Teporguri LP School

Teporguri LP School Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Teporguri LP School, School, Dibrugarh.

পানী আৰু শক্তি সঞ্চয়ৰ বিষয়ে ছাত্ৰ ছাত্ৰীক এটা ধাৰণা দিয়া হয়। এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী সকলক তেওঁলোকৰ কৰণীয় কামৰ বিষয...
10/06/2024

পানী আৰু শক্তি সঞ্চয়ৰ বিষয়ে ছাত্ৰ ছাত্ৰীক এটা ধাৰণা দিয়া হয়। এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী সকলক তেওঁলোকৰ কৰণীয় কামৰ বিষয়ে বুজাই দিয়া হয়।।

আৱৰ্জনা নিষ্কাশন কাৰ্যসূচী।।
10/06/2024

আৱৰ্জনা নিষ্কাশন কাৰ্যসূচী।।

ছাত্ৰ ছাত্ৰীৰ দ্বাৰা বৈদ্যুতিক আৱৰ্জনা (e- waste) সংগ্ৰহ। ।
07/06/2024

ছাত্ৰ ছাত্ৰীৰ দ্বাৰা বৈদ্যুতিক আৱৰ্জনা (e- waste) সংগ্ৰহ। ।

বৈদ্যুতিক আৱৰ্জনা (e- waste) হ্ৰাস কৰাৰ উদ্দেশ্যে ছাত্ৰ ছাত্ৰীৰ মাজত পোষ্টাৰ বনোৱা প্ৰতিযোগিতা।।
07/06/2024

বৈদ্যুতিক আৱৰ্জনা (e- waste) হ্ৰাস কৰাৰ উদ্দেশ্যে ছাত্ৰ ছাত্ৰীৰ মাজত পোষ্টাৰ বনোৱা প্ৰতিযোগিতা।।

শাকৰ পুলি ৰোপণ কৰি থকাৰ অৱস্থাত  এগৰাকী  ছাত্ৰী।।
07/06/2024

শাকৰ পুলি ৰোপণ কৰি থকাৰ অৱস্থাত এগৰাকী ছাত্ৰী।।

Kitchen Garden তৈয়াৰ কৰাত  ব্যস্ত কেইজনমান  ছাত্ৰ। ।
07/06/2024

Kitchen Garden তৈয়াৰ কৰাত ব্যস্ত কেইজনমান ছাত্ৰ। ।

ছাত্ৰ ছাত্ৰীৰ  দ্বাৰা বৃক্ষৰোপন। ।
07/06/2024

ছাত্ৰ ছাত্ৰীৰ দ্বাৰা বৃক্ষৰোপন। ।

৫ জুন, ২০২৪ তাৰিখে গ্ৰীষ্মকালীন শিবিৰৰ আৰম্ভণি হয়।
07/06/2024

৫ জুন, ২০২৪ তাৰিখে গ্ৰীষ্মকালীন শিবিৰৰ আৰম্ভণি হয়।

৫ জুন, ২০২৪ । বিশ্ব পৰিৱেশ দিৱস উদযাপন ।
07/06/2024

৫ জুন, ২০২৪ । বিশ্ব পৰিৱেশ দিৱস উদযাপন ।

Address

Dibrugarh

Website

Alerts

Be the first to know and let us send you an email when Teporguri LP School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category