31/10/2023
Registrations are open , please come and join the mega event 🏃♂️🏃♀️
It is the official page of The Alumni Association of Dibrugarh University Model School, Which is goi
31/10/2023
Registrations are open , please come and join the mega event 🏃♂️🏃♀️
11/10/2023
04/10/2023
অহা ইংৰাজী ১৩/১০/২০২৩ তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয় মডেল স্কুলৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ লগত সংগতি ৰাখি এখনি আন্ত: বিদ্যালয় কুইজ প্ৰতিযোগীতা অনুষ্ঠিত হব, তদুপলক্ষে সকলোৰে সহায় সহযোগিতা কামনা কৰা হৈছে।
19/08/2023
আজি ইংৰাজী 19/08/2023 তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয় মডেল স্কুলৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন সন্দৰ্ভত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়, এই সভাতেই ইতিপূৰ্বে অনুষ্ঠিত হৈ যোৱা আন্ত: বিদ্যালয় চিত্ৰাংকন প্ৰতিযোগিতাৰ বটা সমূহ প্ৰদান কৰাৰ লগতে আগন্তুক কাৰ্যসূচীৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় |
26/07/2023
Interested candidates can contact Mukut Buragohain sir for further information.
03/07/2023
Results of Art competition.
Congratulations to all the winners.
30/06/2023
ডিব্ৰগড বিশ্ববিদ্যালয় মডেল স্কুলৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ আজি শুভ উদ্বোধন ।
26/06/2023
06/06/2023
Inter- School art competition
Date: 30/06/2023