No. 3 Silputa LP School

No. 3 Silputa LP School No. 3 Silputa Gaon P. S- Khowang Dibrugarh Assam

মা সৰস্বতীৰ আশীৰ্বাদে আমাৰ জীৱন জ্ঞান আৰু প্ৰজ্ঞাৰে উজ্জ্বল হওক।সৰস্বতী পূজা বিশেষ।তাং: ২৩/০১/২০২৬
26/01/2026

মা সৰস্বতীৰ আশীৰ্বাদে আমাৰ জীৱন জ্ঞান আৰু প্ৰজ্ঞাৰে উজ্জ্বল হওক।সৰস্বতী পূজা বিশেষ।তাং: ২৩/০১/২০২৬

ভাৰত এখন বহু সংস্কৃতি আৰু বহু ভাষাৰ দেশ। এই গণৰাজ্য দিৱসত আমি ঐক্য আৰু ভাতৃত্বৰ বন্ধনত আবদ্ধ হৈ আগবাঢ়ি যাওঁ।ত্ৰিৰংগা পতা...
26/01/2026

ভাৰত এখন বহু সংস্কৃতি আৰু বহু ভাষাৰ দেশ। এই গণৰাজ্য দিৱসত আমি ঐক্য আৰু ভাতৃত্বৰ বন্ধনত আবদ্ধ হৈ আগবাঢ়ি যাওঁ।ত্ৰিৰংগা পতাকাই আমাক সৎ, পৰিশ্ৰমী আৰু দেশপ্ৰেমী হ’বলৈ অনুপ্ৰেৰণা যোগাওক। গণৰাজ্য দিৱস ২০২৬ৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

শিল্পী দিৱস মানেই সৃষ্টিশীলতাৰ উদযাপন।বিদ্যালয়ত শিল্পী দিৱস উদযাপন।অসমীয়া শিল্প আৰু সংস্কৃতিৰ পথ প্ৰদৰ্শক ৰূপকোঁৱৰদেৱক ...
17/01/2026

শিল্পী দিৱস মানেই সৃষ্টিশীলতাৰ উদযাপন।বিদ্যালয়ত শিল্পী দিৱস উদযাপন।অসমীয়া শিল্প আৰু সংস্কৃতিৰ পথ প্ৰদৰ্শক ৰূপকোঁৱৰদেৱক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ ।🙏🙏
তাংঃ ১৭/০১/২০২৬

যোৱা ইং ২১/১১/২০২৫ তাৰিখে ব্লক পৰ্যায়ৰ শিক্ষণ শিকন সামগ্ৰী প্ৰতিযোগিতাত অংশগ্ৰহণৰ কিছু স্থিৰ চিত্ৰ
13/12/2025

যোৱা ইং ২১/১১/২০২৫ তাৰিখে ব্লক পৰ্যায়ৰ শিক্ষণ শিকন সামগ্ৰী প্ৰতিযোগিতাত অংশগ্ৰহণৰ কিছু স্থিৰ চিত্ৰ

শিক্ষণ শিকন সামগ্ৰী প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাত আমাৰ বিদ্যালয়ে হালধিবাৰী সমল কেন্দ্ৰৰ ভিতৰত সাক্ষৰতা আৰু সাংখ্যিকতা দুয়োট...
13/12/2025

শিক্ষণ শিকন সামগ্ৰী প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাত আমাৰ বিদ্যালয়ে হালধিবাৰী সমল কেন্দ্ৰৰ ভিতৰত সাক্ষৰতা আৰু সাংখ্যিকতা দুয়োটা বিষয়তে প্ৰথম স্থান পাবলৈ সক্ষম হয়।প্ৰতিযোগিতাৰ তাৰিখঃ ১৯/১১/২০২৫

01/11/2025

শনিবৰীয়াচ'ৰা০১/১১/২০২৫আস্থা কোঁৱৰ ,তৃতীয় শ্ৰেণী

01/11/2025

শনিবৰীয়া চ'ৰা
০১/১১/২০২৫

01/11/2025

শনিবৰীয়া চ'ৰা০১/১১/২০২৫

A heartwarming Teacher’s Day celebration at school today — feeling blessed to be part of this noble profession!"
05/09/2025

A heartwarming Teacher’s Day celebration at school today — feeling blessed to be part of this noble profession!"


স্বাধীনতা দিৱস উদযাপন 🇮🇳
15/08/2025

স্বাধীনতা দিৱস উদযাপন 🇮🇳

আন্তৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন ২১/০৬/২০২৫
21/06/2025

আন্তৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন
২১/০৬/২০২৫

Address

Moria Ali
Dibrugarh

Website

Alerts

Be the first to know and let us send you an email when No. 3 Silputa LP School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to No. 3 Silputa LP School:

Shortcuts

Share

Category