Dibrugarh Jatiya Vidyalaya

Dibrugarh Jatiya Vidyalaya ডিব্ৰুগড় জাতীয় বিদ্যালয় : লক্ষ্য আৰু আদৰ্শ
মাতৃভাষাত শিক্ষা প্ৰদান।

আপোনাৰ সন্তানৰ সফলতাৰ আৰম্ভণিৰ  সঠিক পথ হিচাপে নিৰ্বাচিত কৰক "ডিব্ৰুগড় জাতীয় বিদ্যালয় " ।
05/10/2025

আপোনাৰ সন্তানৰ সফলতাৰ আৰম্ভণিৰ সঠিক পথ হিচাপে নিৰ্বাচিত কৰক "ডিব্ৰুগড় জাতীয় বিদ্যালয় " ।

প্ৰিয় শিক্ষাৰ্থী আৰু অভিভাৱকবৃন্দ,নতুন শিক্ষাবর্ষ ২০২৬-২৭ৰ বাবে নামভৰ্তিৰ বাবে যোগাযোগ কৰক । ন্যায় আৰু সততাৰ প্ৰয়াসেৰ...
05/10/2025

প্ৰিয় শিক্ষাৰ্থী আৰু অভিভাৱকবৃন্দ,
নতুন শিক্ষাবর্ষ ২০২৬-২৭ৰ বাবে নামভৰ্তিৰ বাবে যোগাযোগ কৰক । ন্যায় আৰু সততাৰ প্ৰয়াসেৰে আগুৱাই নিয়া আমাৰ ডিব্ৰুগড় জাতীয় বিদ্যালয়ত নামভৰ্তি আৰম্ভ হৈছে। যʼত শিক্ষা আনন্দদায়ক হয় আৰু সফলতা অভ্যাসত পৰিণত হয় । 🙏

10/09/2025
10/09/2025
10/09/2025

শিক্ষক দিৱসৰ উপলক্ষে ছাত্ৰ ছাত্ৰী সকলে আয়োজন কৰা বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ ভাল লগা মূহুৰ্ত সমূহ।

03/07/2025

গৰম বন্ধৰ দিন কেইটাত ছাত্ৰ ছাত্ৰী সকলে কিদৰে সময় বোৰ গুণগত ভাবে , বিভিন্ন ক্ৰিয়াকলাপৰ দ্বাৰা পাৰ কৰিব পাৰি, সেই বিষয়ত ডিব্ৰুগড় জাতীয় বিদ্যালয়ৰ সঞ্চালক প্ৰধানৰ দুই এষাৰ।

03/07/2025

ডিব্ৰুগড় জাতীয় বিদ্যালয়ৰ সঞ্চালক প্ৰধানৰ Desk ৰ পৰা। 👆🙏

ডিব্ৰুগড় জাতীয় বিদ্যালয়ৰ সঞ্চালক প্ৰধান, আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউ। 🌞
30/06/2025

ডিব্ৰুগড় জাতীয় বিদ্যালয়ৰ সঞ্চালক প্ৰধান, আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউ। 🌞

Address

Mancotta Tepor Gaon (Near Doordarsan Kendra)
Dibrugarh
786003

Telephone

7086020072

Website

Alerts

Be the first to know and let us send you an email when Dibrugarh Jatiya Vidyalaya posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category