Malaybari High School

Malaybari High School

Share

Malaybari High School was established in 1965. It is situated in Malaybari Pathar, P.O. Malaybari.Tnq UDISE CODE :- 18270406104 (MALAYBARI HS)

Photos from Malaybari High School's post 02/06/2026

আমাৰ গৌৰৱ! আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ৰূপম বৰুৱাই (ক'লা লংপেণ্ট আৰু মেৰুন ৰঙৰ টি চাৰ্ট পৰিহিত) অসম পুলিচত চাকৰি পোৱা সূত্ৰে বিদ্যালয়ৰ পৰিয়ালবৰ্গৰ লগত তেখেতৰ পৰিয়ালবৰ্গই লগে ভাগে এসাজ খোৱাৰ পৰিকল্পনা কৰে আৰু ইয়াৰ ফলস্বৰূপে আমি সকলোৱে একেলগে এনেদৰে উঠিলো। তেখেতৰ ভৱিষ্যত উত্তৰোত্তৰ কামনাৰে।

মালয়বাৰী উচ্চ মাধ্যমিক বিদ্যালয়

Photos from Malaybari High School's post 07/05/2026

কৃষ্ণচূড়া ফুলিল আমাৰ বিদ্যালয়ত

21/03/2026

Borokhun

Photos from Malaybari High School's post 19/03/2026

Nitul Das, class viii has been qualified for NMMS Scholarship

23/01/2026

মাধৱ মেধি ছাৰ (বাওঁ ফালৰপৰা দ্বিতীয়)

21/01/2026
09/01/2026

Music chair খেলত ভাঙি পৰিল চকী

28/12/2025

কান্দি কান্দি বিদায় লৈছে
দশম শ্ৰেণীৰ বিদায়

Photos from Malaybari High School's post 27/12/2025

দশম শ্ৰেণীৰ বিদায় অনুষ্ঠানত সকলোবোৰ ,২০২৫

Want your school to be the top-listed School/college in Gauhati?

Click here to claim your Sponsored Listing.

Location

Address


Maloibari, Khetri, Kamrup Metro, Assam, India
Gauhati
782403

Opening Hours

Monday 8:30am - 3:30pm
Tuesday 8:30am - 3:30pm
Wednesday 8:30am - 3:30pm
Thursday 8:30am - 3:30pm
Friday 8:30am - 3:30pm
Saturday 8:30am - 1:30pm