28/04/2026
ৰাজগড় ব্যৱসায়ী সন্থাই বিগত কিছুবছৰধৰি আমাৰ মহাবিদ্যালয়ৰ চাৰি-পাঁচগৰাকী ছাত্ৰ-ছাত্ৰীলৈ বিশেষ জলপানি আগবঢ়াই আহিছে। ২০২৪-২০২৫-২০২৬ বৰ্ষত এই জলপানি পাবলৈ সক্ষম হোৱা তিনিগৰাকী প্ৰতিভাশালী ছাত্ৰ-ছাত্ৰীৰ উন্নত ফলাফলে আমাক সকলোকে গৌৰৱান্বিত কৰিছে। ৰাজগড় ব্যৱসায়ী সন্থাৰ প্ৰতিও এই ছেগতে কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ।