Sepon College

Sepon College Official page of Sepon College & Sepon Senior Secondary school
(1)

09/05/2026
চেপন মহাবিদ্যালয়ৰ গৌৰৱ........
28/04/2026

চেপন মহাবিদ্যালয়ৰ গৌৰৱ........

28/04/2026

সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল,২৬ ত চেপন মহাবিদ্যালয়ে বিগত বছৰ সমূহৰ দৰেই এইবাৰো কলা আৰু বিজ্ঞান দুয়োটা শাখাতে সুন্দৰ ফলাফলৰ লগতে ১০০% উত্তীৰ্ণৰে উজ্জ্বলি উঠিবলৈ সক্ষম হ'ল।

চেপন মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষ পৰীক্ষা,২৬ ৰ ফলাফলত আজি আমি চেপন মহাবিদ্যালয়ৰ পৰিয়াল অত্যন্ত সুখী হৈছো।গৌ...
28/04/2026

চেপন মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষ পৰীক্ষা,২৬ ৰ ফলাফলত আজি আমি চেপন মহাবিদ্যালয়ৰ পৰিয়াল অত্যন্ত সুখী হৈছো।গৌৰৱ অনুভৱ কৰিছো মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ ফলাফলক লৈ। সংগ্ৰাম তথা কঠোৰ শ্ৰম কৰিব পৰা আমাৰ শিক্ষাৰ্থীসকলে মহাবিদ্যালয়খনৰ আৰম্ভণিৰপৰা সেই একেই গৌৰৱৰ ধাৰা আজিও *কলা আৰু বিজ্ঞান* দুয়োটা শাখাতে ১০০% উত্তীৰ্ণৰে জিলিকাই ৰাখিবলৈ সক্ষম হ'ল।আজি এই গৌৰৱৰ ক্ষণ কঢ়িয়াই অনা প্ৰত্যেকজন মৰমৰ ছাত্র-ছাত্ৰীক অফুৰন্ত মৰম আৰু শুভেচ্ছা জনাইছোঁ।লগতে মহাবিদ্যালয়ৰ প্ৰত্যেকজন শিক্ষক-কৰ্মচাৰীৰ কষ্টক সন্মান জনাই তেওঁলোকলৈও শুভেচ্ছা আৰু ধন্যবাদ জনাইছোঁ।

23/04/2026

চেপন মহাবিদ্যালয়ৰ নৱম আৰু একাদশ শ্ৰেণীৰ নামভৰ্তি চলি আছে, গতিকে আপোনাৰ সন্তানটিৰ বাবে প্ৰ-পত্ৰ সংগ্ৰহ কৰক......

আজি ঘোষণা হোৱা চেপন চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ২০২৬ ৰ ফলাফল...সকলো শিক্ষাৰ্থীক জনাইছোঁ আন্তৰিক...
10/04/2026

আজি ঘোষণা হোৱা চেপন চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ২০২৬ ৰ ফলাফল...সকলো শিক্ষাৰ্থীক জনাইছোঁ আন্তৰিক মৰম আৰু অভিনন্দন.....

Super-30 ৰ সুবিধা লাভ কৰিবলৈ আবেদন কৰক.....
27/03/2026

Super-30 ৰ সুবিধা লাভ কৰিবলৈ আবেদন কৰক.....

কালি ০৯/০৩/২০২৬ তাৰিখে হোৱা এক আকস্মিক পথ দুৰ্ঘটনাত চেপন অঞ্চলৰ এজন সক্ৰিয় সমাজকৰ্মী,চেপন মহাবিদ্যালয় পৰিচালনা সমিতিৰ সদ...
10/03/2026

কালি ০৯/০৩/২০২৬ তাৰিখে হোৱা এক আকস্মিক পথ দুৰ্ঘটনাত চেপন অঞ্চলৰ এজন সক্ৰিয় সমাজকৰ্মী,চেপন মহাবিদ্যালয় পৰিচালনা সমিতিৰ সদস্য সম্ৰাট ঘোষ ডাঙৰীয়াই ইহলীলা সম্বৰণ কৰে।তেখেতৰ বিয়োগে সমগ্ৰ চেপন অঞ্চলৰ লগতে চেপন মহাবিদ্যালয়ৰ পৰিয়ালকো শোকস্তব্ধ কৰি তোলে।তেখেতৰ সুদূৰপ্ৰসাৰী চিন্তাধাৰাই মহাবিদ্যালয়খনলৈ আগবঢ়াই যোৱা অৱদান চেপন মহাবিদ্যালয়ৰ ইতিহাসত সদায়ে স্মৰণীয় হোৱাৰ লগতে প্ৰতিজন সদস্যৰ বুকুত তেওঁৰ নাম খোদিত হৈ ৰ'ব।এই শোকৰ ক্ষণত তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে তেখেতৰ পৰিয়ালবৰ্গক শক্তি দিবৰ বাবে ইশ্বৰৰ ওপৰত প্ৰাৰ্থনা জনাইছোঁ।

09/03/2026

উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত অন্তৰ্ভুক্ত "বিহু" বিষয়ৰ ব্যৱহাৰিক(Practical)পৰীক্ষাত আমাৰ ছাত্ৰ-ছাত্ৰীসকল....

Address

Sepon, Ghagaripool
Dibrugarh
785673

Opening Hours

Monday 8:30am - 3pm
Tuesday 8:30am - 3pm
Wednesday 8:30am - 3pm
Thursday 8:30am - 3pm
Friday 8:30am - 3pm
Saturday 8:30am - 3pm

Telephone

+917002966199

Website

Alerts

Be the first to know and let us send you an email when Sepon College posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Sepon College:

Shortcuts

Share

Category