Hansara Tea Estate Model School, Tinsukia

Hansara Tea Estate Model School, Tinsukia Hansara TE Model School established in 2022. Presently we are providing classes from 6 to 10.

Bi-cycle distribution ceremony for class 9 students under CM SPECIAL SCHEME held at HANSARA TE MODEL SCHOOL on 2/11/2023...
03/11/2023

Bi-cycle distribution ceremony for class 9 students under CM SPECIAL SCHEME held at HANSARA TE MODEL SCHOOL on 2/11/2023.
Himanta Biswa Sarma
Ranoj Pegu
Tinsukia District Administration

19/04/2023

চাহ বাগিচা অঞ্চলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে চাহ বাগিচা কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত ৪১৯খন প্ৰাথমিক বিদ্যালয়, ২খন মধ্য ইংৰাজী আৰু ১খন হাইস্কুল প্ৰাদেশিকীকৰণ কৰিছে।

এই বিদ্যালয়সমূহৰ ভিতৰত প্ৰতিখন প্ৰাথমিক বিদ্যালয়ৰ বাবে দুগৰাকীকৈ শিক্ষক, প্ৰতিখন মধ্য ইংৰাজী বিদ্যালয়ৰ বিপৰীতে তিনিগৰাকী শিক্ষক, হাইস্কুলখনৰ বাবে পাঁচগৰাকী শিক্ষক আৰু প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰি শীঘ্ৰেই নিযুক্তি দিয়া হ'ব। বিদ্যালয়সমূহৰ শিক্ষাৰ্থীসকলে বিনামূলীয়া পাঠ্যপুথি, মধ্যাহ্ন ভোজন, ইউনিফৰ্ম আদিৰ সুবিধা লাভ কৰিব।

ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰ্যালয়ৰ অধীনত ২০২২ বৰ্ষৰ National Means Cum Merit Scholarship Examination ৰ বাবে আবেদন কৰিবলৈ চা...
16/10/2022

ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰ্যালয়ৰ অধীনত ২০২২ বৰ্ষৰ National Means Cum Merit Scholarship Examination ৰ বাবে আবেদন কৰিবলৈ চাওক Bidyarthi ম'বাইল এপ অথবা www.madhyamik.assam.gov.in

"পৰিষ্কাৰ হাত ৰোগমুক্ত সমাজ"
15/10/2022

"পৰিষ্কাৰ হাত ৰোগমুক্ত সমাজ"

🙏🙏
15/10/2022

🙏🙏

মহান ভাৰতীয় বিজ্ঞানী, মিছাইল মানৱ, ভাৰতবৰ্ষৰ একাদশসংখ্যক মাননীয় ৰাষ্ট্ৰপতি ড° এ পি জে আব্দুল কালামদেৱৰ ওপজা দিন ১৫ অক্টোবৰ দিনটো সমগ্ৰ বিশ্বতে শিক্ষাৰ্থী দিৱস হিচাপে উদযাপন কৰা হয়। শিক্ষাৰ্থীসকলৰ প্ৰতি থকা প্ৰেম আৰু শিক্ষাৰ প্ৰচাৰ-প্ৰসাৰত ড° কালামৰ মনোনিৱেশ তথা অৱদান বিশ্ববাসীয়ে চিৰদিন মান্যতা দিব ৷ আজি 'ভাৰতৰত্ন'ৰে সন্মানিত ড° কালামদেৱক সশ্ৰদ্ধ স্মৰণ কৰি ছাত্ৰ সমাজলৈ 'বিশ্ব শিক্ষাৰ্থী দিৱস'ৰ শুভকামনা জনালোঁ ৷

13/08/2022

Learn how to fold Indian National Flag 🇮🇳 from our student's demonstration.

আমি আমাৰ ছাত্ৰ-ছাত্ৰীক তেতিয়াহে উন্নতিৰ জখলাত উঠাই নিব পাৰিম, যেতিয়া শিক্ষক অভিভাৱক সকলোৱে একেমুখে এক পণ ল'ব।आजादी की ...
03/08/2022

আমি আমাৰ ছাত্ৰ-ছাত্ৰীক তেতিয়াহে উন্নতিৰ জখলাত উঠাই নিব পাৰিম, যেতিয়া শিক্ষক অভিভাৱক সকলোৱে একেমুখে এক পণ ল'ব।

आजादी की अमृत महोत्सव ৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ বিভিন্ন দিশ সাঙুৰি আজি বিদ্যালয়ত এখন অভিভাৱক সভা অনুষ্ঠিত হয়।

Ranoj Pegu
Himanta Biswa Sarma

বিশ্ব পৰিৱেশ দিৱস 2022সেউজীয়া সপোনবোৰক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকবৃন্দৰ সহযোগত ৰোপণ কৰা কিছু মূহুৰ্ত।পৃথিৱীখন স...
05/06/2022

বিশ্ব পৰিৱেশ দিৱস 2022
সেউজীয়া সপোনবোৰক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকবৃন্দৰ সহযোগত ৰোপণ কৰা কিছু মূহুৰ্ত।
পৃথিৱীখন সেউজীয়া হওঁক। মানুহৰ মন বোৰ সেউজীয়াৰে উপচি পৰক।

🌏Today's steps will save our tomorrow.A 4 KW capacity solar power system has been installed at our school. This system w...
05/05/2022

🌏Today's steps will save our tomorrow.
A 4 KW capacity solar power system has been installed at our school. This system will fulfill the requirements of complete electricity need. With this our school became fully solar powered school.
A step towards green planet.

Address

NH 37
Doom-Dooma
786190

Opening Hours

Monday 9am - 3:30pm
Tuesday 9am - 3:30pm
Wednesday 9am - 3:30pm
Thursday 9am - 3:30pm
Friday 9am - 3:30pm
Saturday 9am - 1pm

Alerts

Be the first to know and let us send you an email when Hansara Tea Estate Model School, Tinsukia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Hansara Tea Estate Model School, Tinsukia:

Shortcuts

Share

Category