Xudhakontho Academic Excellency-Cbse School, Maniyari, Kamrup, Assam

  • Home
  • India
  • Gauhati
  • Xudhakontho Academic Excellency-Cbse School, Maniyari, Kamrup, Assam

Xudhakontho Academic Excellency-Cbse School, Maniyari, Kamrup, Assam Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Xudhakontho Academic Excellency-Cbse School, Maniyari, Kamrup, Assam, School, Gauhati.

29/07/2021

সুধাকণ্ঠ একাডেমীক এক্সেলেন্সী ৰ ছাত্র হিয়ান কলিতাই বুকু হম হম কৰে গাইছে। চলিত বৰ্ষতে ৩ জানুৱাৰীত এই Video টো সাঁচি ৰাখিছিলো।

Pre Holy Celebration  #সুধাকণ্ঠ_একাডেমিক_এক্সেলেন্সী   Maniyari, Kamrup, Assam.
25/03/2021

Pre Holy Celebration #সুধাকণ্ঠ_একাডেমিক_এক্সেলেন্সী
Maniyari, Kamrup, Assam.

এইবেলি ইংৰাজী ২০২১-২২ শিক্ষাবৰ্ষত মনিয়েৰীস্থিত   #সুধাকণ্ঠ_একাডেমিক_এক্সেলেন্সী ইংৰাজী মাধ্যমৰ CBSE স্কুলখনে ক্লাছ 1 আৰু...
09/03/2021

এইবেলি ইংৰাজী ২০২১-২২ শিক্ষাবৰ্ষত মনিয়েৰীস্থিত #সুধাকণ্ঠ_একাডেমিক_এক্সেলেন্সী ইংৰাজী মাধ্যমৰ CBSE স্কুলখনে ক্লাছ 1 আৰু ক্লাছ 2 লৈ নামভৰ্ত্তি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। ইচ্ছুক অভিভাৱকবৃন্দই নামভৰ্ত্তিৰ বাবে স্কুল মেণ্টৰ চিৰঞ্জীৱ কলিতা বা বিদ্যালয়ৰ কাৰ্যালয়ত যোগাযোগ কৰিব পাৰিব।
বিদ্যালয়খনত যাতায়তৰ সুবিধাৰ বাবে গাড়ীৰ ব্যৱস্থা কৰা হৈছে।
হে সুধিবৃন্দ! আহক শিক্ষাৰ ক্ষেত্ৰত আমি একেলগে এক নতুনত্বৰ আলোক সন্ধান কৰোঁ।

দুৰভাস:
School SM : 6002033450
MD: 8822835966

স্বাস্থ্যই পৰম ধন:সুস্থ দেহ আৰু সুস্থ মন থাকিলেহে শিক্ষা আহৰণ প্ৰক্ৰিয়া সম্ভৱ হয়। এগৰাকী শিক্ষাৰ্থীয়ে সু-স্বাস্থ্য অবিহন...
26/02/2021

স্বাস্থ্যই পৰম ধন:
সুস্থ দেহ আৰু সুস্থ মন থাকিলেহে শিক্ষা আহৰণ প্ৰক্ৰিয়া সম্ভৱ হয়। এগৰাকী শিক্ষাৰ্থীয়ে সু-স্বাস্থ্য অবিহনে প্ৰকৃত শিক্ষা লাভ কৰিব নোৱাৰে! আমাৰ শিশুসকলৰ সবল স্বাস্থ্য অটুট ৰখাৰ বাবে বদ্ধপৰিকল্প মণিয়েৰীস্থিত সুধাকন্ঠ একাডেমীক এক্সেলেন্সী।আঠিয়াবৈ বনমাজা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক, ডাঃ পংকজ ডেকাই আজি বিদ্যালয়খনৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ লগতে ইচ্ছুক অভিভাৱক-অভিভাৱিকাসকলৰ স্বাস্থ্য পৰীক্ষা কৰায়। বিদ্যালয়খনে অনুষ্ঠিত কৰা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত অংশ লৈ এয়া এক উল্লেখ্যনীয় আৰু আদৰণীয় পদক্ষেপ বুলি মত প্ৰকাশ কৰে চিকিৎসক গৰাকীয়ে।
অনাগত দিনত আমাৰ একাডেমিয়ে আই মাতৃসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পৰিকল্পনা হাতত লৈছে।

24/02/2021

Kids enjoyment during learning

21/02/2021

অভিভাৱকবৃন্দলৈ সু-খবৰ:

লক ডাউনৰ সময়ত যিসকল শিশুৰ মূল্যবান শৈক্ষিক বৰ্ষ নষ্ট হৈছে, #সুধাকণ্ঠ_একাডেমিক_এক্সেলেন্সিয়ে
সেইসকল শিশুৰ বয়স আৰু পাৰদৰ্শিতা অনুযায়ী এটা Tertiary/Tri-monthly বা Half Yearly মিড Sessionত UKG, Class I লৈ promote কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে!

ধন্যবাদ সহকাৰে

পৰিচালন সঞ্চালক #সুধাকণ্ঠ_একাডেমিক_এক্সেলেন্সি_শৈক্ষিক_ন্যাস।

20/02/2021

Play Learning Enjoying. Please watch

Some classy images
20/02/2021

Some classy images

15/02/2021
14/02/2021

Assistant teacher for Play Group

Address

Gauhati
781101

Telephone

+919864177299

Website

Alerts

Be the first to know and let us send you an email when Xudhakontho Academic Excellency-Cbse School, Maniyari, Kamrup, Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Xudhakontho Academic Excellency-Cbse School, Maniyari, Kamrup, Assam:

Shortcuts

Share

Category