All Assam Engineering Student Union

All Assam Engineering Student Union AAESU was born on 2019 solely to take a stand for the Engineering Students as well as Engineering Aspirants of the state.

17/08/2024

All Assam Engineering Students stands for the Justice of Dr Moumita.

Engineers standing tall for Doctors ever .

You can’t truly heal from a loss until you allow yourself to FEEL the loss.RIP BROTHERS💐💐
30/05/2023

You can’t truly heal from a loss until you allow yourself to FEEL the loss.

RIP BROTHERS💐💐

দীঘলতি দীঘল পাত মাখি মাৰো জাক-জাক। লাও খা, বেঙেনা-খা, বছৰে বছৰে বাঢ়ি যা! মাৰে সৰু, বাপেৰ সৰু তই হবি বৰ গৰু, পবিত্ৰ গৰু ...
14/04/2023

দীঘলতি দীঘল পাত মাখি মাৰো জাক-জাক। লাও খা, বেঙেনা-খা, বছৰে বছৰে বাঢ়ি যা! মাৰে সৰু, বাপেৰ সৰু তই হবি বৰ গৰু, পবিত্ৰ গৰু বিহু আৰু ৰঙালী বিহুৰ আন্তৰিক ওলগ জনালোঁ। এই ৰঙালীৰ ৰঙেৰে যাতে সকলোৰে জীৱন ৰঙীন হৈ পৰে। হৃদয়পূর্ণ বিহু-ওলগ, শুভেচ্ছা, আশীর্বাদ ভাগে ভাগে সকলোলৈকে জনাইছো ।🙏🏻

12/01/2023

ছাত্র শক্তি জিন্দাবাদ ✊🇮🇳
আগন্তুক আহিবলগীয়া দিনৰ সমস্যা সমূহ অতি দৃঢ়তা আৰু শক্তিৰে দমন কৰিব পাৰে যেন ।

23/11/2022
04/09/2022

College Committees of AAESU will be formed in few weeks.
Intrested Students can contact as soon as Possible.

With Regards
Admin , AAESU

স্বাগতম জনাইছোঁ   উপাচাৰ্য মহোদয়ক। আশা  কৰিছোঁ আপুনি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সকলো ছাত্ৰ ছাত্ৰীক সমান   ভাবি কাম কৰি উচিত...
26/08/2022

স্বাগতম জনাইছোঁ উপাচাৰ্য মহোদয়ক। আশা কৰিছোঁ আপুনি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সকলো ছাত্ৰ ছাত্ৰীক সমান ভাবি কাম কৰি উচিত মানৱ সম্পদ গঢ়ি তোলক আৰু ছাত্র ছাত্ৰীৰ সকলো সমস্যাতে তেওঁলোকৰ লগত থিয় দিয়ক।
shivaji choudhary
Ranoj Pegu Himanta Biswa Sarma Prof. Jagdish Mukhi

আপোনাৰ লগতে আপোনালোকৰ পৰিয়ালৰ সকলোলৈকে ৰঙালী বিহুৰ আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা🎉 আৰু হিয়া ভৰা মৰম🥰 লগতে শ্ৰদ্ধা🙏 জনালো...
14/04/2022

আপোনাৰ লগতে আপোনালোকৰ পৰিয়ালৰ সকলোলৈকে ৰঙালী বিহুৰ আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা🎉 আৰু হিয়া ভৰা মৰম🥰 লগতে শ্ৰদ্ধা🙏 জনালো ।

30/01/2022

Long live AAESU!

Happy Republic Day
26/01/2022

Happy Republic Day

Address

Guwahati Assam
Gauhati
781013

Alerts

Be the first to know and let us send you an email when All Assam Engineering Student Union posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to All Assam Engineering Student Union:

Shortcuts

Share

Category