অসম চাহ জনগোষ্ঠী শিক্ষা সংস্কৃতি ন্যাস

  • Home
  • India
  • Gauhati
  • অসম চাহ জনগোষ্ঠী শিক্ষা সংস্কৃতি ন্যাস

অসম চাহ জনগোষ্ঠী শিক্ষা সংস্কৃতি ন্যাস Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from অসম চাহ জনগোষ্ঠী শিক্ষা সংস্কৃতি ন্যাস, Education, Asom Prakashan Bharati Building, Near Shraddhanjali Park, R G Baruah Road, Gauhati.

This Trust is formed with a view to work amongst the Tea Community throughout Assam in the fields of education and to protect and encourage their age old cultural heritage, festivals & rituals etc.

এই লঘূ চলচ্চিত্ৰই বাল্য বিবাহৰ কুপৰিণাম সুন্দৰকৈ উপস্থাপন কৰিছে। এই চলচিত্ৰ নিৰ্মাণ দলৰ সকলো কলা কুশলী, বিশেষকৈ Mangal N...
13/06/2026

এই লঘূ চলচ্চিত্ৰই বাল্য বিবাহৰ কুপৰিণাম সুন্দৰকৈ উপস্থাপন কৰিছে।
এই চলচিত্ৰ নিৰ্মাণ দলৰ সকলো কলা কুশলী, বিশেষকৈ Mangal Nayak ধন্যবাদৰ পাত্ৰ।

Enjoy the videos and music you love, upload original content, and share it all with friends, family, and the world on YouTube.

10/06/2026
অসম চাহ জনগোষ্ঠী শিক্ষা সংস্কৃতি ন্যাসৰ  যোৱা ৭ জুন, দেওবাৰে যোৰহাটস্থিত শংকৰদেৱ বিদ্যা নিকেতন, গড়মূৰত পঞ্চম বাৰ্ষিক সা...
10/06/2026

অসম চাহ জনগোষ্ঠী শিক্ষা সংস্কৃতি ন্যাসৰ যোৱা ৭ জুন, দেওবাৰে যোৰহাটস্থিত শংকৰদেৱ বিদ্যা নিকেতন, গড়মূৰত পঞ্চম বাৰ্ষিক সাধাৰণ সভাখন অনুষ্ঠিত হয়। সভাৰ বন্তি প্ৰজ্জ্বলন কৰে শিশু শিক্ষা সমিতি, অসমৰ সভাপতি শ্ৰী কুলেন্দ্ৰ কুমাৰ ভাগৱতী দেৱে। সভাখনত বিদ্যাভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সংগঠন মন্ত্ৰী ড০ পৱন তিৱাৰী, সদস্য শ্ৰী যোগেন্দ্ৰ সিং শিসোদিয়া, পূৰ্ণকালীন সদস্যসকলৰ লগতে গড়মূৰ নিকেতনৰ দুগৰাকীমান আচাৰ্য- আচাৰ্যা উপস্থিত থাকে।

অসমৰ চাহ জনগোষ্ঠীয় স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হ'বলগীয়াৰাজ্যিক ভ...
30/05/2026

অসমৰ চাহ জনগোষ্ঠীয় স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ মাজত
প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হ'বলগীয়া
ৰাজ্যিক ভিত্তিত তৰ্ক প্ৰতিযোগিতাত অংশ গ্ৰহণৰ বাবে তলত দিয়া পঞ্জীয়নৰ লিংকত গৈ গুগল ফৰ্ম খন পূৰ কৰক --

https://forms.gle/vyAs9XEEFYqy78Qr9

ৰাজ্যিক  ভিত্তিত তৰ্ক প্ৰতিযোগিতাৰ আয়োজন, স্থান- মৰিয়নি মহাবিদ্যালয়, যোৰহাট, ২৭ জুন ২০২৬, শনিবাৰ।
19/05/2026

ৰাজ্যিক ভিত্তিত তৰ্ক প্ৰতিযোগিতাৰ আয়োজন, স্থান- মৰিয়নি মহাবিদ্যালয়, যোৰহাট, ২৭ জুন ২০২৬, শনিবাৰ।

Address

Asom Prakashan Bharati Building, Near Shraddhanjali Park, R G Baruah Road
Gauhati
781005

Opening Hours

Monday 10am - 5pm
Tuesday 10am - 5pm
Wednesday 10am - 5pm
Thursday 10am - 5pm
Friday 10am - 5pm
Saturday 10am - 5pm

Website

Alerts

Be the first to know and let us send you an email when অসম চাহ জনগোষ্ঠী শিক্ষা সংস্কৃতি ন্যাস posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category