Kahilipara Students Union

Kahilipara Students Union Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Kahilipara Students Union, Education, Kahilipara, Gauhati.

03/05/2022
দক্ষিণ গুৱাহাটী ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সমিতিখন'ক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।। সভাপতি = বিষ্ণু কলিতাসা...
14/03/2022

দক্ষিণ গুৱাহাটী ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সমিতিখন'ক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।।
সভাপতি = বিষ্ণু কলিতা
সাধাৰণ সম্পাদক = সমুজ্জ্বল শৰ্মা
বিত্ত সম্পাদক= আৰফাট আলি
ৰ নেতৃত্বত এই সমিতিখনে আশাকৰোঁ অনাগত দিনত দক্ষিণ গুৱাহাটী ছাত্ৰ সন্থা আৰু ইয়াৰ অন্তৰ্গত উপশাখা সমূহৰ বিভিন্ন সমস্যা সমাধানৰ বাবে চিৰদিন প্ৰস্তুত থাকিব।।

কাহিলীপাৰা ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজৰ সহযোগত কভিড টিকাকৰণৰ কিছু ক্ষুদ্ৰতম প্ৰয়াস ।                      ।। জয় আই অ...
06/08/2021

কাহিলীপাৰা ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজৰ সহযোগত কভিড টিকাকৰণৰ কিছু ক্ষুদ্ৰতম প্ৰয়াস ।
।। জয় আই অসম ।।

05/08/2021

স্বাধীন ভাৰতৰ অংগৰাজ্য অসমভূমীৰ প্ৰথমজন প্ৰধানমন্ত্ৰী(মুখ্যমন্ত্ৰী) লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱ। ভাৰতৰ স্বৰাজ আন্দোলনৰ এগৰাকী আগশাৰীৰ নেতা এইজনা বিদ্বান ব্যক্তিৰ জন্মভূমিৰ প্ৰতি থকা দায়বদ্ধতা আৰু জাতীৰ সংকতৰ সময়ত যি আপোচহীন ভাৱধাৰা তাৰ কাৰণে সেই সময়ৰ ৰাজ্যপাল জয়ৰাম দাস দৌলতৰাম দেৱে তেওঁক 'লোকপ্ৰিয়' সন্মানেৰে বিভূষিত কৰিছিল। সেই সময়ত আমাৰ হেঁপাহৰ অসমখনক পূৱ পাকিস্তান(বৰ্তমান বাংলাদেশ)ত অন্তৰ্ভূক্তিৰ যি ষড়যন্ত্ৰ ৰচনা হৈছিল তাক বৰদলৈ দেৱৰ বজ্ৰকন্ঠ আৰু দৃহ পদক্ষেপৰ দ্বাৰা মষিমূৰ কৰা হৈছিল। মৰণোত্তৰ ভাৱে ভাৰতবৰ্ষৰ সৰ্বোচ্চ অসামৰিক সন্মান “ভাৰত ৰত্ন” লাভ কৰা এইজনা মহান অসমীয়া মনিষিৰ আজি মৃত্যু দিনত আমি সদৌ অসম ছাত্ৰ সন্থাই তেখেতক সশ্ৰদ্ধাৰে স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ ।

।। জয় আই অসম।।

31/07/2021

১৯৭০ চনৰ আজিৰ দিনটোতে মৃত্যুবৰণ কৰিছিল নটসূৰ্য ফণী শৰ্মাদেৱে। স্বনামধন্য নাটক-বোলছবি পৰিচালক তথা অভিনেতা জনৰ অসমৰ নাট্য জগতলৈ অৱদান অপৰিসীম। তেজপুৰৰ ঐতিহ্যমণ্ডিত 'বাণ ৰঙ্গমঞ্চত' অভিনয়ৰ আদিপাঠ লাভ কৰা এইজনা মহান অসমীয়া সন্তানৰ আজি স্মৃতি দিৱসত আমি সদৌ অসম ছাত্ৰ সন্থাই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।

।।জয় আই অসম।।

Address

Kahilipara
Gauhati
781019

Telephone

+917636849738

Website

Alerts

Be the first to know and let us send you an email when Kahilipara Students Union posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category