05/06/2026
🌍 WORLD ENVIRONMENT DAY 2026 🌱
"The Earth is what we all have in common. Let us protect, preserve, and nurture our environment for future generations."
On the occasion of World Environment Day, Bright Future Public School, Barni proudly reaffirms its commitment to environmental conservation and sustainable living.
🌳 Plant More Trees
♻️ Reduce, Reuse & Recycle
🌿 Keep Our Surroundings Clean
🌎 Together for a Greener Tomorrow
"Every Tree Matters, Every Action Counts.
Bright Future Public School, Barni
27/05/2026
ঈদৰ পবিত্ৰ দিনটোৱে আমাৰ সমাজত শান্তি, সম্প্ৰীতি আৰু ত্যাগৰ ভাৱনা প্ৰসাৰিত কৰক। ব্ৰাইট ফিউচাৰ পাব্লিক স্কুল, বৰ্ণিৰ সমগ্ৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালোক সকলোলৈ ঈদ-উল-আযহাৰ আন্তৰিক শুভেচ্ছা আৰু মৰম জনালোঁ।
ঈদ মোবাৰক! 🌙✨🤲🕌
14/05/2026
Welcome to our school
Bright Future Public School, Barni.
10/05/2026
🌸🏫 BRIGHT FUTURE PUBLIC SCHOOL, BARNI 🌸
On the occasion of Mother’s Day 2026, we extend our heartfelt appreciation and gratitude to all mothers. 💖
A mother’s love represents the purest form of care, sacrifice, strength, and inspiration. Your unwavering support and affection brighten our lives every day. ✨
May all mothers be blessed with happiness, good health, and endless joy. 🌷
💐 Happy Mother’s Day 2026 💐
📍 Barni Hajo, Kamrup (R), Assam – 781102
📧 [email protected]
14/04/2026
'অতিকৈ চেনেহৰ ব'হাগৰ বিহুটি, তাতোকৈ চেনেহৰ বিহু, তাতোকৈ চেনেহৰ বহাগৰ বিহুটি, নাপাতি কেনেকৈ থাকো’ সমূহ অসমবাসীক ব্ৰাইট ফিউচাৰ পাব্লিক স্কুল বৰ্ণি'ৰ তৰফৰ পৰাই চেনেহৰ ৰঙালীৰ আন্তৰিক শুভেচ্ছা জনালো।
Bright Future Public School, Barni
13/04/2026
‘লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা। মাৰ সৰু, বাপেৰ সৰু, তই হ’বি বৰ গৰু।’ সকলো অসমবাসীকে গৰু বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছো।
03/03/2026
This Holi, let's celebrate good health, happiness, and vibrant moments.
Bright Future Public School, Barni
Admissions Open at Bright Future Public School, Barni
Admissions Open at Bright Future Public School, Barni
18/02/2026
সমূহ অসমবাসী ৰাইজলৈ ব্ৰাইট ফিউচাৰ পাব্লিক স্কুল, বৰ্ণি'ৰ তৰফৰ পৰাই পবিত্ৰ ৰমজান মাহৰ আন্তৰিক শুভকামনা জনালোঁ।
এই পবিত্ৰ ৰমজান মাহত সকলোৰে জীৱনলৈ সুখ,শান্তি, আৰু সমৃদ্ধি কঢ়িয়াই আনক তাৰে কামনা কৰিলোঁ। লগতে সমূহ ইছলাম ধৰ্মাৱলম্বী লোকে যাতে এমাহ ৰোজা ৰাখিবলৈ শক্তি পায় তাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষই মিলিজুলি আল্লাহৰ ওচৰত দোৱা কৰিলোঁ 🤲
Bright Future Public School, Barni