16/12/2025
*🌟 অসম বৃত্তি পৰীক্ষা ২০২৬ 🌟*
📚 ২য় শ্ৰেণীৰ পৰা ৯ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে এক সোনালী সুযোগ ।
✨ বিষয়সমূহ – সাধাৰণ জ্ঞান, সাম্প্ৰতিক ঘটনাক্ৰম, অসমীয়া আৰু ইংৰাজী ব্যাকৰণ, সাধাৰণ গণিত, বিজ্ঞান আৰু পৰিবেশ অধ্যয়ন।
🗓 পৰীক্ষাৰ দিন: ১৮ জানুৱাৰী, ২০২৬
📍 পৰীক্ষা কেন্দ্ৰ: প্ৰতিখন জিলাৰ ভিতৰত ১০ কিমি দূৰত্বত।
💰 পঞ্জীয়ন মাছুল : ১০০ টকা ।
🏆 পুৰস্কাৰ:
✔️ প্ৰতিজনক ডিজিটেল চাৰ্টিফিকেট প্ৰদান।
✔️ প্ৰতিটো শাখাতে নগদ বৃত্তি
প্ৰথম স্থান = ১০০০০/- টকা
দ্বিতীয় স্থান = ৭০০০/- টকা
তৃতীয় স্থান = ৫০০০/- টকা
৮১% ৰ পৰা ৯০% নম্বৰ প্ৰাপ্ত সকলক ৫০০ টকাকৈ বৃত্তি প্ৰদান কৰা হব।
৭০% ৰ পৰা ৮০% নম্বৰ প্ৰাপ্ত সকলক ৩০০ টকাকৈ বৃত্তি প্ৰদান কৰা হব।
*👉 এতিয়াই নামভৰ্তি কৰক আৰু আপোনাৰ প্ৰস্তুতি আৰম্ভ কৰক!*
゚viralシfypシ゚viralシ ゚viralシfypシ゚viralシalシfollowers