Jyotirmaya High School - জোৰ্তিময় বিদ্যালয়

  • Home
  • India
  • Doom-Dooma
  • Jyotirmaya High School - জোৰ্তিময় বিদ্যালয়

Jyotirmaya High School - জোৰ্তিময় বিদ্যালয় A place that never bored you. Lets share our memories here.

গোহাৰিজয় জয়তে জ্যোতিৰ্ময় উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক সমাজ আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাজৰ তৰফৰ পৰা শৈক্ষিক অভিনন্দন...
14/01/2024

গোহাৰি

জয় জয়তে জ্যোতিৰ্ময় উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক সমাজ আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাজৰ তৰফৰ পৰা শৈক্ষিক অভিনন্দন জ্ঞাপন কৰিছো। আমি আপোনালোকক জনাবলৈ পাই আনন্দিত যে অহা ২৬ জানুৱাৰী ২০২৪ তাৰিখ শুক্ৰবাৰে দিনযোৰা কাৰ্যসূচীৰে উলহ মালহেৰে জ্যোতিৰ্ময় উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ আৰু প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবলৈ দিহা কৰা হৈছে।
জ্যোতিৰ্ময় উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠা কালৰে পৰা বহু কষ্ট ত্যাগ স্বীকাৰ কৰা চিৰণমস্য ব্যক্তি ,ছাত্ৰ ছাত্ৰী তথা শুভাকাংশী ৰাইজৰ উপস্থিতি দিহা পৰামৰ্শই বিদ্যালয় খনৰ উত্তৰণৰ ক্ষেত্ৰত আৰু অধিক শক্তি প্ৰদান কৰিব ই চিৰ সত্য। গতিকে আহকচোন আমি সকলোৱে মিলি উলহ মালহেৰে উদ‌যাপন কৰি বিদ্যালয় খনৰ নাম জিলিকাই তুলোঁ।।

জোতিৰ্ময় পৰিয়াললৈ শিক্ষক দিৱসৰ শুভকামনা যাচিলোঁ
05/09/2021

জোতিৰ্ময় পৰিয়াললৈ শিক্ষক দিৱসৰ শুভকামনা যাচিলোঁ

05/06/2021
05/09/2020

সমাজ গঢ়াৰ স্ৰষ্টা আৰু দ্ৰষ্টা ৰ ভূমিকা গ্ৰহণ কৰা শিক্ষক সকললৈ আজি শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।

প্ৰকৃতিপ্ৰেমী মানুহজন
14/07/2020

প্ৰকৃতিপ্ৰেমী মানুহজন

নৱনিযুক্ত প্ৰধান শিক্ষয়িত্ৰী জয়ন্তী ডেকা মৰাণলৈ বহুত শুভকামনা। স্কুলখন আগুৱাই লৈ যোৱাত সফল হওক আপুনি
01/07/2020

নৱনিযুক্ত প্ৰধান শিক্ষয়িত্ৰী জয়ন্তী ডেকা মৰাণলৈ বহুত শুভকামনা। স্কুলখন আগুৱাই লৈ যোৱাত সফল হওক আপুনি

Address

No. 3 Kathobosti, Kakopather
Doom-Dooma
796152

Website

Alerts

Be the first to know and let us send you an email when Jyotirmaya High School - জোৰ্তিময় বিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category