Nandeswar Chakravarty High School

Nandeswar Chakravarty High School Nandeswar Chakravarty High School, Dibrugarh.

আজি ইংৰাজী ১৫ ডিচেম্বৰ, সোমবাৰে বিদ্যালয়ত ডিব্ৰুগড় লায়ন্স ক্লাবে ছাত্ৰ ছাত্ৰীৰ চকুৰ প্ৰতি ল'ব লগা যত্ন আৰু সচেতনতাৰ ব...
15/12/2025

আজি ইংৰাজী ১৫ ডিচেম্বৰ, সোমবাৰে বিদ্যালয়ত ডিব্ৰুগড় লায়ন্স ক্লাবে ছাত্ৰ ছাত্ৰীৰ চকুৰ প্ৰতি ল'ব লগা যত্ন আৰু সচেতনতাৰ বাবে সজাগতা অনুষ্ঠান এটি আয়োজন কৰে। চকু বিশেষজ্ঞ ডাঃ মামনি বৰুৱা বাইদেউ
য়ে অতি সাৱলীল ভাৱে ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকলক ও চকুৰ অসুখ কাৰণ , ল'বলগীয়া সাৱধানতা, অষ্ট্ৰোপচাৰৰ আৰু নেত্ৰদান সম্পৰ্কত বক্তব্য প্ৰদান কৰে। ডিব্ৰুগড় জিলাৰ লায়ন্স ক্লাবৰ মাননীয় সভাপতি ডাঃ সমীৰ শ্বাহ ডাঙৰীয়াই লায়ন্স ক্লাবে কি কি দিশত সমাজৰ প্ৰতি সহযোগিতা আগবঢ়াই আৰু তেখেতসকলৰ সমাজৰ প্ৰতি থকা দায়বদ্ধতা ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰে। আজিৰ এই কাৰ্যসূচীৰ বাবে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকল লায়ন্স ক্লাবৰ প্ৰতি কৃতজ্ঞ হৈ ৰ'ব 🙏

06/12/2025
Heartiest tribute to our beloved heartthrob ZG on the occasion of His Happy Birthday 🎂Special thanks to Tr. Sivankadhar ...
18/11/2025

Heartiest tribute to our beloved heartthrob ZG on the occasion of His Happy Birthday 🎂
Special thanks to Tr. Sivankadhar Rajkhowa and ex student Prithvi Das for their beautiful art 🎨🎭🖌️

07/11/2025
"বন্দে মাতৰম " ৰ ১৫০ সংখ্যক বৰ্ষপুতি উপলক্ষ্যে আজি আমাৰ বিদ্যালয়ত অনুষ্ঠিত কৰা কিছু দৃশ্যাংশ
07/11/2025

"বন্দে মাতৰম " ৰ ১৫০ সংখ্যক বৰ্ষপুতি উপলক্ষ্যে আজি আমাৰ বিদ্যালয়ত অনুষ্ঠিত কৰা কিছু দৃশ্যাংশ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চলিত বৰ্ষৰ ৰসায়ন বিজ্ঞান বিভাগৰ সপ্তাহযোৰা কাৰ্যসূচীৰ এটা অংশ হিচাপে আমাৰ বিদ্যালয়ত নৱম আৰু ...
30/10/2025

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চলিত বৰ্ষৰ ৰসায়ন বিজ্ঞান বিভাগৰ সপ্তাহযোৰা কাৰ্যসূচীৰ এটা অংশ হিচাপে আমাৰ বিদ্যালয়ত নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগত বিভিন্ন "মছলা "সম্পৰ্কীয় এটি মনোগ্ৰাহী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ প্ৰাধ্যাপক ডঃ জীৱন শইকীয়া, ডঃ প্ৰাচুৰ্য প্ৰীতম মুদৈ আৰু গৱেষক ছাত্ৰ ছাত্ৰীৰ ৰ তত্বাৱধানত সম্পন্ন কৰা এই কাৰ্যসূচীয়ে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলক আলোচ্য বিষয়টো বুজাত নতুনত্ব প্ৰদান কৰিছে।

Today's some activities on "Great Assam Shake Out" . Earthquake and Fire Preparedness Awareness Programme and Mock Drill...
29/10/2025

Today's some activities on "Great Assam Shake Out" . Earthquake and Fire Preparedness Awareness Programme and Mock Drill .

আজি অসমৰ  শিল্পী সত্তা জুবিন গাৰ্গৰ মৃত্যুত বিদ্যালয়ত এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষক, কৰ্মচাৰী, ছাত্ৰী আৰ...
20/09/2025

আজি অসমৰ শিল্পী সত্তা জুবিন গাৰ্গৰ মৃত্যুত বিদ্যালয়ত এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষক, কৰ্মচাৰী, ছাত্ৰী আৰু অভিভাৱক একত্ৰিত হৈ শিল্পী জনাৰ বিদেহ আত্মাৰ সদগতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। তেওঁৰ অমৰ সৃষ্টিক নৱপ্ৰজন্মই জীপাল কৰি ৰাখে যেন, তাৰেই কামনা কৰিলোঁ 🙏🙏🙏

সুধাকণ্ঠ  ড০ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আমাৰ বিদ্যালয়ত অনুষ্ঠিত কৰা বিভিন্ন কাৰ্যসূচী। জনতাৰ শিল্পী ,ভাৰ...
09/09/2025

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আমাৰ বিদ্যালয়ত অনুষ্ঠিত কৰা বিভিন্ন কাৰ্যসূচী। জনতাৰ শিল্পী ,ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গীতটি প্ৰাত: সভাত ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰাৰ পাচত বন্তি প্ৰজ্বলন কৰি দিনজোৰা কাৰ্যসূচী লৈ সুধাকণ্ঠ দিৱস উদযাপন কৰা হয়। ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক দ‌্বিজেন কুমাৰ দাসৰ সংগীতময় বক্তৃতা, শিক্ষয়িত্ৰী মমী হাজৰিকা বৰঠাকুৰৰ শিল্পী জনাৰ গীতৰ ভাৱাৰ্থ, শিক্ষয়িত্ৰী প্ৰতিমা বৰাৰ শিল্পী জনাৰ ভাষাৰ উপৰত আলোকপাত কৰি ছাত্ৰ ছাত্ৰীসকলক শিল্পী জনাক পৰিচয় কৰাই দিয়ে। অনুষ্ঠানটোত এইগৰাকী মহান শিল্পীৰ এখনি তথ্যচিত্ৰ প্ৰদৰ্শন কৰে শিক্ষক শিৱাংগধৰ ৰাজখোৱাই। শিক্ষক সকলৰ তত্বাৱধানত ছাত্ৰ ছাত্ৰীসকলৰ মাজত ছবি অঁকা প্ৰতিযোগিতা,গীত , নৃত্যৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। জিলা ভিত্তিত অনুষ্ঠিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত ছাত্ৰ ৰঞ্জন বিশ্বাসে তৃতীয় পুৰস্কাৰ লাভ কৰি বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনে ।

শিক্ষক দিৱস ২০২৫ বিদ্যালয়ৰ বিশেষ দিনটোত সকলো ছাত্ৰ ছাত্ৰীৰ পাৰভগা উচাহ আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ চুম্বকীয় আগমনে শিক্ষ...
06/09/2025

শিক্ষক দিৱস ২০২৫
বিদ্যালয়ৰ বিশেষ দিনটোত সকলো ছাত্ৰ ছাত্ৰীৰ পাৰভগা উচাহ আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ চুম্বকীয় আগমনে শিক্ষক সকলক প্ৰেৰণা দিয়ে আগন্তুক সময়ত সৱল হোৱাৰ বাবে । অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ শিক্ষক সকলে প্ৰেৰণ কৰা আশীৰ্বাদ, শুভেচ্ছাই সকলো শিক্ষকক প্ৰেৰণা দিয়ে । শ্ৰীযুত চেবন প্ৰসাদ শৰ্মা, শ্ৰীযুত অজিত কুমাৰ শৰ্মা, শ্ৰীযুতা অঞ্জু দুৱৰা, শ্ৰীযুত দ্বিজেন কুমাৰ দাস, শ্ৰীযুতা মমী হাজৰিকা বৰঠাকুৰ, শ্ৰীযুতা ৰাণী ঢেকিয়াল ফুকন দৰে এইবাৰো শ্ৰীযুতা মঞ্জু কালোৱাৰলৈ লায়ন্স ক্লাৱৰ তৰফৰ পৰা আগবঢ়োৱা কৃতি শিক্ষক বঁটাৰে আমাৰ বিদ্যালয় গৌৰৱান্বিত হৈছোঁ। জয়তু নন্দেশ্বৰ চক্ৰৱৰ্তী উচ্চ মাধ্যমিক বিদ্যালয় 🙏🙏

24/08/2025

| On the occasion of National Space Day on August 23, Radio Gyanmalinee of Dibrugarh University, in collaboration with the Department of Physics and the Centre for Atmospheric Studies, organized a special outreach event at Nandeshwar Chakravorty High School, Dibrugarh. The program featured an interactive session along with a space-themed quiz competition designed to spark curiosity and interest in science among students.

The event concluded on a successful note with enthusiastic student participation. Priyanshu Mazumdar bagged the first prize, while Tridip Gosai and Bristi Das secured the second and third prizes, respectively. The winners were awarded certificates and books, while all participants received pens as a token of encouragement.

Address

P N Road
Dibrugarh
786001

Opening Hours

Monday 9am - 4pm
Tuesday 9am - 4pm
Wednesday 9am - 4pm
Thursday 9am - 4pm
Friday 9am - 4pm
Saturday 9am - 1am

Telephone

+913732320268

Alerts

Be the first to know and let us send you an email when Nandeswar Chakravarty High School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Nandeswar Chakravarty High School:

Shortcuts

Share

Category