2 No Borbil LP School

Directions

2 No Borbil LP School Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from 2 No Borbil LP School, School, 2 no Borbil village, Digboi.

আজি বিদ্যালয়ত উদযাপন কৰা ৮০ সংখ্যক স্বাধীনতা দিৱসৰ কিছু আলোক চিত্র 🇮🇳
15/08/2026

আজি বিদ্যালয়ত উদযাপন কৰা ৮০ সংখ্যক স্বাধীনতা দিৱসৰ কিছু আলোক চিত্র 🇮🇳

বিদ্যালয়ৰ বিভিন্ন কাৰ্যৰ আলোক চিত্র।
04/07/2026

বিদ্যালয়ৰ বিভিন্ন কাৰ্যৰ আলোক চিত্র।

21/06/2026

12th International Yoga Day at our school🩵👼🌼🌸🍀🌿🌱✨✨🌞

20/06/2026
আজি বিদ্যালয়ত অভিভাবক সকলে আয়োজন কৰা * সম্প্ৰীতি ভোজনৰ* কিছু আলোক চিত্র।
20/06/2026

আজি বিদ্যালয়ত অভিভাবক সকলে আয়োজন কৰা * সম্প্ৰীতি ভোজনৰ* কিছু আলোক চিত্র।

আজি বিদ্যালয়ত অনুষ্ঠিত কৰা "কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱসৰ" কিছু আলোক চিত্র।
20/06/2026

আজি বিদ্যালয়ত অনুষ্ঠিত কৰা "কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱসৰ" কিছু আলোক চিত্র।

18/06/2026

শিক্ষাৰ লগত সৃষ্টিশীলতাৰ মিলন-আমাৰ ছাত্র -ছাত্রীৰ সুন্দৰ প্ৰয়াস 🩷

বিদ্যালয়ত ছাত্র ছাত্রী সকলে কৰা কামৰ বিভিন্ন আলোকচিত্র 🩷
18/06/2026

বিদ্যালয়ত ছাত্র ছাত্রী সকলে কৰা কামৰ বিভিন্ন আলোকচিত্র 🩷

সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত ২নং বৰবিল প্ৰাথমিক বিদ্যালয়ৰ পৰা পঢ়ি যোৱা প্ৰাক্তন ছাত্র ছাত্রী শ্ৰী ৰাহুল মুৰ্ম্ম...
29/04/2026

সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত ২নং বৰবিল প্ৰাথমিক বিদ্যালয়ৰ পৰা পঢ়ি যোৱা প্ৰাক্তন ছাত্র ছাত্রী শ্ৰী ৰাহুল মুৰ্ম্ম (৫৬%) , শ্ৰী মতী লাকী শইকীয়া (৯১℅), শ্ৰী মতী শিখামনি ৰয় (৭২%) আৰু শ্ৰী মতী সোনালী খনিকৰ (৬৯%) সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই অনাত তেওঁলোকক আজি বিদ্যালয় তৰফৰ পৰা আন্তৰিক অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰা হয়। অনুষ্ঠানত এই বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা শ্ৰী প্ৰনৱ কুমাৰ বৰুৱা চাৰ আৰু শ্ৰী মতী বৰ্ণালী গোৱালা বাইদেউ উপস্থিত থাকি অভিনন্দন জ্ঞাপন কৰে । উক্ত অনুষ্ঠানৰ কিছু স্থিৰ চিত্ৰ মুখ পুথিত সাঁচি ৰাখিলো 🩷

13/04/2026

বিহুৰ বতৰ 😍

Address

2 No Borbil Village
Digboi
786171

Website

Alerts

Be the first to know and let us send you an email when 2 No Borbil LP School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category