বৰজান বনগাঁও প্ৰাথমিক বিদ্যালয়

  • Home
  • India
  • Digboi
  • বৰজান বনগাঁও প্ৰাথমিক বিদ্যালয়

বৰজান বনগাঁও প্ৰাথমিক বিদ্যালয় Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from বৰজান বনগাঁও প্ৰাথমিক বিদ্যালয়, School, বৰজান বনগাঁও, ডাক ঘৰ: বালিজান, Digboi.

২০২৫ বৰ্ষৰ সৰস্বতী পূজাৰ কিছু স্থিৰচিত্ৰ
03/02/2025

২০২৫ বৰ্ষৰ সৰস্বতী পূজাৰ কিছু স্থিৰচিত্ৰ

২০২৫ বৰ্ষৰ গুণোৎসৱৰ কিছু স্মৃতি
22/01/2025

২০২৫ বৰ্ষৰ গুণোৎসৱৰ কিছু স্মৃতি

২০২৪ বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱস লগতে গ্ৰীষ্মকালীন শিবিৰৰ আয়োজনৰ প্ৰথম দিন
05/06/2024

২০২৪ বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱস লগতে গ্ৰীষ্মকালীন শিবিৰৰ আয়োজনৰ প্ৰথম দিন

বিদ্যালয়ত আয়োজিত সৰস্বতী পূজা ২০২৪ কিছু দৃশ্যাংশ। আজিৰ দিনটোত প্ৰাক্তন ছাত্র ছাত্রীসকলৰ উদ্যোগত বিভিন্ন খেল-ধেমালি অনু...
14/02/2024

বিদ্যালয়ত আয়োজিত সৰস্বতী পূজা ২০২৪ কিছু দৃশ্যাংশ। আজিৰ দিনটোত প্ৰাক্তন ছাত্র ছাত্রীসকলৰ উদ্যোগত বিভিন্ন খেল-ধেমালি অনুষ্ঠিত কৰা হয়।

গুণোৎসৱ ২০২৪
13/01/2024

গুণোৎসৱ ২০২৪

বিষ্ণুৰাভা দিৱস উদযাপনৰ কিছু দৃশ্যাবলী, বৰজান বনগাঁও প্ৰাথমিক বিদ্যালয়
20/06/2023

বিষ্ণুৰাভা দিৱস উদযাপনৰ কিছু দৃশ্যাবলী, বৰজান বনগাঁও প্ৰাথমিক বিদ্যালয়

২০২২-২৩ বৰ্ষত অনুষ্ঠিত হোৱা গুণোৎসৱত A+ পাবলৈ পালো। বিদ্যালয়ৰ ছাত্র ছাত্ৰী, অভিভাৱক অভিভাৱিকা, মাতৃগোট লগতে শিক্ষক শিক্...
25/04/2023

২০২২-২৩ বৰ্ষত অনুষ্ঠিত হোৱা গুণোৎসৱত A+ পাবলৈ পালো। বিদ্যালয়ৰ ছাত্র ছাত্ৰী, অভিভাৱক অভিভাৱিকা, মাতৃগোট লগতে শিক্ষক শিক্ষয়িত্ৰী তথা বৰজান বনগাঁও ৰাইজৰ প্ৰচেষ্টাত এই ফলাফল লাভ কৰিবলৈ সক্ষম হৈছো। এইচেগতে সকলোলৈকে আন্তৰিক ধন্যবাদ জনাইছোঁ।

13/04/2023
বহাগী আদৰণি, বৰজান বনগাঁও প্ৰাথমিক বিদ্যালয়। ১৩/০৪/২০২৩
13/04/2023

বহাগী আদৰণি, বৰজান বনগাঁও প্ৰাথমিক বিদ্যালয়। ১৩/০৪/২০২৩

বৰজান বনগাঁও প্ৰাথমিক বিদ্যালয়ৰ চতুর্থ আৰু পঞ্চম ছাত্ৰ ছাত্ৰীৰ নাজিৰাটিং ভ্ৰমণ লগতে বনভোজ।
20/02/2023

বৰজান বনগাঁও প্ৰাথমিক বিদ্যালয়ৰ চতুর্থ আৰু পঞ্চম ছাত্ৰ ছাত্ৰীৰ নাজিৰাটিং ভ্ৰমণ লগতে বনভোজ।

20/02/2023
14/02/2023

ৰাইজৰ উৎসৱত আমাৰ বিদ্যালয়ৰ ছাত্র ছাত্ৰীৰ নৃত্য

Address

বৰজান বনগাঁও, ডাক ঘৰ: বালিজান
Digboi

Website

Alerts

Be the first to know and let us send you an email when বৰজান বনগাঁও প্ৰাথমিক বিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category