BNPHS school/George Institution

BNPHS school/George Institution school

23/12/2025

বিশিষ্ট শিক্ষাবিদ ,গৱেষক-বুৰঞ্জীবিদ, লিখক ,বা ণী ফু উ মা বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ নগেন কুমাৰ বৰুৱাদেৱৰ পবিত্ৰ আদ্যশ্ৰাদ্ধ…

আজি ১১/১২/২০২৫ তাৰিখে পুৱা ৪.৫০ বজাত বাগ্মীবৰ নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ,বুৰঞ্জীগবেষক ,লিখক...
11/12/2025

আজি ১১/১২/২০২৫ তাৰিখে পুৱা ৪.৫০ বজাত বাগ্মীবৰ নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ,বুৰঞ্জীগবেষক ,লিখক,সমাজকৰ্মী চাওদাঙ নগেন বৰুৱা দেৱৰ ৯২ বছৰ বয়সত পৰলোক প্ৰাপ্তি হয় ।মহাবীৰ লাচিত বৰফুকন, ছাওলুঙ ছ‍্যুকাফা জীৱন কীৰ্তিকৰ্ম আৰু পৰম্পৰা, লুইতৰ পাৰৰ বুৰঞ্জীকোষ (প্ৰায় ১৪০০ পৃষ্ঠা)আদি গ্ৰন্থ তেওঁৰ অসমীয়া সাহিত্যলৈ অৱদান ।মৃত্যুৰ সময়ততেখেতে পৰিবাৰ,তিনি পুত্ৰ দুই বোৱাৰী,জী -জোৱাই ,নাতি-নাতিনী সম্বনিতে এক বৃহৎ পৰিয়াল এই সংসাৰত এৰি গৈছে ।
বৰুৱা দেৱৰ বিদেহ আত্মাৰ সদগতি হওক,ভগৱন্তই বৈকুণ্ঠধামত স্থান দিয়ক ।আমি বিদ্যালয় পৰিয়ালে আজি তাকে কামনা কৰিলোঁ

10/12/2025
08/12/2025
বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী মানসিক উৎকৰ্ষ সাধন আৰু বিকাশৰ লক্ষ্যৰে আজি ৮/১২/২০২৫ তাৰিখত অনুস্থিত সভাত ৰূপান্তৰ চাউৰক ৰ বক্তব্...
08/12/2025

বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী মানসিক উৎকৰ্ষ সাধন আৰু বিকাশৰ লক্ষ্যৰে আজি ৮/১২/২০২৫ তাৰিখত অনুস্থিত সভাত ৰূপান্তৰ চাউৰক ৰ বক্তব্যই যথেষ্ট উপকৃত কৰে ।

প্ৰীতিৰে এসাঁজ
06/12/2025

প্ৰীতিৰে এসাঁজ

Address

North Amolapoty
Dibrugarh
786001

Website

Alerts

Be the first to know and let us send you an email when BNPHS school/George Institution posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to BNPHS school/George Institution:

Shortcuts

Share

Category