শন কৰিছিল।

প্ৰথমে কোৱা হৈছিল —
👉 “এইটো আমাৰ developed AI dog।”

তাৰ পিছত চীনৰ Unitree Robotics আহি ক’লে —
“ভাই, এইটো তো আমাৰ বনোৱা Unitree Go2 😐”

তাৰ পিছৰ পৰা আৰম্ভ হ’ল ট্ৰ’ল উৎসৱ।

কিন্তু অলপ ভাবি চাইছেনে? 🤔
Galgotias সঁচাকৈ ভুল কৈছিল নেকি?

তেওঁলোকে robot develop কৰা নাছিল…
তেওঁলোকে idea develop কৰিছিল।

ভাবকচোন —
✔️ বহি meeting কৰা
✔️ plan develop কৰা
✔️ online-ত robot বিচৰা
✔️ add to cart চাপা
✔️ payment plan develop কৰা
✔️ speech develop কৰা
✔️ summit-ত থিয় হৈ confidence develop কৰা

এইবোৰ development নহয় নেকি? 😌

আৰু যি ₹350 কোটি খৰচৰ কথা কোৱা হৈছে —
robot-টো মাত্র আঢ়াই লাখ!

তেন্তে বাকী টকা ক’ত গ’ল?

☕ চাহ
🚬 চিগাৰেট
🍪 বিস্কুট
🧠 brainstorming
👕 অনুষ্ঠানৰ outfit
🚗 যাতায়াত
আৰু আটাইতকৈ ডাঙৰ খৰচ — idea develop কৰিবলৈ মানসিক চাপ।

সেয়ে সকলো মিলাই হিচাপ কৰিলে ₹350 কোটি একেবাৰে justified।

সেয়েহে আজিৰ পৰা Galgotias University-ক ট্ৰ’ল কৰা বন্ধ কৰক।
তেওঁলোকে robot develop কৰা নাই…
তেওঁলোকে confidence develop কৰিছে। 😌🔥



যিসকল শিক্ষকে অপেক্ষা কৰি আছিল Transfer ৰ বাবে তেওঁলোকৰ বাবে ভাল খবৰ।Teacher Transfer portal খুলিব আকৌ এবাৰ।
11/02/2026

যিসকল শিক্ষকে অপেক্ষা কৰি আছিল Transfer ৰ বাবে তেওঁলোকৰ বাবে ভাল খবৰ।
Teacher Transfer portal খুলিব আকৌ এবাৰ।

CTET 2026 ৰ Admit  card download কৰিব পাৰিব ।
05/02/2026

CTET 2026 ৰ Admit card download কৰিব পাৰিব ।

  B.Ed✍️.ভাল খবৰ জানুৱাৰী ,২০২৬ ৰ পৰা IGNOU য়ে  B.Ed. প্ৰগ্ৰামৰ নামভৰ্তি আৰম্ভ কৰিব..☺️🙋
30/01/2026

B.Ed

✍️.ভাল খবৰ জানুৱাৰী ,২০২৬ ৰ পৰা IGNOU য়ে B.Ed. প্ৰগ্ৰামৰ নামভৰ্তি আৰম্ভ কৰিব..☺️🙋

Get ready
24/01/2026

Get ready

10/01/2026

Assam Tet cm GT - PGT notification coming soon.

02/01/2026

Assam will become the first state in the country to constitute the 8th State Pay Commission, marking a significant step towards employee welfare and progressive governance.

13/11/2025

Address

122
Gauhati

Website

Alerts

Be the first to know and let us send you an email when ASSAM TET / CTET posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category