Gopi Nath Bordoloi Memoreal HS School EX Students' Association

Gopi Nath Bordoloi Memoreal HS School EX Students' Association GNB Memorial HS School EX Students'

13/06/2024
বিদ্যালয়ৰ সমূহ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু শুভাকাংক্ষী ৰাইজৰ সহযোগিতা কামনা কৰিছো। 🙏🏻🙏🏻প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্থা
05/08/2023

বিদ্যালয়ৰ সমূহ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু শুভাকাংক্ষী ৰাইজৰ সহযোগিতা কামনা কৰিছো। 🙏🏻🙏🏻প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্থা

30/06/2023

অহা ৩ জুলাই তাৰিখৰ পৰা বিদ্যালয়ৰ গ্ৰীষ্মকালীন বন্ধ উপলক্ষে বিদ্যালয় কৰ্তৃপক্ষই প্ৰতিদিনে দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বিশেষ পাঠদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ছাত্ৰ-ছাত্ৰী সকলৰ বিদ্যাতনিক দিশৰ লগতে বিভিন্ন ক্ষেত্ৰত অভিজ্ঞ আৰু পাৰদৰ্শি ব্যক্তি সকলক আমন্ত্ৰণ কৰি সামগ্ৰীকভাৱে আগবঢ়াই নিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। সমূহ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সহযোগিতা কামনা কৰিলোঁ। সভাপতি/সম্পাদক গোপীনাথ বৰদলৈ স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্থা

25/06/2023

।শুভ বাৰ্তা। বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ মহম্মদ ইব্ৰাহিম আনচাৰীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত প্ৰথম বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি বিদ্যালয়খনৰ লগতে সমগ্ৰ নাওহলীয়া অঞ্চলটি লৈ গৌৰৱ কঢ়িয়াই আনিছে।আমি প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্থাই ইব্ৰাহিম আনচাৰীলৈ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ।

20/06/2023

আজি বিদ্যালয় খনত উদযাপন হোৱা "কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস" উপলক্ষে "জ্ঞানম" নামেৰে এখনি হাতে লিখা আলোচনীৰ শুভ উন্মোচন কৰা হয়। বিদ্যালয়ৰ সহ: শিক্ষক শ্ৰীযুত দিবাকৰ বৰদলৈ তত্বাৱধানত এই আলোচনীখনে জন্ম লাভ কৰে।এই আলোচনীখনৰ সৈতে জড়িত হৈ থকা সকলো ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী বৃন্দক প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্থাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। সভাপতি/সম্পাদক

17/06/2023

প্ৰতিকূল বতৰৰ বাবে এইকেইটা দিন বৰঙণি সংগ্ৰহৰ বাবে ওলাব পৰা নাই। ইতিমধ্যে লোৰ গেটকেইখন বনাবলৈ অৰ্ডাৰ দিয়া হৈ গ'ল।সকলো প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ আন্তৰিক সহযোগিতা কামনা কৰিছো। সভাপতি/সম্পাদক গোপীনাথ বৰদলৈ স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্থা

13/06/2023
12/06/2023
নৱনিৰ্মিত বিদ্যালয়ৰ তোৰণখনিৰ নক্সা
12/06/2023

নৱনিৰ্মিত বিদ্যালয়ৰ তোৰণখনিৰ নক্সা

Address

Naoholia
Dibrugarh
786191

Telephone

+919954391689

Website

Alerts

Be the first to know and let us send you an email when Gopi Nath Bordoloi Memoreal HS School EX Students' Association posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category