SKAC Coaching Institute

SKAC Coaching Institute

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from SKAC Coaching Institute, Educational consultant, Sonowal Bhawan, Kacharibari, Dibrugarh.

19/05/2026

অসমৰ গুৱাহাটীস্থিত National Career Service Centre for SC/ST, Guwahati -16-ত ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ অধীনত অনুসূচিত জাতি (SC) আৰু অনুসূচিত জনজাতি (ST)ৰ যুৱক-যুৱতীসকলৰ বাবে বিনামূলীয়া বৃত্তিমূলক দক্ষতা বিকাশ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। প্ৰশিক্ষণৰ সৈতে জলপানী সুবিধাও উপলব্ধ থাকিব।

২০২৬–২৭ বৰ্ষৰ বাবে নামভৰ্তি ইতিমধ্যে আৰম্ভ হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক এই সুৱৰ্ণ সুযোগ গ্ৰহণ কৰিবলৈ অনুৰোধ জনোলো।

07/05/2026
03/05/2026

সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ শিক্ষা বিভাগৰ উদ্যোগত
#কেৰিয়াৰ_কাউন্সেলিং আৰু #মনোবৈজ্ঞানিক_পৰামৰ্শ_অনুষ্ঠান
কদম কছাৰীৰ পৰা লাইভ

03/05/2026

সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ শিক্ষা বিভাগৰ উদ্যোগত
#কেৰিয়াৰ_কাউন্সেলিং আৰু #মনোবৈজ্ঞানিক_পৰামৰ্শ_অনুষ্ঠান
দলপা পথাৰ পৰা লাইভ

15/04/2026

সমূহ ৰাইজলৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক ওলগ জনালোঁ ৷

18/02/2026

সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ ২০২৪ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা অৰ্জন কৰা মুঠ ২৮৮ গৰাকী মেধাৱী পৰীক্ষাৰ্থীৰ লগতে সোনোৱাল জনগোষ্ঠিৰ
Assam Civil Service (Jr. Grade)
1. BIDISHA DAS BAGHRI (RANK- 31)
2. DESTIMONA BORAH (RANK- 38)
3. VIOLINA BORAH (RANK- 39)
4. SHIVANGEE SAIKIA (RANK- 40)
Assam Police Service (Jr. Grade)
1. BASANTA KUMAR DHADUMIYA (RANK- 17)
Assam Finance Service (Junior Grade III)
1. GAUTAM SAIKIA (RANK- 42)
Inspector of Labour
1. BHARAT SONOWAL (RANK-8)
লৈ আন্তৰিক অভিনন্দন ও শুভেচ্ছা জনালোঁ।

Want your school to be the top-listed School/college in Dibrugarh?

Click here to claim your Sponsored Listing.

Location

Telephone

Address


Sonowal Bhawan, Kacharibari
Dibrugarh
786003

Opening Hours

Monday 8am - 4pm
Tuesday 8am - 4pm
Wednesday 8am - 4pm
Thursday 8am - 4pm
Friday 8am - 4pm
Saturday 8am - 4pm