How to use fire extinguisher
Manchur Ali academy, Puran gaon
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Manchur Ali academy, Puran gaon, School, puran gaon, Guwahati.
15/05/2026
আচ্ছালামু আলাইকুম--
"উৰিব ধৰিছে পৃথিৱীত ৰহমতৰ পাখি,
জুমাৰ পোহৰে ধুই নিয়ক সকলোৰে আখি।
দৰুদৰ সুবাসেৰে ভৰি পৰক এই মন,
সফল হওক আপোনাৰ শুকুৰবাৰৰ দিন।"
Manchur Ali Academy's Morning Assembly Proceedings 🌞📚🎓👍
10/04/2026
"ফলাফল কেৱল এটা সংখ্যা নহয়, ই আমাৰ ধৈৰ্য্য আৰু একাগ্ৰতাৰ প্ৰতিফলন। সকলো উত্তীৰ্ণ বন্ধু-বান্ধৱীলৈ শুভেচ্ছা থাকিল। ✨"
"আজিৰ এই সফলতাই কাইলৈৰ নতুন সুযোগৰ দুৱাৰ মুকলি কৰক। যিসকলে আশানুৰূপ ফল নাপালা, মন সৰু নকৰিবা— যাত্ৰা এতিয়াহে আৰম্ভ হৈছে! 💪"
04/04/2026
2026-27 শিক্ষা বৰ্ষৰ বাবে অংকুৰৰ পৰা নৱম শ্ৰেণীলৈ নাম ভৰ্তি চলি আছে।
আপোনাৰ সন্তানৰ শৈক্ষিক ভেটি শক্তিশালী কৰিবলৈ আৰু এক শৃংখলাবদ্ধ পৰিৱেশত আগবঢ়াই নিবলৈ আজিয়েই আমাৰ একাডেমীত যোগাযোগ কৰক। 📚🎓👍
13/03/2026
উন্নত শিক্ষা আৰু উজ্জ্বল ভবিষ্যতৰ এক নিৰ্ভৰযোগ্য অনুষ্ঠান। আপোনাৰ সন্তানৰ শৈক্ষিক ভেটি শক্তিশালী কৰিবলৈ আৰু এক শৃংখলাবদ্ধ পৰিবেশত আগবঢ়াই নিবলৈ আজিয়েই আমাৰ একাডেমীত যোগাযোগ কৰক। যোগাযোগ নম্বৰ 9101542609
09/02/2026
2026 বৰ্ষৰ উচ্চ মাধ্যমিক পৰীক্ষাৰ্থী সকললৈ অশেষ শুভেচ্ছা অদম্য মনোবল আৰু আত্মবিশ্বাসেৰে পৰীক্ষাত অৱতীৰ্ণ হওক। কোনো ধৰণৰ ভয় বা হতাশা নোহোৱাকৈ সূস্থ শৰীৰৰে পৰীক্ষা দিয়ক আৰু সুন্দৰ ফলা -ফলৰে উজ্জ্বল ভবিষ্যত গড়ি তোলক, এয়াই কামনা।
তোমালোকৰ পৰিশ্ৰমৰ নিশ্চয় পোৱ।
👉 আত্মবিশ্বাসী হওকঃ নিজৰ প্ৰস্তুতিৰ ওপৰত বিশ্বাস ৰাখক।
👉সূস্থ থাককঃ পৰীক্ষাৰ দিনকেইটাত সুষম আহাৰ গ্ৰহণ কৰক আৰু পৰ্য্যাপ্ত টোপনি যাওক।
👉ভয় নকৰিবঃপ্ৰশ্নকাকত সহজ ভাবে লওক আৰু মনোযোগেৰে পঢ়ি উত্তৰ লিখক।
তোমালোক সকলোৰে বাবে যঠেষ্ট মৰম আৰু শুভেচ্ছা........
মনচুৰ আলী একাডেমীৰ তৰফৰ পৰা শিক্ষক দিৱসৰ এই বিশেষ সুযোগত আমি সকলো শিক্ষকৰ প্ৰতি আমাৰ অন্তৰৰ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো।
এই শুভ দিনে আমাৰ একান্ত প্ৰাৰ্থনা, আপোনালোক সকলোৱে প্ৰজ্ঞাৰ বীজ যুগে যুগে সিঁচি যাওক আৰু সেই বীজৰ পৰা প্ৰস্ফুটিত হওক মূল্যবোধ, অহিংসা, শান্তি-সম্প্রীতি, একতা আদিৰে সমৃদ্ধ সমাজ, জাতি আৰু দেশ। দুৱা কৰো আপোনালোকৰ জীৱন সুস্বাস্থ্য, শান্তি আৰু আনন্দেৰে ভৰি থাকক।"
শিক্ষক দিৱস উপলক্ষে পৰিবেশন কৰা এটি নৃত্য আপোনালোকৰ ওচৰলৈ আগবঢ়ালোঁ।
Click here to claim your Sponsored Listing.
Location
Category
Telephone
Website
Address
Puran Gaon
Guwahati
781136