30/05/2026
The Page is very helpful for APSC, PNRD, Agriculture, Health, Assam Tet/ C-Tet examinations WhatsApp Link: https://wa.me/+917663876128
In this page you will get to know the Job notification of any competitive examination, success story of the Achievers, study materials, Daily Current Affairs etc.
30/05/2026
যিসকলে ADRE অথবা Assam Police পৰীক্ষাত উৰ্ত্তীণ হব নোৱাৰিলে তেওঁলোকে নিৰাশ নহৈ পুনৰ প্ৰচেষ্টা চলাই যাওক কিয়নো আপুনি নাজানে যে আপুনি উৰ্ত্তীণ হবলৈ আৰু কিমান স্তৰ পাৰ কৰিব লাগিব। হয়তো আপুনি শেষৰটো স্তৰত আছে। এটা কথা সদায় মনত ৰাখিব - Success ৰ এটাই মন্ত্ৰ - Hard Work with Consistency.
অহা মাহত পুনৰ ADRE 3.0, Assam Police, Health Department ৰ পদ মুকুলি হব।
6 মাহৰ এটা সম্পূৰ্ণ Plan & Strategy তৈয়াৰ কৰক আৰু সেই মৰ্মে নিজকে আগবঢ়াই লৈ যাওক। এই প্ৰস্তুতি যাত্ৰাকালত বহুখিনি আনন্দ, মনোৰঞ্জন ত্যাগ কৰিব লাগিব। তেতিয়াহে জীৱনৰ আচল আনন্দ বিচাৰি পাব।
Post টো আনলৈ Share কৰি উৎসাহিত কৰিবলৈ নাপাহৰিব।
14/07/2024
ADRE Official Syllabus Out
👉 Negative Marks is included 👈
State Level Recruitment Commission is published the official syllabus of Grade III & Grade IV Examination.
List of New Cabinet Minister of India - 2024
Important for ADRE Grade III & Grade IV Examination.