Barbali Gaon High School

Barbali Gaon High School Education

BARBALI GAON HIGH SCHOOL       HSLC RESULT (CLASS-X) 2022-23 ∆First Division      -    05 ∆Second Division -    08 ∆Thir...
24/05/2023

BARBALI GAON HIGH SCHOOL
HSLC RESULT (CLASS-X) 2022-23
∆First Division - 05
∆Second Division - 08
∆Third division - 01
∆ Pass Percentage- 78%

আজি বৰ বালি গাওঁ উচ্চ ও মধ্য ইংৰাজী বিদ্যালয়ত এখনি অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত আমাৰ বৃহৎ টিংৰাই চাৰিআ...
10/11/2022

আজি বৰ বালি গাওঁ উচ্চ ও মধ্য ইংৰাজী বিদ্যালয়ত এখনি অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত আমাৰ বৃহৎ টিংৰাই চাৰিআলি অঞ্চলত গৌৰৱ কঢ়িয়াই অনা আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ শ্ৰী অমৰ চেত্ৰীয়ে সাধনাৰ ফলত এজন অভিযন্তা হোৱা আৰু NEET 2022 পৰীক্ষাত উত্তীৰ্ণ হৈ চিকিৎসক পঢ়িবলৈ যোগ্যতা অৰ্জন কৰা বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী ও সহকাৰী বিজ্ঞান শিক্ষয়িত্ৰী শ্ৰীমতী বৰ্ষা শইকীয়াক শুভেচ্ছা জনোৱাৰ কিছু মুহূৰ্ত।

11/09/2022

A GLIMPSE OF TEACHERS' DAY CELEBRATION.

বৰ বালি গাওঁ উচ্চ ও মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক দিৱস উৎযাপনৰ কিছু স্থিৰ চিত্ৰ।
09/09/2022

বৰ বালি গাওঁ উচ্চ ও মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক দিৱস উৎযাপনৰ কিছু স্থিৰ চিত্ৰ।

শিক্ষক দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা শিক্ষকতা কৰাৰ কিছু স্থিৰ চিত্ৰ।
07/09/2022

শিক্ষক দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা শিক্ষকতা কৰাৰ কিছু স্থিৰ চিত্ৰ।

03/09/2022

৭৬তম স্বাধীনতা দিৱসৰ উপলক্ষে বৰ বালি গাঁও উচ্চ ও মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে "চাৰে জাহাঁ চে আচ্ছা" গীত পৰিৱেশন কৰাৰ মুহুৰ্ত।

16/08/2022

৭৬তম স্বাধীনতা দিৱসৰ উপলক্ষে বৰ বালি গাঁও উচ্চ বিদ্যালয়ৰ ছাত্ৰী(কৌমল, স্মৃতি,অংকিতা,খুচি,অমৃতা,চুম্পী আৰু ৰাখি) সকলে দেশভক্তিমূলক গীতত নৃত্য প্ৰদৰ্শন কৰাৰ কিছু দৃশ্য।

সদৌ অসম ছাত্ৰ সংন্থাৰ পৱিত্ৰ মজিয়াৰ পৰা সমগ্ৰ অসমৰ অসমীয়া মাধ্যমৰ দশমমান শ্ৰেণীৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰস্তুতি...
09/08/2022

সদৌ অসম ছাত্ৰ সংন্থাৰ পৱিত্ৰ মজিয়াৰ পৰা সমগ্ৰ অসমৰ অসমীয়া মাধ্যমৰ দশমমান শ্ৰেণীৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰস্তুতি চলাই থকা ছাত্ৰ-ছাত্ৰী সকলৰ উপযোগী হোৱাকৈ এখনি প্ৰশ্ন কাকতৰ আৰ্হিৰ সমাধান পুস্তিকা প্ৰকাশ কৰি ছাত্ৰ-ছাত্ৰীৰ উদগনি যোগোৱা উদ্দেশ্যেৰে আজি বৰবালি গাঁও উচ্চ মাধ্যমিক বিদ্যালয়তও সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শ্ৰীযুত শংকৰজ্যোতি বৰুৱা সহ অন্যান্য বিষয় ববিয়া সকলে আহি ছাত্ৰ-ছাত্ৰী সকলৰ মাজত পুথি খন বিলোৱাৰ বাবে তেখেত সকললৈ বিদ্যালয়ৰ ফালৰ পৰা বিশেষ অভিনন্দন জ্ঞাপন কৰিলোঁ।

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি  বৰবালি গাওঁ উচ্চ বিদ্যালয়ত যোগ দিৱস পালন কৰা হয়।
21/06/2022

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি বৰবালি গাওঁ উচ্চ বিদ্যালয়ত যোগ দিৱস পালন কৰা হয়।

আজি ইংৰাজী 15/06/2022 তাৰিখে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকল...
15/06/2022

আজি ইংৰাজী 15/06/2022 তাৰিখে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলক বিদ্যালয়ত সম্বৰ্দ্ধনা জনোৱা হ'ল।

ইয়াৰ দ্বাৰাই তলত উল্লেখিত ছাত্ৰ-ছাত্ৰী সকলক জনোৱা যায় যে তেওঁ লোকৰ HSLC Original Certificate সমূহ অতি শীঘ্ৰে বিদ্যালয়...
26/05/2022

ইয়াৰ দ্বাৰাই তলত উল্লেখিত ছাত্ৰ-ছাত্ৰী সকলক জনোৱা যায় যে তেওঁ লোকৰ HSLC Original Certificate সমূহ অতি শীঘ্ৰে বিদ্যালয়ৰ কাৰ্য্যালযৰ পৰা সংগ্ৰহ কৰে যেন।

Address

Dibrugarh
786602

Telephone

+919859819574

Website

Alerts

Be the first to know and let us send you an email when Barbali Gaon High School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Barbali Gaon High School:

Shortcuts

Share

Category