Bordub Sologuri LP School

Bordub Sologuri LP School Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Bordub Sologuri LP School, School, Bordub Sologuri, Dibrugarh.

বিদ্যালয়ৰ বাৰ্ষিক পৰীক্ষাৰ ফলাফলৰ নম্বৰ খতিয়ান পত্ৰ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক/অভিভাৱিকাক প্ৰদান কৰাৰ কেইটিমান মূহূৰ্ত লগত...
27/03/2026

বিদ্যালয়ৰ বাৰ্ষিক পৰীক্ষাৰ ফলাফলৰ নম্বৰ খতিয়ান পত্ৰ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক/অভিভাৱিকাক প্ৰদান কৰাৰ কেইটিমান মূহূৰ্ত লগতে বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ আলোকচিত্ৰ মুখপত্ৰত সাঁচি ৰাখিলোঁ ৷

 A moment of announcing the results of the annual examinations. For the Session: 2025-2026.
27/03/2026


A moment of announcing the results of the annual examinations.

For the Session: 2025-2026.

 #উৎসৱবিদ্যাৰম্ভ  #বিনামূলীয়া নামভৰ্ত্তি প্ৰক্ৰিয়া চলি আছে ।
25/03/2026

#উৎসৱবিদ্যাৰম্ভ
#বিনামূলীয়া নামভৰ্ত্তি প্ৰক্ৰিয়া চলি আছে ।

 #উৎসৱবিদ্যাৰম্ভ বিনামূলীয়া নামভৰ্ত্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ নিজৰ মানদণ্ড বিকাশৰ বাবে অতি সোনকালে বিদ্যালয়ৰ কতৃপক্ষৰ লগ...
11/03/2026

#উৎসৱবিদ্যাৰম্ভ

বিনামূলীয়া নামভৰ্ত্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ নিজৰ মানদণ্ড বিকাশৰ বাবে অতি সোনকালে বিদ্যালয়ৰ কতৃপক্ষৰ লগত যোগাযোগ কৰক।

 #যোৱা ইংৰাজী ১০/০১/২০২৬ তাৰিখ শনিবাৰে আমাৰ  বিদ্যালয়ৰ পৰিচালনা সমিতি, শিক্ষক-শিক্ষয়িত্ৰী,ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক/অভিভা...
21/02/2026

#যোৱা ইংৰাজী ১০/০১/২০২৬ তাৰিখ শনিবাৰে আমাৰ বিদ্যালয়ৰ পৰিচালনা সমিতি, শিক্ষক-শিক্ষয়িত্ৰী,ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক/অভিভাৱিকা সকলৰ সহযোগত এটি শিক্ষামূলক ভ্ৰমণৰ উদ্দেশ্যে ডিব্ৰুগড়তে থকা শ্ৰী শ্ৰী জগন্নাথ মন্দিৰত সেৱা আগবঢ়োৱাৰ পাছত বগীবিলৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত এটি প্ৰীতিভোজ আয়োজন কৰা হয় । তাৰেই কেইখনমান আলোকদৃশ্য বেটুপাতত সংৰক্ষণ কৰা হ’ল ৷

21/02/2026
05/09/2025

গুৰু ব্ৰহ্মা গুৰু বিষ্ণু
গুৰু দেৱ মহেশ্বৰ
গুৰু সাক্ষাৎ পৰমব্ৰহ্ম
তস্মৈ শ্ৰীগুৰুৱে নমঃ

শ্ৰদ্ধাৰ শিক্ষাগুৰুসকললৈ শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষণত আমাৰ বিদ্যালয়ৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ 🙏৷

আজি ইংৰাজী ০৫/০৬/২০২৫ তাৰিখ World Environment Day 2025 ৰ   Ped Maa Ke Naam 2.0 ৰ বিদ্যালয়ৰ কেইখনমান স্হিৰ চিত্ৰ ৷
05/06/2025

আজি ইংৰাজী ০৫/০৬/২০২৫ তাৰিখ World Environment Day 2025 ৰ Ped Maa Ke Naam 2.0 ৰ বিদ্যালয়ৰ কেইখনমান স্হিৰ চিত্ৰ ৷

পুনৰ বাৰ আমি A+ পাবলৈ সক্ষম হৈছোঁ। ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰী সকল । ধন্যবাদ বিদ্যালয় পৰিচালনা সমিতি ,ধন্যবাদ মাতৃ গোট,ধন্...
27/03/2025

পুনৰ বাৰ আমি A+ পাবলৈ সক্ষম হৈছোঁ। ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰী সকল । ধন্যবাদ বিদ্যালয় পৰিচালনা সমিতি ,ধন্যবাদ মাতৃ গোট,ধন্যবাদ বিদ্যালয় পৰিয়ালৰ প্ৰতিজন শুভাকাংক্ষী।

আজি ইং ২৪/০৩/২০২৫ তাৰিখ সোমবাৰে পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক(২০২৪-২০২৫ বৰ্ষৰ)বিদায়ী দিয়াৰ কেইটিমান স্হিৰ চিত্ৰ ৷
24/03/2025

আজি ইং ২৪/০৩/২০২৫ তাৰিখ সোমবাৰে পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক(২০২৪-২০২৫ বৰ্ষৰ)বিদায়ী দিয়াৰ কেইটিমান স্হিৰ চিত্ৰ ৷

16/03/2025

বৰডুব শলগুৰি প্ৰাথমিক বিদ্যালয়ৰ ২০২৫-২৬ বৰ্ষৰ নামভৰ্তিৰ বাবে প্ৰপত্ৰ (form) বিনামূলীয়াকৈ বিদ্যালয়ত দি থকা হৈছে। ইচ্ছুক সকলে বিদ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব। অহা ০১/০৪/২০২৫ তাৰিখৰ পৰা বিদ্যালয়ৰ নিয়মীয়া পাঠদান আৰম্ভ হ'ব।

Address

Bordub Sologuri
Dibrugarh
786613

Website

Alerts

Be the first to know and let us send you an email when Bordub Sologuri LP School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category