R. D. Junior College, Lachit Nagar, Digboi

R. D. Junior College, Lachit Nagar, Digboi R.D. Senior Secondary School Official Page

আজি ডিগবৈ R.D. Senior Secondary School প্ৰাংগনত ভাৰতবৰ্ষৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। এই স্বাধীনতা দিৱসৰ ৰা...
15/08/2026

আজি ডিগবৈ R.D. Senior Secondary School প্ৰাংগনত ভাৰতবৰ্ষৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। এই স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বিদ্যালয়ৰ বাণিজ্য বিভাগৰ মুৰব্বী তথা জেষ্ঠ বিষয় শিক্ষয়িত্ৰী নৱনীতা শইকীয়া মেচ বাইদেৱে। সঞ্চালিকা চিমি ধানোৱাৰে বিদ্যালয়ৰ প্ৰতিষ্ঠাতা জননেতা ৰামেশ্বৰ ধানোৱাৰ দেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আজিৰ এই কাৰ্যসূচী ত বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য, বিশিষ্ট শিক্ষাবিদ দিলীপ ভট্টাচাৰ্য্য দেৱ, ডিগবৈ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মহেন্দ্ৰ ভৰালী বৰুৱা, বিশিষ্ট শিক্ষাবিদ আজমা বেগম বৰা, পৰিচালনা সমিতিৰ সদস্য বিৰাজ গগৈ আৰু অভিভাৱক শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী বৃন্দ উপস্থিত থাকে। আৰ.ডি. চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ সঞ্চালিকা চিমি ধানোৱাৰে ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে বক্তব্য প্ৰদান কৰে। সভাত উপস্থিত বিশিষ্ট ব্যক্তিসকলে ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে বক্তব্য আগবঢ়ায়। অধ্যক্ষ ড' দিব্যজ্যোতি দে ৰ লগতে প্ৰশাসনিক বিষয়া সকল, শিক্ষক শিক্ষয়িত্ৰী, ৱাৰ্ডেন, লিজী কৰ্মচাৰী, অভিভাৱক সকলৰ লগতে ছাত্ৰ ছাত্ৰীৰ উপস্থিতত দেশৰ গৌৰৱময় স্বাধীনতা দিৱস উদযাপন কৰি শ্বহীদ সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়। অনুষ্ঠানত বিদ্যালয়ৰ পৰা 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা প্ৰজ্ঞা স্পৃহা শইকীয়া আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা কাশ্যপ জ্যোতি বৰা ক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অধ্যক্ষ ড' দিব্যজ্যোতি দে শলাগৰ শৰাই আগবঢ়াই সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।

14/08/2026

Happy 80th Independence Day ! This is a humble effort by our Tiny Tots as a tribute to our motherland.

Jai Hind !

R.D. Senior Secondary School. Digboi

Congratulations 🎉
19/07/2026

Congratulations 🎉

Congratulations 🎉
18/07/2026

Congratulations 🎉


Congratulations 🎉
18/07/2026

Congratulations 🎉



সাফল্যৰ মাপকাঠীত কেতিয়াও দৰিদ্ৰতা হেঙাৰ হ'ব নোৱাৰে। এই কথা বাস্তৱ ৰূপ দিবলৈ সক্ষম হৈছে মাৰ্ঘেৰিটাৰ কেতেটং নিবাসী ওম কুম...
18/07/2026

সাফল্যৰ মাপকাঠীত কেতিয়াও দৰিদ্ৰতা হেঙাৰ হ'ব নোৱাৰে। এই কথা বাস্তৱ ৰূপ দিবলৈ সক্ষম হৈছে মাৰ্ঘেৰিটাৰ কেতেটং নিবাসী ওম কুমাৰী লিম্বু আৰু ফৌদে লিম্বুৰ একমাত্ৰ পুত্ৰ বিচু লিম্বুৱে।

বিচু লিম্বুৱে এইবাৰৰ সৰ্বভাৰতীয় NEET-UG 2026 পৰীক্ষাত ৬১০ নম্বৰ লাভ কৰি 99.63 Percentile অৰ্জন কৰি সমগ্ৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। কৃতী ছাত্ৰ বিচুৱে R.D. Senior Secondary School-ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাতো ৯১% লাভ কৰি উত্তীৰ্ণ হয়।

আৰ. ডি. চিনিয়ৰ চেকেণ্ডেৰী স্কুলে প্ৰতি বছৰে প্ৰায় 60 জন ছাত্ৰ ছাত্ৰীক Scholarship প্ৰদান কৰি আহিছে। 2024 চনত RDSSS এ দুবছৰ সম্পূৰ্ণ বিনামূলীয়া অধ্যয়নৰ বাবে বিচুক Scholarship প্ৰদান কৰিছিল। JEE Mains পৰীক্ষাত 97.21 Percentile আৰু অসম CEE 2026 পৰীক্ষাত ১৫তম স্থান (Rank 15) লাভ কৰি নিজৰ অসাধাৰণ মেধাৰ পৰিচয় দাঙি ধৰিছে।

আজি বিশিষ্ট সমাজকৰ্মী তথা আৰ ডি চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ ট্ৰাষ্টী সদস্য মনোজ ধানোৱাৰ সহ বিদ্যালয় পৰিয়ালৰ এটি দলে বিচুৰ ঘৰত উপস্থিত হৈ অভিনন্দন জ্ঞাপন কৰে। বিচুৰ সফলতাই নিষ্ঠা আৰু আত্মবিশ্বাসেৰে আগবাঢ়িবলৈ শিক্ষাৰ্থীসকলক সদায় অনুপ্ৰেৰণা যোগাব। ভৱিষ্যতে তেওঁ যাতে সু চিকিৎসক হিচাপে প্ৰতিষ্ঠিত হৈ মানৱ কল্যাণৰ হকে সেৱা আগবঢ়াব পাৰে তাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

A Two-Day Faculty Development Programme was conducted at R.D. Senior Secondary School with a large number of faculty mem...
14/07/2026

A Two-Day Faculty Development Programme was conducted at R.D. Senior Secondary School with a large number of faculty members in attendance.

The programme was designed to enhance academic excellence and promote quality education.

The event was graced by Dr. Dibyajyoti Dey, Principal and Mr. Manash Pratim Saikia, Sr. Administrator.

The participation and engagement of the learned faculty members was highly encouraging.

Address

Lachit Nagar
Digboi
786171

Alerts

Be the first to know and let us send you an email when R. D. Junior College, Lachit Nagar, Digboi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to R. D. Junior College, Lachit Nagar, Digboi:

Shortcuts

Share

Category