No. 92 Sologuri Gondhia LPS

No. 92 Sologuri Gondhia LPS Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from No. 92 Sologuri Gondhia LPS, Elementary School, 2 No Deogharia, Dibrugarh.

৭ জুন,২০২৪ শুক্ৰবাৰ গ্ৰীষ্মকালীন শিবিৰৰ তৃতীয় দিনTheme-" Reduce E-Waste"তৃতীয় দিনৰ কাৰ্যসূচী অনুসৰি ছাত্ৰ -ছাত্ৰী সকলক...
08/06/2024

৭ জুন,২০২৪ শুক্ৰবাৰ
গ্ৰীষ্মকালীন শিবিৰৰ তৃতীয় দিন
Theme-" Reduce E-Waste"
তৃতীয় দিনৰ কাৰ্যসূচী অনুসৰি ছাত্ৰ -ছাত্ৰী সকলক E-Waste সমূহৰ লগত চিনাকি কৰাই দিয়াৰ লগতে তেওঁলোকে এই সামগ্ৰী সমূহ ক'ত পেলাব লাগে বা কেনে ধৰণে সংৰক্ষণ কৰিব পাৰি সেই সম্পৰ্কে তেওঁলোকৰ আগত দাঙি ধৰা হয়।

৬ জুন,২০২৪ বৃহস্পতিবাৰ  গ্ৰীষ্মকালীন শিবিৰৰ দ্বিতীয় দিন Theme-"Adopt Sustainable Food"দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি ছা...
07/06/2024

৬ জুন,২০২৪ বৃহস্পতিবাৰ
গ্ৰীষ্মকালীন শিবিৰৰ দ্বিতীয় দিন
Theme-"Adopt Sustainable Food"
দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি ছাত্ৰ- ছাত্ৰী সকলে বিদ্যালয়ৰ শাক- পাচলি বাগিছাৰ চাফ- চিকুন কৰাৰ লগতে বিদ্যালয়ত তৈয়াৰ কৰা পচনসাৰ সমূহ বাগিছাখনত থকা পুলি সমূহত দিয়ে । তেওঁলোকে কেনেধৰনে শাক পাচলি সমূহৰ যত্ন ল'ব লাগে , তাৰে তেওঁলোকৰ শিক্ষক- শিক্ষয়িত্ৰী সকলৰ পৰা জানিব পাৰে।

৫ জুন,২০২৪ তাৰিখ বুধবাৰে  বিদ্যালয়ৰ চৌহদত বিশ্ব পৰিৱেশ দিৱস উদযাপন আৰু গ্ৰীষ্মকালীন শিবিৰৰ প্ৰথম দিনাৰ কাৰ্য্যসূচী আৰম্...
07/06/2024

৫ জুন,২০২৪ তাৰিখ বুধবাৰে বিদ্যালয়ৰ চৌহদত বিশ্ব পৰিৱেশ দিৱস উদযাপন আৰু গ্ৰীষ্মকালীন শিবিৰৰ প্ৰথম দিনাৰ কাৰ্য্যসূচী আৰম্ভ কৰা হয়। প্ৰথম দিনাৰ কাৰ্য্যসূচী Theme - "Adopt Healthy Lifestyle" । ছাত্ৰ - ছাত্ৰীৰ লগতে তেওঁলোকৰ অভিভাৱক আৰু বিদ্যালয়ৰ শিক্ষক - শিক্ষয়িত্ৰী সকলে বিদ্যালয়ৰ চাফ - চিকুনতা আৰু বৃক্ষ ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ইয়াৰ লগতে সকলোৱে মিলি LIFE শপত লয় আৰু বিদ্যালয়ৰ লগতে চাৰিও কাষৰ পৰিৱেশটো চাফ- চিকুন কৰি ৰাখিবলৈ সংকল্প লয়।

Address

2 No Deogharia
Dibrugarh
786613

Website

Alerts

Be the first to know and let us send you an email when No. 92 Sologuri Gondhia LPS posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share