12/06/2026
২৩ বছৰীয়া এই ল'ৰাজনৰ নাম আদিত্য শৰ্মা। তেওঁৰ পিতৃ ৰাজেশ শৰ্মা এজন অন্ধভক্ত, যিয়ে পেলেষ্টাইনত নিৰীহ শিশুৰ হত্যাকাণ্ডক লৈ আনন্দ প্ৰকাশ কৰিছিল।
আমেৰিকাই যিখন ভাৰতীয় জাহাজত আক্ৰমণ কৰিছিল, আদিত্য সেই জাহাজৰ নাৱিক আছিল। আক্ৰমণত আদিত্যৰ মৃত্যু হয়।
আদিত্য তেওঁৰ পিতৃ-মাতৃৰ একমাত্ৰ সন্তান আছিল।
পৰিতাপৰ বিষয়!! তেওঁৰ পিতৃ ৰাজেশ শৰ্মাই "গাজাৰ নৰসংহাৰক লৈ আনন্দ কৰি ইজৰাইল আৰু আমেৰিকাক পৰামৰ্শ দিছিল যে গোটেই গাজাক ধ্বংস কৰি এখন অ-মুছলমান ভূখণ্ড বনাই দিয়া হওক।"
আজি সেই একেই ইজৰাইল আৰু আমেৰিকাই ৰাজেশ শৰ্মাৰ ল'ৰাটোক হত্যা কৰিলে, এতিয়া শৰ্মা ডাঙৰীয়াই চৰকাৰক প্ৰশ্ন কৰি আছে।