Akhil Bharatiya Vidyarthi Parisad - ABVP Digboi unit

Akhil Bharatiya Vidyarthi Parisad - ABVP Digboi unit Akhil Bharatiya Vidyarthi Parishad is an all India student Organization, working in the field of education with a wider perspective of National Reconstruction.

ABVP works with a faith in the collective existence of the educational community, a firm belief in constructive work and a nationalist approach which stays above partisan politics.

সকলোটি ভক্তপ্ৰাণ ৰাইজলৈ শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আশা কৰো মা দূর্গাৰ আশীৰ্বাদে সমাজৰ সকলো অপায় - অমং...
12/10/2021

সকলোটি ভক্তপ্ৰাণ ৰাইজলৈ শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আশা কৰো মা দূর্গাৰ আশীৰ্বাদে সমাজৰ সকলো অপায় - অমংগল দূৰ কৰি সকলোৰে জীৱনলৈ ৰঙীন সপোন কঢ়িয়াই আনে 🙏

Congratulations to all
22/09/2021

Congratulations to all

In this occasion of Ganesh Chaturthi, I wish Lord Ganpati visits your home with bags full of happiness, prosperity, peac...
10/09/2021

In this occasion of Ganesh Chaturthi, I wish Lord Ganpati visits your home with bags full of happiness, prosperity, peace and strength to stay strong during this pandemic

খবৰটো পাই অত্যন্ত মৰ্মাহত হৈছোঁ। এনে অমানৱীয়ভাৱে এগৰাকী ছাত্ৰীৰ জীৱন শেষ কৰা পিশাসক অতি শীঘ্ৰে  শাস্তি প্ৰদান কৰক।  এই ঘ...
25/08/2021

খবৰটো পাই অত্যন্ত মৰ্মাহত হৈছোঁ। এনে অমানৱীয়ভাৱে এগৰাকী ছাত্ৰীৰ জীৱন শেষ কৰা পিশাসক অতি শীঘ্ৰে শাস্তি প্ৰদান কৰক।
এই ঘটনাক আমি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ,ডিগবৈ শাখাই তীব্ৰ ভাষাৰে গৰিহনা দিছোঁ

নন্দিতা তোমাৰ আত্মাই বৈকুণ্ঠত স্থান পাওঁক 🙏😪

ঔম শান্তি

আমাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, ডিগবৈ শাখাৰ উদ্যোগত হিন্দু ধর্মৰ পবিত্ৰ উৎসৱ "ৰাখি বন্ধন" উপলক্ষে ডিগবৈ আৰক্ষী আৰু সে...
22/08/2021

আমাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, ডিগবৈ শাখাৰ উদ্যোগত হিন্দু ধর্মৰ পবিত্ৰ উৎসৱ "ৰাখি বন্ধন" উপলক্ষে ডিগবৈ আৰক্ষী আৰু সেনাজোৱানসকলক ৰাখি বন্ধনৰ কিছু পবিত্ৰ মুহূৰ্ত

৭৫ তম স্বাধীনতা দিৱসৰ এই শুভক্ষণত সকলোলৈকে হিয়াভৰা শুভেচ্ছা যাছিলোঁ। আৰু প্ৰত্যেক জন বীৰ শ্বাহীদলৈ শতকোটি প্ৰণাম 🙏🇮🇳🇮🇳🇮🇳...
14/08/2021

৭৫ তম স্বাধীনতা দিৱসৰ এই শুভক্ষণত সকলোলৈকে হিয়াভৰা শুভেচ্ছা যাছিলোঁ। আৰু প্ৰত্যেক জন বীৰ শ্বাহীদলৈ শতকোটি প্ৰণাম 🙏🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳

14/08/2021

নমস্কাৰ,
অহাকাইলৈ হবলগীয়া ৭৫ তম স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কাৰ্য্যসূচীত আপোনাৰ / আপোনালোকৰ উপস্থিতি কামনা কৰিলোঁ ।

ধন্যবাদ
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, ডিগবৈ শাখা

স্থান: ডিগবৈ, ইটাভাটা
সময় : ৰাতিপুৱা ৮.৩০ বজাত

আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ,ডিগবৈ শাখাৰ কার্যকর্তাসকলে "এক গাঁও , এক ত্ৰিৰংগা" মূলমন্ত্ৰৰে ডিগবৈ বিভিন্ন স্থানত জাত...
14/08/2021

আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ,ডিগবৈ শাখাৰ কার্যকর্তাসকলে "এক গাঁও , এক ত্ৰিৰংগা" মূলমন্ত্ৰৰে ডিগবৈ বিভিন্ন স্থানত জাতীয় পতাকা বিতৰণ কৰাৰ মুহূৰ্তত

আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ,  তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা আগন্তক ৭৫ তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি এখনি সংব...
12/08/2021

আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ , তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা আগন্তক ৭৫ তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি এখনি সংবাদমেল আহ্বান কৰা হয়। উক্ত সংবাদ মেলখনিত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত যি "এক গাঁও ,এক ত্ৰিৰংগা " মূলমন্ত্ৰৰে সমগ্ৰ ভাৰততে স্বাধীনতা দিৱসৰ উপলক্ষে ১,২৮,৩৩৫ খন পতাকা উত্তোলনৰ কাৰ্যসূচী হাতত লোৱা হৈছে ,এইক্ষেত্ৰত সকলো ৰাইজৰ সহযোগিতাৰ বাবে আহ্বান জনোৱা হয়৷

Distribution of essential Commodities in this time of crisis to the people of Digboi under the Leadership of Shri Nipu K...
07/04/2020

Distribution of essential Commodities in this time of crisis to the people of Digboi under the Leadership of Shri Nipu Kalita

Stay safe
We will get out of it together

Akhil Bharatiya Vidyarthi Parishad, Digboi unit organised Mission Sahashi an women empowerment program, day 1 on 24 octo...
25/10/2019

Akhil Bharatiya Vidyarthi Parishad, Digboi unit organised Mission Sahashi an women empowerment program, day 1 on 24 october 2019. Inauguration ceremony was attended by ABVP Tinsukia District convener Shri Abhishek Bhadra. Indian Army resource persons from Digboi camp presented a fine strategy towards protecting women from physical harm, to tackle molestation and various evils of society. Interested students(girl) can join us on 25th and 26th of October from 3:30 PM At itavata, near digboi college. Please spread the message. The skills of self defence might be useful in future instance.
Bharat_mata_hi_jai,
joi_aai_axom
jai_hind.
Abhishek BhadraDeepankar SedaiAbvp MoranAbvp Dibrugarh TownNirav GhelaniDipanjoy Das BoraSudipto ChakrabortyDipankar DebnathNipu KalitaPranab Jyoti BhuyanJagat BorahNayan Jyoti SarmaShyam Lal SalhotraPranjal BorthakurJunmoni RoyDigboi NewRahul DekaSuren PhukanAbvp DigboiHiranya BaruahBipul KhanikarSintu DasBiswajit Kundon KhoundDigboi Press ClubNipu Kalita NewTrishna Phukan BoiragiSudip SinghaDigboi LotBjp Hapjan Sadar MandalBishal PaulTapashi ChandaSudipto ChakrabortyDipanjoy Das BoraMainak Pradip Chandra Das

Address

Digboi
786171

Website

Alerts

Be the first to know and let us send you an email when Akhil Bharatiya Vidyarthi Parisad - ABVP Digboi unit posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Akhil Bharatiya Vidyarthi Parisad - ABVP Digboi unit:

Shortcuts

Share

Category