অসমীয়া বিভাগ:::দুলীয়াজান মহাবিদ্যালয়

  • Home
  • India
  • Dibrugarh
  • অসমীয়া বিভাগ:::দুলীয়াজান মহাবিদ্যালয়

অসমীয়া বিভাগ:::দুলীয়াজান মহাবিদ্যালয় Department of Assamese, Duliajan College, Dibrugarh.

07/05/2025
07/05/2025
 # “ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃৰাষ্ট্ৰীয় সাহিত্য উৎসৱ-২০২৪”Dibrugarh University International Literature Festival-ত দু...
20/03/2024

# “ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃৰাষ্ট্ৰীয় সাহিত্য উৎসৱ-২০২৪”
Dibrugarh University International Literature Festival-ত দুলীয়াজান মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অংশগ্ৰহণ।

২৬ মাৰ্চ, ২০২৩, দেওবাৰে দুলীয়াজান মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ‍্যোগত আয়োজিত "সমকালীন অসমীয়া ভাষা আৰু সাহিত্য" শীৰ্ষক বক...
27/03/2023

২৬ মাৰ্চ, ২০২৩, দেওবাৰে দুলীয়াজান মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ‍্যোগত আয়োজিত "সমকালীন অসমীয়া ভাষা আৰু সাহিত্য" শীৰ্ষক বক্তৃতানুষ্ঠানৰ সমল ব্যক্তি আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ‍্যাপক, বিশিষ্ট ভাষাবিদ, লোক-সংস্কৃতিৰ গৱেষক, অভিধান প্ৰণেতা, সাহিত্যিক শ্ৰদ্ধাৰ ড০ উপেন ৰাভা হাকাচাম ছাৰ। ছাৰে আজি অতি সৰস, তথ‍্যপূৰ্ণ আৰু মনোগ্ৰাহী বক্তৃতাৰে সকলোকে সমৃদ্ধ কৰে।
অনুষ্ঠানটিত দুলীয়াজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ লোক বিকাশ গগৈ ছাৰৰ লগতে ডিব্ৰু মহাবিদ্যালয়ৰ তিনিগৰাকী অধ‍্যাপক ক্ৰমে ড০ মনোজ কুমাৰ শৰ্মা, ড০ বিজু মৰাণ, ড০ সমীৰ কুমাৰ ঝাদেৱো উপস্থিত থাকে আৰু নিজা অভিমত ব‍্যক্ত কৰে।
বক্তৃতানুষ্ঠানটো আঁত ধৰে দুলীয়াজান মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ‍্যাপক ড০ চিত্ৰজিৎ শইকীয়াই। ড০ উপেন ৰাভা হাকাচাম ছাৰৰ জীৱন আৰু কৰ্মৰ বিষয়ে সংক্ষিপ্ত পৰিচয় প্ৰদান কৰে অসমীয়া বিভাগৰ অধ্যাপক ড০ লক্ষ্যজিৎ বুঢ়াগোহাঁইয়ে। এই অনুষ্ঠানটিত মহাবিদ্যালয়ৰ অধ‍্যাপক-অধ‍্যাপিকাবৃন্দ, প্ৰাক্তন ছাত্র-ছাত্ৰী আৰু বৰ্তমান অধ‍্যয়নৰত ছাত্র-ছাত্ৰীসকল উপস্থিত থাকে।

Address

Duliajan
Dibrugarh
786003

Website

Alerts

Be the first to know and let us send you an email when অসমীয়া বিভাগ:::দুলীয়াজান মহাবিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to অসমীয়া বিভাগ:::দুলীয়াজান মহাবিদ্যালয়:

Shortcuts

Share

Category