Doom Dooma Girls' Higher Secondary School

Doom Dooma Girls' Higher Secondary School Established-1964
Principal -Mrs.Sangeeta Borkakoty Dowerah

05/06/2026

Video Edited & Created by Dimpi Moran

২০২৬ বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱসৰ বৰ্ণাঢ্য কাৰ্য্যসূচী...
05/06/2026

২০২৬ বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱসৰ বৰ্ণাঢ্য কাৰ্য্যসূচী...

বিদ্যালয়ৰ প্ৰাংগনত বসন্ত আদৰাৰ কিছু দৃশ্যাংশৰ লগতে বিহু আদৰাৰ প্ৰাকক্ষণত ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ প্ৰতি একাঁজলি শ্ৰদ্ধা...
21/04/2026

বিদ্যালয়ৰ প্ৰাংগনত বসন্ত আদৰাৰ কিছু দৃশ্যাংশৰ লগতে বিহু আদৰাৰ প্ৰাকক্ষণত ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ প্ৰতি একাঁজলি শ্ৰদ্ধাঞ্জলি যাৰ অবিহনে ব'হাগ অসম্পূৰ্ণ।
দিনাংক-১৩/৪/২০২৬

২০২৫-২৬বৰ্ষৰ দশম মানৰ ছাত্ৰী সকলৰ বিদায় তথা সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানৰ দৃশ্যাংশ।দিনাংক-২০/৪/২০২৬
21/04/2026

২০২৫-২৬বৰ্ষৰ দশম মানৰ ছাত্ৰী সকলৰ বিদায় তথা সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানৰ দৃশ্যাংশ।
দিনাংক-২০/৪/২০২৬

ডুমডুমা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰেক্ষাগৃহ প্ৰাংগণত ২০২৬-২৭ শিক্ষাবৰ্ষৰ শুভাৰম্ভ অনুষ্ঠান  উপলক্ষে আজি ৪/১/২০...
01/04/2026

ডুমডুমা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰেক্ষাগৃহ প্ৰাংগণত ২০২৬-২৭ শিক্ষাবৰ্ষৰ শুভাৰম্ভ অনুষ্ঠান উপলক্ষে আজি ৪/১/২০২৬ তাৰিখে বিদ্যালয়ৰ‌ অধ্যক্ষা মহোদয়াকে প্ৰমুখ্য কৰি সমূহ শিক্ষাগুৰু তথা বিদ্যালয় উন্নয়ন‌ আৰু পৰিচালনা সমিতিৰ সভাপতি মহোদয়ৰ উপস্থিতিত এখনি অভিভাৱক সভাৰ আয়োজন কৰা হয়।

06/02/2026

Pariksha Pe Charcha

05/02/2026

শৈক্ষিক মেলা ২০২৬
ৱালবাটিকা(ক মান)

বিদ্যালয়ৰ ছাত্ৰী তথা শিক্ষয়ত্ৰী সকল ডুমডুমা গ্ৰন্থমেলাৰ বাকৰিত...দিনাংক-৫/২/২০২৬
05/02/2026

বিদ্যালয়ৰ ছাত্ৰী তথা শিক্ষয়ত্ৰী সকল ডুমডুমা গ্ৰন্থমেলাৰ বাকৰিত...
দিনাংক-৫/২/২০২৬

Address

Doom Dooma Azad Road
Doom-Dooma
786151

Opening Hours

Monday 8:30am - 4pm
Tuesday 8:30am - 4pm
Wednesday 8:30am - 4pm
Thursday 8:30am - 4pm
Friday 8:30am - 4pm
Saturday 8:30am - 1:30pm

Website

Alerts

Be the first to know and let us send you an email when Doom Dooma Girls' Higher Secondary School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category