EduPoint Assam

EduPoint Assam EduPoint Assam a easy learning virtual platform in Assamese language. we provide online course class

06/04/2021

বন্দু বান্ধৱী সকল আজি আমাৰ EduPoint Assam ৰ 10th standard ৰ Science ৰ Chemistry ৰ প্ৰথম chapter Upload কৰা হব ।।
আপোনালোকৰ সহায় কামনা কৰিলোঁ ।।
ইতি
আপোনাকৰ মৰমৰ
ঋতুপ্ৰতিম

30/03/2021
27/08/2020

https://wa.me/message/RVCXPCHHZPMHA1
বন্ধু বান্ধৱী সকল এইটো আমাৰ WhatsApp link, আপোনালোকৰ কিতাপৰ যদি কিবা সমস্যা সমাধান কৰিব পৰা নাই তেন্তে আমাক শ্বেয়াৰ কৰক। আমি সমাধান দিম।
ধন্যবাদ
ঋতু প্ৰতিম মুদৈ

27/08/2020

বন্ধু বান্ধধাৱী সকল, মোৰ এই page ত অহা ছেপ্টেম্বৰ মাহৰ 1 তাৰিখৰ পৰা ক্লাছ 12 ৰ physics ৰ ক্লাছ আৰম্ভ কৰিম।
কোনোবা যদি 12 ক্লাছ হয় তেন্তে page টোত চাব পাৰিব। আমি অতি সহজ কৈ আৰু সঠিক উদাহৰণ সহ লগতে প্ৰশ্নকাকত সমূহ আলোচনা কৰিম।
ধন্যবাদ
ঋতুপ্ৰতিম মুদৈ

18/08/2020

নমস্কাৰ বন্ধু-বান্ধৱী সকল,
প্ৰথমে এই ফেচবুক পেজটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱী সকল আমি আপোনালোকলৈ লৈ আহিছোঁ এখন virtual মঞ্চ। যত আপোনালোকে ক্লাছ- 5 ৰ পৰা ক্লাছ- 12 লৈ গণিত, বিজ্ঞান,(পদাৰ্থ বিজ্ঞান, ৰাসায়ন বিজ্ঞান) ৰ সমস্যাৰ সমাধান, সৰু -সৰু tips, প্ৰশ্ন কাকত আৰু বহু কিছু । তাৰ উপৰিও নিৰ্দিষ্ট topics ৰ ওপৰত videos.

Address

Dispur
781019

Website

Alerts

Be the first to know and let us send you an email when EduPoint Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category