21/09/2026
প্ৰাক্তন মুখ্য ন্যায়াধীশ দীপক মিশ্ৰলৈ কলিংগ ৰত্ন বঁটা ২০২৬ | Current Affairs 2026 | Majestic Academy
কলিংগ ৰত্ন বঁটা ২০২৬ – গুৰুত্বপূৰ্ণ Current Affairs
প্ৰাক্তন মুখ্য ন্যায়াধীশ Justice Dipak Misraক ২০২৬ চনৰ Kalinga Ratna Award প্ৰদান কৰা হৈছে। Cuttack-ত Sarala Sahitya Sansad-এ এই সন্মান প্ৰদান কৰে। বঁটাৰ সৈতে দেৱী সৰস্বতীৰ ৰূপৰ মূৰ্তি আৰু প্ৰশস্তিপত্ৰ প্ৰদান কৰা হয়।
👉 To learn about our courses, fill out the form below:
https://shorturl.at/QGx5G
👉 Join our WhatsApp Group:
https://chat.whatsapp.com/L6cSrBFDMeGKBRvxW3cVbk
👉 Join now: https://majesticacademy.in/
📞 Contact: 75778 11111