11/04/2026
Result of the year 2026
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from ছিদ্দিক আলী জাতীয় বিদ্যালয়, School, Hajo {Ramdia} ( Sotlabori to Milpara path), Gauhati.
11/04/2026
Result of the year 2026
28/09/2025
14/06/2025
1.ছিদ্দিক আলী জাতীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ মজিবৰ ৰহমানৰ সুযোগ্য সন্তান মিলাদুল ৰহমানে এইবেলি 2025 -26 বৰ্ষৰ সৰ্বভাৰতীয় NEET(UG) পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মুঠ 529 নম্বৰ লাভ কৰিছে। আৰু ভাৰতীয় ৰেংক 24481 আৰু 98.86 percentile লৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৃহত্তৰ বৰছলি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে।
2.ছিদ্দিক আলী জাতীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ মহিবৰ ৰহমানৰ সুযোগ্য সন্তান ছহিদুল ইছলামে যোৱা বেলি 2024-25 বৰ্ষত NEET পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মুঠ 592 নম্বৰ লাভ কৰিছিল যদিও দুৰ্ভাগ্য ক্ৰমে counselling ত ৰখিবলগীয়া হৈছিল। এই বেলি 2025-26 বৰ্ষত JEE MAINS ত 97.34 prcentile নম্বৰ লৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে লগতে শিলচৰ NITত Electronics Telecommunications B.Tech Course ৰ first counselling ত নামভৰ্ত্তিৰ বাবে সুযোগ লাভ কৰি বৃহত্তৰ বৰছলি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। আমি দুয়োগৰাকী ছাত্ৰক আমাৰ ছিদ্দিক আলী জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰিছো।
~জয়তু ছিদ্দিক আলী জাতীয় বিদ্যালয়*
20/04/2025
ছিদ্দিক আলী জাতীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ মহিবৰ ৰহমানৰ সুযোগ্য সন্তান ছহিদুল ইছলামে যোৱা বেলি 2024-25 বৰ্ষত NEET পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মুঠ 592 নম্বৰ লাভ কৰিছিল যদিও দুৰ্ভাগ্য ক্ৰমে counselling ত ৰখিবলগীয়া হৈছিল। এই বেলি 2025-26 বৰ্ষত JEE MAINS ত 97.34 percentile নম্বৰ লৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে লগতে NITত নামভৰ্ত্তিৰ বাবে সুযোগ লাভ কৰিছে আৰু ইয়াৰ উপৰিও JEE Advance(IIT)ৰ পৰীক্ষাৰ বাবে সুযোগ লাভ কৰি বৃহত্তৰ বৰছলি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে।আগন্তুক 2025-26 বৰ্ষত হবলগীয়া NEET পৰীক্ষাত অৱতীৰ্ণ হৈ যাতে সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে তাৰ বাবে ছিদ্দিক আলী জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো।
~জয়তু ছিদ্দিক আলী জাতীয় বিদ্যালয়*
11/04/2025
সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল 2025 বৰ্ষ।
10/08/2024
ছিদ্দিক আলী জাতীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তাজনুৰ আলম মণ্ডল এই বেলি Assam Engineering college গুৱাহাটীত(Civil Engineering) ত নামভৰ্ত্তিৰ বাবে বাচনি হৈছে।তাজনুৰ আলম মণ্ডলৰ সফলতাই আমাক গৌৰম্ভিত কৰিছে। আমি ছিদ্দিক আলী জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।
জয়তু ছিদ্দিক আলী জাতীয় বিদ্যালয়।