Pre-Primary Teacher Training Centre, Dibrugarh

Pre-Primary Teacher Training Centre, Dibrugarh Teacher Training Institute

21/08/2024
অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সৌজন্যত, ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমৰ সহযোগিতাত ডিব্ৰুগড়ত অ...
21/08/2024

অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সৌজন্যত, ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমৰ সহযোগিতাত ডিব্ৰুগড়ত অৱস্থিত প্ৰাক্ -প্ৰাথমিক শিক্ষয়িত্ৰী প্ৰশিক্ষণ কেন্দ্ৰত ১৯/৪/২০২৪ তাৰিখে আমৰ আদৰ্শ, পণ্ডিত প্ৰবৰ, অসম গৌৰৱ, ড০ নগেন শইকীয়া ছাৰৰ বন্তি প্ৰজ্বলন আৰু উদ্বোধনী ভাষণেৰে ৰাষ্ট্ৰীয় শিক্ষানীতি (২০২০)ৰ আধাৰত অংগনবাড়ী কৰ্মীসকলৰ বাবে (১০+২ উৰ্ধৰ) "প্ৰাক্ শৈশৱকালীন যতন আৰু শিক্ষা " ৰ ছমহীয়া পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰা হয়। এই অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ড০ সমীৰণ বৰা অনুষ্ঠানৰ অধ্যক্ষা অলি খনিকৰ, চি.ডি.পি.অ. supervisor, অংগনবাড়ী কৰ্মী সকল উপস্থিত থাকে।

Address

Tulshi Gaon Road
Dibrugarh
786003

Website

Alerts

Be the first to know and let us send you an email when Pre-Primary Teacher Training Centre, Dibrugarh posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share