Longsu Prathomik Vidyabhawan

Longsu Prathomik Vidyabhawan 3nos teacher

14/02/2026

Class room activity

শিল্পী দিৱস উদযাপন।
17/01/2026

শিল্পী দিৱস উদযাপন।

22/12/2025

আজি ৰাষ্ট্ৰীয় গণিত দিৱসৰ লগত সংগতি ৰাখি, Longsu Prathomik Vidyabhawan আৰু গোদাবাহাৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা অনুস্থিত শিক্ষামূলক সুলভ বজাৰৰ কিছু দৃশ্যাংশ। এই বজাৰত অভিভাৱক তথা স্থানীয় ৰাইজে যথেষ্ট সহাঁৰি জনাই ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰে।

PM-POSHAN আঁচনিৰ ধনেৰে আমাৰ বিদ্যালয়ত নিৰ্মিত পাকঘৰ টোৰ দ্বাৰ আজি ইকৰাতলি গাওঁ পঞ্চায়তৰ মাননীয় সভাপতি শ্ৰীযুত দীনেশ ক...
22/12/2025

PM-POSHAN আঁচনিৰ ধনেৰে আমাৰ বিদ্যালয়ত নিৰ্মিত পাকঘৰ টোৰ দ্বাৰ আজি ইকৰাতলি গাওঁ পঞ্চায়তৰ মাননীয় সভাপতি শ্ৰীযুত দীনেশ কোঁৱৰ দেৱৰ দ্বাৰা উন্মোচিত কৰা হয়।

Big shout out to my newest top fans! 💎 Bijit Barhoi, Prastuti GoswamiDrop a comment to welcome them to our community,
17/12/2025

Big shout out to my newest top fans! 💎 Bijit Barhoi, Prastuti Goswami

Drop a comment to welcome them to our community,

এই বছৰৰ school Twinning অৰ লগত সংগতি ৰাখি গোদাবাহাৰ প্ৰাথমিক বিদ্যালয় আৰু Longsu Prathomik Vidyabhawan  যে যুটীয়া ভাবে...
13/12/2025

এই বছৰৰ school Twinning অৰ লগত সংগতি ৰাখি গোদাবাহাৰ প্ৰাথমিক বিদ্যালয় আৰু Longsu Prathomik Vidyabhawan যে যুটীয়া ভাবে বাৰ্ষিক খেল - ধেমালি ৪ দিনীয়া কাৰ্যসূচীৰে ৯ ডিচেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈ অনুষ্ঠিত কৰোঁ। উক্ত চাৰি দিনত বিভিন্ন খেল ধেমালিৰ লগতে সংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত কৰা হয়, য'ত দুয়োখন বিদ্যালয়ৰে ছাত্ৰ ছাত্ৰী সকলে আগ্ৰহেৰে অংশ গ্ৰহণ কৰে।
Samagra Shiksha Dibrugarh
Lahoal Education Block

লাহোৱাল খণ্ড ভিত্তিত অনুষ্ঠিত হোৱা শিক্ষণ শিকন প্ৰতিযোগিতাত, সাক্ষৰতা শিতানত আমাৰ বিদ্যালয়ে প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম ...
19/11/2025

লাহোৱাল খণ্ড ভিত্তিত অনুষ্ঠিত হোৱা শিক্ষণ শিকন প্ৰতিযোগিতাত, সাক্ষৰতা শিতানত আমাৰ বিদ্যালয়ে প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হয়।
Thanks
তৃষ্ণা মণি নাথ দত্ত
and Team

Follow:
Longsu Prathomik Vidyabhawan

With Samagra Shiksha Dibrugarh – I just got recognized as one of their top fans! 🎉
18/11/2025

With Samagra Shiksha Dibrugarh – I just got recognized as one of their top fans! 🎉

18/11/2025

Tribute to the Legend on his 53rd birthday
Zubeen Garg

Follow us Longsu Prathomik Vidyabhawan

বিদ্যালয়ৰ বাগিচাৰ শাক-পাচলি।Longsu Prathomik Vidyabhawan
17/11/2025

বিদ্যালয়ৰ বাগিচাৰ শাক-পাচলি।

Longsu Prathomik Vidyabhawan

মোৰ কাৰ্যালয়ৰ নৱ সংযোজন (মেজ খন)Follow us:Longsu Prathomik Vidyabhawan
06/11/2025

মোৰ কাৰ্যালয়ৰ নৱ সংযোজন (মেজ খন)

Follow us:
Longsu Prathomik Vidyabhawan

Address

Dibrugarh
786101

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Telephone

+919706808904

Website

Alerts

Be the first to know and let us send you an email when Longsu Prathomik Vidyabhawan posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share