Darbaree Sangeet Kanan- Kahilipara Guwahati

Darbaree Sangeet Kanan- Kahilipara Guwahati স্থাপিত ১৯৯৫ চন।
পাঠ্যক্ৰম- ভাটখাণ্ডে সংগীত বিদ্যালয়,লক্ষ্ণৌ। লগতে আধুনিক গীতৰ শিক্ষা।

08/01/2026

অলপতে গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা গ্ৰন্থমেলাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আয়োজন কৰা এটি অনুষ্ঠানত আমাৰ সংগীত বিদ্যালয়ৰ পৰা স্বীকৃতি পোৱা প্ৰতীক্ষা আৰু আয়ুসীয়ে এটি সমবেত গীতত অংশগ্ৰহণ কৰিলে । দুয়োলৈ অভিনন্দন থাকিল।

26/12/2025

যোৱাকালি ২৫-১২-২৫ ত কাহিলিপাৰা শাখা সাহিত্য সভাই আয়োজন কৰা বাৰ্ষিক অধিৱেশনখনিত আমাৰ সংগীত কাননৰ পৰা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ দ্বাৰা ৰচিত আৰু সুৰাৰোপিত এটি কোৰাছ পৰিবেশন কৰা হয়। ইয়াত অংশগ্ৰহণ কৰে ৰোনালী, যশস্বী, প্ৰীতিকংকণা, দেইজী, হৃদয়, দক্ষিণায়ন হৃষীকেশ আৰু প্ৰজ্ঞানে ।

17/09/2025

Celebrating my 2nd year on Facebook. Thank you for your continuing support. I could never have made it without you. 🙏🤗🎉

আমাৰ সংগীত বিদ্যালয়ৰ বাবে ভাল খবৰ,, ১১ আৰু ১২ আগষ্টত অনুষ্ঠিত হোৱা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চেমনীয়া চ'ৰাৰ আধুনিক গীত...
12/08/2025

আমাৰ সংগীত বিদ্যালয়ৰ বাবে ভাল খবৰ,, ১১ আৰু ১২ আগষ্টত অনুষ্ঠিত হোৱা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চেমনীয়া চ'ৰাৰ আধুনিক গীতৰ কণ্ঠ পৰীক্ষাত আমাৰ বিদ্যালয়ৰ পৰা তিনিগৰাকী ছাত্ৰীয়ে উত্তীৰ্ণ হৈ তেওঁলোকৰ যোগ্যতাৰ পৰিচয় দিয়াৰ লগতে বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিলে । তেওঁলোক হ'ল আয়ুসী দত্ত, প্ৰতীক্ষা ডেকা আৰু জিনিষা পাঠক। তিনিওলৈ আন্তৰিক অভিনন্দন জনালো।

27/10/2024

সুধাকণ্ঠৰ গীত,,,,সহজ নহয়, তথাপিও কণমানিকেইটাৰ বৰ প্ৰিয় "মই এটি যাযাবৰ",,। অলপ চেষ্টা কৰিছে । ❤️🥰

29/07/2024

সুখৰ বতৰা,,,,,যোৱা ২৬ জুলাইত জটিয়াত অনুষ্ঠিত বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ গীতৰ প্ৰতিযোগিতাত আমাৰ বিদ্যালয়ৰ প্ৰতীক্ষা ডেকাই দ্বিতীয় স্থান লাভ কৰিলে ।
অভিনন্দন প্ৰতীক্ষা ।🥰🏆

সহযোগিতা কামনা কৰিলো ।
18/06/2024

সহযোগিতা কামনা কৰিলো ।

17/03/2024

মিউজিক ট্ৰেকত গাবলৈ চেষ্টা কৰিছে ল'ৰা-ছোৱালীহঁতে,,,,🥰

16/01/2024

এটি ধুনীয়া জ্যোতি সংগীতৰ অনুশীলন,,,❤️

Address

Kahilipara
Gauhati
781019

Opening Hours

Tuesday 4:30pm - 7:30pm
Wednesday 4:30pm - 6pm
Saturday 3:30pm - 6:30pm
Sunday 9am - 1pm

Telephone

+917002118490

Website

Alerts

Be the first to know and let us send you an email when Darbaree Sangeet Kanan- Kahilipara Guwahati posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share