ৰূপালী জয়ন্তী Silver Jubilee Celebration - NAJV নীলমণি আদৰ্শ জাতীয় বিদ্যালয়

  • Home
  • India
  • Dibrugarh
  • ৰূপালী জয়ন্তী Silver Jubilee Celebration - NAJV নীলমণি আদৰ্শ জাতীয় বিদ্যালয়

ৰূপালী জয়ন্তী Silver Jubilee Celebration - NAJV নীলমণি আদৰ্শ জাতীয় বিদ্যালয় গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ উদ্‌যাপন | ২০২৫-২৬
নীলমণি আদৰ্শ জাতীয় বিদ্যালয় ||
Silver Jubilee Year Celebration 》25 Years of Excellence

26/07/2026
📌বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সংস্থাই শিৱসাগৰ, চৰাইদেউ জিলাত বান সাহাৰ্য অভিযানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আপুনিও যদি সহায়...
25/07/2026

📌বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সংস্থাই শিৱসাগৰ, চৰাইদেউ জিলাত বান সাহাৰ্য অভিযানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আপুনিও যদি সহায় কৰিব বিচাৰে; তলত দিয়া নম্বৰত যোগাযোগ কৰি দিব পাৰিব।

9101334757
9864944792

ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া শিক্ষানুষ্ঠানখনিয়ে অঞ্চলটোৰ ভিতৰতে ব্যতিক্ৰমী ৰূপত উন্নত মানৰ শিক্ষা প্ৰদান আৰু ধাৰাবাহিক ঈ...
18/12/2025

ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া শিক্ষানুষ্ঠানখনিয়ে অঞ্চলটোৰ ভিতৰতে ব্যতিক্ৰমী ৰূপত উন্নত মানৰ শিক্ষা প্ৰদান আৰু ধাৰাবাহিক ঈৰ্ষণীয় সফলতা লাভৰ জৰিয়তে সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ লগতে সফল অনুষ্ঠান ৰূপে গঢ় দিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে, ২০২০ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰে ছাত্ৰ মানস উত্তম নেওগে ৰাজ্যিক পঞ্চম স্থান লাভ কৰি গৌৰৱ বুটলি আনিছিল।

Nilmoni Adarsha Jatiya Vidyalaya ৰূপালী জয়ন্তী Silver Jubilee Celebration - NAJV নীলমণি আদৰ্শ জাতীয় বিদ্যালয় Najv Ian Nabajyoti Borah

ধাৰাবাহিক বিদ্যায়তনিক সাফল্য আৰু উন্নতমানৰ শিক্ষা প্ৰদানৰ জৰিয়তে বিদ্যালয়খনে বিভিন্ন কৃতিত্ব অৰ্জন কৰিছে। শিক্ষাৰ্থীৰ সৰ্বতোপ্ৰকাৰ বিকাশৰ প্ৰতি সদা দায়বদ্ধ শিক্ষানুষ্ঠানখনিয়ে গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষত ভৰি দি সগৌৰৱে জিলিকি আছে।

২০২৬-২৭ শিক্ষাবৰ্ষৰ নামভৰ্তিকৰণৰ বাবে আজিয়েই প-পত্ৰ সংগ্ৰহ কৰক।

সীমিত সংখ্যক আসনহে উপলব্ধ ।
শীঘ্ৰেই যোগাযোগ কৰক ।।

যোগাযোগ : ৯১০১০০৮২৯২, ৬০০১২৭৭৪৮৮

News | Silver Jubilee Year Celebration | Opening Ceremony | NAJV
24/11/2025

News | Silver Jubilee Year Celebration | Opening Ceremony | NAJV

17/11/2025

ৰূপালী জয়ন্তী Silver Jubilee Celebration - NAJV নীলমণি আদৰ্শ জাতীয় বিদ্যালয় 𝐍𝐢𝐥𝐦𝐨𝐧𝐢 𝐀𝐝𝐚𝐫𝐬𝐡𝐚 𝐉𝐚𝐭𝐢𝐲𝐚 𝐕𝐢𝐝𝐲𝐚𝐥𝐚𝐲𝐚

পতাকা উত্তোলন | ৰূপালী জয়ন্তী বৰ্ষ উদ্বোধনী অনুষ্ঠান

বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভণি ৰূপালী জয়ন্তী বৰ্ষৰ | নীলমণি আদৰ্শ জাতীয় বিদ্যালয় ।।একক, অদ্বিতীয় আৰু অনন্য ৰূপত জিলিকি উঠিল ...
17/11/2025

বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভণি ৰূপালী জয়ন্তী বৰ্ষৰ | নীলমণি আদৰ্শ জাতীয় বিদ্যালয় ।।

একক, অদ্বিতীয় আৰু অনন্য ৰূপত জিলিকি উঠিল বিদ্যালয়ৰ বাকৰি। বিদ্যালয়ৰ প্ৰাঙ্গণত উখল-মাখল তথা গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত সগৌৰৱে উৰি ৰ'ল ৰূপালী নিচান … বৈ গ'ল অলেখ স্মৃতিৰ সুৱাস!

অনুষ্ঠানটি সফল কৰি তোলা প্ৰতিজনলৈ কৃতজ্ঞতা…

ৰূপালী জয়ন্তী Silver Jubilee Celebration - NAJV নীলমণি আদৰ্শ জাতীয় বিদ্যালয়


 গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ| ২০২৫-২৬𝐍𝐢𝐥𝐦𝐨𝐧𝐢 𝐀𝐝𝐚𝐫𝐬𝐡𝐚 𝐉𝐚𝐭𝐢𝐲𝐚 𝐕𝐢𝐝𝐲𝐚𝐥𝐚𝐲𝐚
14/11/2025


গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ| ২০২৫-২৬


𝐍𝐢𝐥𝐦𝐨𝐧𝐢 𝐀𝐝𝐚𝐫𝐬𝐡𝐚 𝐉𝐚𝐭𝐢𝐲𝐚 𝐕𝐢𝐝𝐲𝐚𝐥𝐚𝐲𝐚


গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ  #উদ্বোধনী_অনুষ্ঠান | ২০২৫-২৬𝐍𝐢𝐥𝐦𝐨𝐧𝐢 𝐀𝐝𝐚𝐫𝐬𝐡𝐚 𝐉𝐚𝐭𝐢𝐲𝐚 𝐕𝐢𝐝𝐲𝐚𝐥𝐚𝐲𝐚 মুখ্য অতিথি - ড° প্...
14/11/2025

গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ #উদ্বোধনী_অনুষ্ঠান | ২০২৫-২৬
𝐍𝐢𝐥𝐦𝐨𝐧𝐢 𝐀𝐝𝐚𝐫𝐬𝐡𝐚 𝐉𝐚𝐭𝐢𝐲𝐚 𝐕𝐢𝐝𝐲𝐚𝐥𝐚𝐲𝐚

মুখ্য অতিথি - ড° প্ৰাঞ্জল বুঢ়াগোঁহাই | ডিব্ৰুগড় বিশ্ববিদ্যালয় ।।

সকলোৰে উপস্থিতি আৰু অংশগ্ৰহণ কামনা কৰিলোঁ।।

Address

Nilmoni, Tingkhong
Dibrugarh

Alerts

Be the first to know and let us send you an email when ৰূপালী জয়ন্তী Silver Jubilee Celebration - NAJV নীলমণি আদৰ্শ জাতীয় বিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category