Tengakhat Jatiya Vidyalaya Alumini Association

Tengakhat Jatiya Vidyalaya Alumini Association Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Tengakhat Jatiya Vidyalaya Alumini Association, School, tengakhat duliajan Road, Dibrugarh.

টেঙাখাতত আনন্দৰ জোৱাৰ ৷হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম স্হান দখল কৰি ইতিহাস ৰচিলে টেঙাখাত জাতীয় বিদ্যালয়ৰ  ছাত্ৰী এনিকংক...
08/06/2022

টেঙাখাতত আনন্দৰ জোৱাৰ ৷হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম স্হান দখল কৰি ইতিহাস ৰচিলে টেঙাখাত জাতীয় বিদ্যালয়ৰ ছাত্ৰী এনিকংকনা গগৈয়ে ৷

Respected our founder Principal Lakhinath Sharma Sir.
12/08/2020

Respected our founder Principal Lakhinath Sharma Sir.

12/08/2020

টেঙাখাত জাতীয় বিদ্যালয় সমূহ প্ৰাক্তন ছাত্র-ছাত্ৰী সকলক বিদ্যালয় খনৰ লগত জড়িত, তেওঁলোকৰ লগত বৰ্তমানে থকা শেহতীয়া ফটোসমূহ পৃষ্ঠাটোত সম্পাদন কৰিবলৈ অনুৰোধ জনালোঁ।

09/09/2019

#শেষ_বিদায়

যাৰ হাতত হাত ধৰি শিক্ষা জীৱনৰ প্ৰথম আদিপাঠ অ আ ক খ লিখিব আৰু পঢ়িব শিকিছিলো সেইগৰাকী #ফুল_বাইদেউ আজি ৯ চেপ্তেম্বৰ ২০১৯ তাৰিখে পুৱা আমাক সকলোকে কন্দুৱাই কোনোবা অজান দেশলৈ গুচি গ'ল।কিছুদিন ধৰি অসুস্থ থকা বাইদেউৰ অকাল বিয়োগত আমাৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তৰফৰ পৰা শেষ শ্ৰদ্ধাঞ্জলি জনালোঁ আৰু বিদেহী আত্মাই চিৰশান্তি লাভ কৰক তাৰ কামনা কৰিলোঁ।

to all TJVian are invited
14/10/2018

to all TJVian are invited

10/10/2018
our respected principal Mr. Lakhinath Sharma Sir and respected teachers
17/09/2018

our respected principal Mr. Lakhinath Sharma Sir and respected teachers

Address

Tengakhat Duliajan Road
Dibrugarh

Website

Alerts

Be the first to know and let us send you an email when Tengakhat Jatiya Vidyalaya Alumini Association posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category