Central TAI Academy Pathaku

Central TAI Academy Pathaku

Share

A Tai Ahom Language & Cultural Teaching , Training, Research Center established in 1964 AD.

Photos from Central TAI Academy Pathaku's post 27/12/2025

Tai Language Doploma's annual examination 2025 held at CTA Patsaku, Charaideo, Assam, India..

Few photos of student's appearing the examination.

04/05/2025

সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ একাডেমিৰ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱাৰ ফলাফল ১০০ % ।।

Photos from Central TAI Academy Pathaku's post 22/12/2024

We are along with a Group of student's final year 2024 Tai Language batch C.T.A, PAT HA KU..

Photos from Central TAI Academy Pathaku's post 01/12/2024

একাডেমিৰ প্ৰতিষ্ঠা কালৰ ছাত্ৰ তথা পৰৱৰ্তী সময়ৰ শিক্ষক, শিল্পী পেঞ্চনাৰ, তাই সংস্কৃতিৰ পণ্ডিত ডাম চাও সৰ্বেশ্বৰ হাতীবৰুৱা দেৱৰ যোৱা ২৮ নৱেম্বৰ ২০২৪ তাৰিখে ডাম হয়।

Photos from Central TAI Academy Pathaku's post 13/10/2024

An annual General meeting held by ASSAM TAO COUNCIL at Central TAI Academy Pathaku on 11th October..

07/03/2024

লেখনি কাকত অৰুনোদই, প্ৰকাশ কাল এপ্ৰিল ১৮৪৯। শিৰোনাম- দুটা ইষ্ট মানুহৰ কথা

ইটৰ-সিটৰ বৰ চেনেহেৰে এনে ইষ্ট মানুহ দুটা ধন ঘটিবলৈ আন দেসলৈ গল। পাচে তাৰে এটাই বাটৰ মাজত সত্ৰুএ থোআ এটা পাত্ৰত অনেক মোহৰ সোন পালে, সোন হাতত তুলি ইটই সিটত কলে, বোলে, হেৰা সখি , এই বাট দি আহি মনৰ ইচাৰ দৰেৰে অৰ্থ লাভ হল, আৰো চোআ অনেক মোহৰ সোন বাটৰ মাজত পালোঁ। ইটে বুলিলে, বোলে, আমাৰ বৰ ভাগ্য়, কিয়নো একো স্ৰম ন কৰাকৈএ জে অৰ্থ পালোঁ ক। সোন পোআটে কলে, বোলে,হে সখি, আমাৰ ভাগ্য এই কথা ন কবা, কিয়নো সোন মই অকলৈহে পাইচোঁ, মোৰহে ভাল ভাগ্য, আমাৰ ন হই, কিয়নো এই সোনত তোমাৰ ভাগ নাই কিয়া। এনেতে সেই সোনৰ গৰাকি সত্ৰুবোৰ আহি দুয়ো সখিএকক ধৰিবলৈ জোৱাত সোন পোআতে কলে বোলে, হে সখি, আমি সত্ৰুৰ হাতত পৰিলোঁ হবলা ? আমাৰ জান এতিয়া মাৰিব। তেতিয়াই ইতে কলে, হেয়ে সখি , এতিয়া আমি দুয়ো কিয় বোলা, অকল তুমি সোন পাইচা তোমাক মাৰিব।

তাৰ অৰ্থ অেয়ে সুখৰ ভাগ দিবলৈ ইচা ন কৰে দুখ দিবলৈহে ইচা কৰে তাক ইষ্ট নো বোলে।।

Photos from Central TAI Academy Pathaku's post 05/01/2024

আজি ৫ জানুৱাৰী তাৰিখে একাডেমিলৈ অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু, কেবিনেট মিনিষ্টাৰ যোগেন মহন, টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোহাঁই, জিলা শিক্ষা বিষয়া মহোদয়ানী আদিৰ লগতে বহুকেইজন গন্য-মান্য ব্যক্তি সভাত উপস্থিত থাকে।

Photos from Central TAI Academy Pathaku's post 04/01/2024

A quick review of CTA ..

27/08/2023

আজি ইং ২৭ আগষ্ট তাৰিখে “কেন্দ্ৰীয় তাই একাডেমি পাটসাঁকো” পৰিচালনা সমিতিৰ সন্মানীয় বিষয়ববীয়া সকলৰ সতে এখন বিশেষ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয়।

Photos from Central TAI Academy Pathaku's post 06/11/2022

Today news...

Want your school to be the top-listed School/college in Dibrugarh?

Click here to claim your Sponsored Listing.

Location

Telephone

Website

Address


Patsaku-Sonari Road, Sibságar Road
Dibrugarh
785676

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm