Dakhin Dikom Sessa LP School

Dakhin Dikom Sessa LP School "Education breeds confidence. Confidence breeds hope.

Hope breeds peace." - Confucius

"Education is the passport to the future, for tomorrow belongs to those who prepare for it today." - Malcolm X

আজি  শিশু দিৱস ঃঃঃ  নেহেৰু  খুড়ালৈ  শ্ৰদ্ধাঞ্জলি  জনাই ::::::বন্ধুবিদ্যালয়ৰ সতে খেলধেমালী  অনুষ্ঠিত কৰিলোঃঃঃঃঃ
14/11/2025

আজি শিশু দিৱস ঃঃঃ নেহেৰু খুড়ালৈ শ্ৰদ্ধাঞ্জলি জনাই ::::::বন্ধুবিদ্যালয়ৰ সতে খেলধেমালী অনুষ্ঠিত কৰিলোঃঃঃঃঃ

PTM   and  General  Meeting  on 04-11-2025
06/11/2025

PTM and General Meeting on 04-11-2025

আজি  হলবোৰত জুবিন দাৰ  সপোনৰ ছবি -- " ৰৈ ৰৈ বিনালে " শুভ মুক্তি পাইছে ঃঃঃঃআমি আমাৰ বিদ্যালয়ত দাদাৰ স্মৃতিত তেওঁ  ভাল পোৱ...
31/10/2025

আজি হলবোৰত জুবিন দাৰ সপোনৰ ছবি -- " ৰৈ ৰৈ বিনালে " শুভ মুক্তি পাইছে ঃঃঃঃআমি আমাৰ বিদ্যালয়ত দাদাৰ স্মৃতিত তেওঁ ভাল পোৱা তিনিটা নাহৰৰ পুলি ৰোপন কৰিছো ::::::

ঃঃঃমহা নায়কৰ  মহা প্ৰস্থান ঃঃঃঃ প্ৰাণৰ শিল্পী জুবিন  গাৰ্গলৈ আমি যাঁচিলো সশ্ৰদ্ধ  প্ৰণাম ঃঃঃঃ
22/09/2025

ঃঃঃমহা নায়কৰ মহা প্ৰস্থান ঃঃঃঃ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ আমি যাঁচিলো সশ্ৰদ্ধ প্ৰণাম ঃঃঃঃ

বিদ্যালয়ৰ এই  কেইদিনৰ কৰ্ম ঃঃঃঃঃসৌন্দৰ্য্য বৰ্দ্ধন  ঃঃপৰিচালনা সমিতিৰ  সভাপতি /উপসভাপতিৰ দ্বাৰা মধ্যাহ্ন ভোজন  পৰীক্ষণ ঃ...
16/09/2025

বিদ্যালয়ৰ এই কেইদিনৰ কৰ্ম ঃঃঃঃঃসৌন্দৰ্য্য বৰ্দ্ধন ঃঃপৰিচালনা সমিতিৰ সভাপতি /উপসভাপতিৰ দ্বাৰা মধ্যাহ্ন ভোজন পৰীক্ষণ ঃঃঃলাহোৱাল স্বাস্থ্যকেন্দ্ৰৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলৰ বৃদ্ধি আৰু বিকাশৰ সম্পৰ্কিয় পৰীক্ষণ ::::::ব্ৰক্ষ্মপুত্ৰ ৰেডিঅ'ৰ --মুখ্য ব্যক্তি ভাস্কৰ দাৰ আমাৰ বিদ্যালয় পৰিদৰ্শন

64  th TEACHERS' DAY  celebration at  D.D.S.L.P.S. :::প্ৰতিজন গুৰুলৈ  সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ ঃঃঃঃ আমি  পোহৰ  বিচাৰি  য...
05/09/2025

64 th TEACHERS' DAY celebration at D.D.S.L.P.S. :::প্ৰতিজন গুৰুলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ ঃঃঃঃ আমি পোহৰ বিচাৰি যাওঁ ঃঃঃ

Independence Day Ceremony  ---Har  Ghar Tiranga yatra --12  to 15  August 2025
20/08/2025

Independence Day Ceremony ---Har Ghar Tiranga yatra --12 to 15 August 2025

****পোহৰ  বিচাৰি  যাওঁ ঃঃ পোহৰ  বিচাৰি যাওঁঃঃ**School   chale  Ham....School  chale   Ham ...aao  milkor  SCHOOL chale  ...
10/08/2025

****পোহৰ বিচাৰি যাওঁ ঃঃ পোহৰ বিচাৰি যাওঁঃঃ**School chale Ham....School chale Ham ...aao milkor SCHOOL chale ham....

গ্ৰীষ্মশিৱিৰৰ আজি (৩১ জুলাই ২০২৫ ) সফল পৰিসমাপ্তি ঃঃঃঃঃঃঃঃঃঃঃঃ য'ত আছিল নৱ-চিন্তাৰে ,নৱ -চেতনাৰে , নৱ -কৰ্মৰে  নৱ-প্ৰজন্...
31/07/2025

গ্ৰীষ্মশিৱিৰৰ আজি (৩১ জুলাই ২০২৫ ) সফল পৰিসমাপ্তি ঃঃঃঃঃঃঃঃঃঃঃঃ য'ত আছিল নৱ-চিন্তাৰে ,নৱ -চেতনাৰে , নৱ -কৰ্মৰে নৱ-প্ৰজন্মক নৱ কিৰণৰ বাট দেখুৱাবলৈ কৰা নৱ-নৱ অভিজ্ঞতাৰ সোপানঃঃঃঃঃঃঃঃঃঃঃঃঃ

ঃঃঃঃঃঃঃPratham Education Foundation য়ে আমাক দিয়া প্ৰতিশ্ৰুতি অনুসৰি কৰা সহায় , বিদ্যালয়ৰ SMC members আৰু স্থানীয় উদ্যমী ...
17/07/2025

ঃঃঃঃঃঃঃPratham Education Foundation য়ে আমাক দিয়া প্ৰতিশ্ৰুতি অনুসৰি কৰা সহায় , বিদ্যালয়ৰ SMC members আৰু স্থানীয় উদ্যমী , উৎসাহী শিক্ষিত যুৱক-যুৱতীৰ সহযোগত গ্ৰীষ্ম শিৱিৰৰ কিয়দংশ ঃঃঃঃঃঃঃ

যোৱা ২৯-০৬-২০২৫  তাৰিখ  দেওবাৰ /  বিদ্যালয়  বন্ধবাৰ  । তথাপিও  ,  তেনে এক দিনতে সকলোৰে সুবিধা হোৱাকৈ  আমি কৃতি ছাত্ৰ-ছাত...
01/07/2025

যোৱা ২৯-০৬-২০২৫ তাৰিখ দেওবাৰ / বিদ্যালয় বন্ধবাৰ । তথাপিও , তেনে এক দিনতে সকলোৰে সুবিধা হোৱাকৈ আমি কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা (যিসকল আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী ) আৰু প্ৰাক্তন শিক্ষকৰ মিলন , শিক্ষাৰ পোহৰ বিলোৱা PRATHAM EDUCATION Foundation (NGO ) ৰ গ্ৰীষ্ম শিৱিৰৰ প্ৰস্তুতি পৰ্ব আৰু SMC সভা আয়োজন কৰিলো । উদ্দেশ্য - কেৱল এটাই----- শিশুসকলৰ সকলোৰে যাতে উত্তৰণ ঘটি / পোহৰৰ সন্ধান কৰি / জ্ঞানৰ আকাশত উৰিবলৈ শিকে :::::

Address

Dikom Sessa
Dibrugarh

Website

Alerts

Be the first to know and let us send you an email when Dakhin Dikom Sessa LP School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category