Digboi High School

Directions Contact the school

Digboi High School Established on 1st January 1970 and provincialised on 1st February 1986.

19/09/2026

আজি ইংৰাজী ১৯ ছেপ্টেম্বৰ ২০২৬ তাৰিখে ডিগবৈ উচ্চ মাধ্যমিক বিদ্যালয়ত আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰা হয়।🙏🙏

আজি ইংৰাজী ১৯ ছেপ্টেম্বৰ ২০২৬ তাৰিখে ডিগবৈ উচ্চ মাধ্যমিক বিদ্যালয়ত আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱক গভীৰ শ্ৰদ্ধাৰে স্...
19/09/2026

আজি ইংৰাজী ১৯ ছেপ্টেম্বৰ ২০২৬ তাৰিখে ডিগবৈ উচ্চ মাধ্যমিক বিদ্যালয়ত আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰা হয়।🙏🙏

SRI SRI BISWAKARMA PUJA @ DIGBOI HIGH SCHOOL 2026
18/09/2026

SRI SRI BISWAKARMA PUJA @ DIGBOI HIGH SCHOOL 2026

Seva Sankalp Abhiyan at Digboi High SchoolAn Art Competition and Quiz Competition were organised at Digboi High School u...
18/09/2026

Seva Sankalp Abhiyan at Digboi High School
An Art Competition and Quiz Competition were organised at Digboi High School under the Seva Sankalp Abhiyan on 17th September 2026. In addition, “Aashirbadar Bonti” (Lamp of Blessings) was held at 7:00 PM on the school premises.

We are delighted and proud to share that Mr. Prasanta Saikia, Assistant Headmaster of Digboi High School, has been honou...
09/09/2026

We are delighted and proud to share that Mr. Prasanta Saikia, Assistant Headmaster of Digboi High School, has been honoured with the prestigious Rotary Gyanjyoti Award 2026–27 for his outstanding contribution towards creating a lasting impact and illuminating society by transforming darkness into light through education and service.We sincerely thank Rotary Club of Digboi for this honour and for their continued support and encouragement towards the teaching community.

09/09/2026

আজি ইংৰাজী ০৯/০৯/২০২৬ তাৰিখে ডিগবৈস্থিত প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত **‘নিচামুক্ত ভাৰত অভিযান’**ৰ অন্তৰ্গত **‘নিচামুক্ত প্ৰতিজ্ঞা মহা অভিযান’**ৰ আয়োজন কৰা হয়।

আজি ইংৰাজী ০৯/০৯/২০২৬ তাৰিখে ডিগবৈস্থিত প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত **‘নিচামুক্ত ভাৰত অভিযান...
09/09/2026

আজি ইংৰাজী ০৯/০৯/২০২৬ তাৰিখে ডিগবৈস্থিত প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত **‘নিচামুক্ত ভাৰত অভিযান’**ৰ অন্তৰ্গত **‘নিচামুক্ত প্ৰতিজ্ঞা মহা অভিযান’**ৰ আয়োজন কৰা হয়।উক্ত অভিযানৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ লগতে সমাজৰ সকলো শ্ৰেণীৰ লোকক নিচাৰ পৰা আঁতৰি থাকি এখন সুস্থ, সুন্দৰ আৰু নিচামুক্ত সমাজ গঢ়ি তোলাৰ বাবে সজাগ আৰু উৎসাহিত কৰা হয়। অনুষ্ঠানত উপস্থিত সকলোৱে নিচামুক্ত সমাজ গঢ়াৰ বাবে প্ৰতিজ্ঞা গ্ৰহণ কৰে।

Address

Near The DFO Office, Itabhata
Digboi
786171

Website

Alerts

Be the first to know and let us send you an email when Digboi High School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Digboi High School:

Shortcuts

Share

Category