পানীবিল নিম্ন প্ৰাথমিক বিদ্যালয় , ডিব্ৰুগড় ।

  • Home
  • India
  • Dibrugarh
  • পানীবিল নিম্ন প্ৰাথমিক বিদ্যালয় , ডিব্ৰুগড় ।

পানীবিল নিম্ন প্ৰাথমিক বিদ্যালয় , ডিব্ৰুগড় । Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from পানীবিল নিম্ন প্ৰাথমিক বিদ্যালয় , ডিব্ৰুগড় ।, Elementary School, Dibrugarh.

Panibill Lower Primary School,under Joypur education block situated in No 1 Kecheruguri Village, Dibrugarh imparts quality education to its students coming from vast arena of Kecheruguri Bogadat area....

বগৰী চাপৰি বনভোজ স্থলীত আজি বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলৰ সৈতে শিক্ষক- শিক্ষয়িত্ৰীসকল.......
08/02/2026

বগৰী চাপৰি বনভোজ স্থলীত আজি বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলৰ সৈতে শিক্ষক- শিক্ষয়িত্ৰীসকল.......

31/01/2026

Me-Dam-Me-Phi is a sacred ancestral festival of Assam’s Tai-Ahom community, where ancestors are believed to return to bless their living generations. 🕊️
It’s a day of remembrance, gratitude, and offerings-honouring lineage, peace, and prosperity.
Rooted in history, faith, and respect for forefathers, this ritual reflects the Ahom belief that ancestors never truly leave us. ✨
Preparation by our students for the performance in Me- Dam- Me-Phi

May the spirit of the Republic inspire us to build a better India. Happy 77th Republic Day 🇮🇳🇮🇳
26/01/2026

May the spirit of the Republic inspire us to build a better India. Happy 77th Republic Day 🇮🇳🇮🇳

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা। সৰস্বতী পূজাৰ এই পৱিত্ৰ আৰু শুভ ক্ষণত জ্ঞান, বুদ্ধি, বিদ্যা আৰু সৃষ্টিশীলতাৰ ...
23/01/2026

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা।

সৰস্বতী পূজাৰ এই পৱিত্ৰ আৰু শুভ ক্ষণত জ্ঞান, বুদ্ধি, বিদ্যা আৰু সৃষ্টিশীলতাৰ প্ৰতীকী দেৱী মা সৰস্বতীক গভীৰ শ্ৰদ্ধাৰে প্ৰণাম জনালোঁ।

তেওঁৰ দিব্য আশীৰ্বাদে সকলোৰে মন আলোকিত কৰক, বুদ্ধি তীক্ষ্ণ কৰক আৰু সত্য, শৃঙ্খলা আৰু জ্ঞানৰ পথত আগবঢ়াই লৈ যাওঁক।

10/01/2026

2026- 27 শিক্ষা বৰ্ষত আমাৰ বিদ্যালয়ত নতুনকৈ প্ৰথম শ্ৰেণীত নামভৰ্তি কৰিব লগা শিশুসকলক লৈ আজি "সমগ্ৰ শিক্ষা অসম" ৰ নিৰ্দেশনা অনুসৰি " বিদ্যালয় পূৰ্ব প্ৰস্তুতি মেলা" আয়োজন কৰা হয় । শিশুসকলৰ লগতে অভিভাৱক সকলেও আজিৰ অনুষ্ঠানটোত অংশগ্ৰহণ কৰে।

১০/০১/২০২৬

08/01/2026

আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰদ্ধাৰ গোলাপ ফুকন ছাৰ, চাকৰি জীৱনৰ অৱসৰলৈ আৰু মাত্ৰ দুটা মাহ বাকী। কিন্তু ছাৰৰ কৰ্মোদ্যমতা, দায়বদ্ধতা আৰু সদায় নতুন কিবা এটা কৰাৰ হেপাঁহ খিনি আজিও একেই আছে।

বিদ্যালয়ত আজি শনিবৰীয়া বজাৰ অনুষ্ঠিত কৰা হয়।
03/01/2026

বিদ্যালয়ত আজি শনিবৰীয়া বজাৰ অনুষ্ঠিত কৰা হয়।

বুৰঞ্জীয়ে পৰশা " টিপাম "আৰু সাংস্কৃতিক সুষমাৰে সমৃদ্ধিশালী "নাম ফাকে" ত  ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকস...
28/12/2025

বুৰঞ্জীয়ে পৰশা " টিপাম "আৰু সাংস্কৃতিক সুষমাৰে সমৃদ্ধিশালী "নাম ফাকে" ত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলৰ এটা দিন।
26/12/2025

Prizes Distribution of Annual Sports 2025
20/12/2025

Prizes Distribution of Annual Sports 2025

বাৰ্ষিক ক্ৰীড়া সপ্তাহ ২০২৫ ।।আজি ভেশচন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী সকল.....
12/12/2025

বাৰ্ষিক ক্ৰীড়া সপ্তাহ ২০২৫ ।।

আজি ভেশচন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী সকল.....

01/12/2025

প্ৰথম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল......

Address

Dibrugarh

Website

Alerts

Be the first to know and let us send you an email when পানীবিল নিম্ন প্ৰাথমিক বিদ্যালয় , ডিব্ৰুগড় । posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share