Department of History KC

Department of History KC Faculties 1. Pradip Chutia 2. Dr. Sajmina Akhtar 3. Raktima Goswami 4. Punu Sonowal

06/05/2026
17/02/2026ইংৰাজী ১৭/০২/২০২৬ তাৰিখে খোৱাং মহাবিদ‍্যালয়ৰ ইতিহাস বিভাগৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীসকল সমন্নিতে বিভ...
02/04/2026

17/02/2026

ইংৰাজী ১৭/০২/২০২৬ তাৰিখে খোৱাং মহাবিদ‍্যালয়ৰ ইতিহাস বিভাগৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীসকল সমন্নিতে বিভাগীয় প্ৰকল্প প্ৰস্তুত কৰাৰ উদেশ্যে চৰাইদেউ জিলাত অৱস্থিত চৰাইদেউ মৈদাম স্থলী পৰ্য‍্যবেক্ষণ আৰু অধ‍্যয়ন কৰিবৰ বাবে ক্ষেত্ৰ পৰিদৰ্শন কৰে

24/01/2026

Award winning Cultural Rally of the Department

অসমৰ লোক পৰম্পৰা ( লোক বিশ্বাস সংৰক্ষন কৰক, অন্ধবিশ্বাস ত‍্যাগ কৰক)

৪২ সংখ‍্যক মহাবিদ‍্যালয় সপ্তাহ “দিহিং উৎসৱ” ত সাংস্কৃতিক , খেল ও তৰ্ক শাখাত বিভাগৰ শিখ‍্যাৰ্থীয়ে প্ৰদৰ্শন কৰা কৃতিত্ব :1...
24/01/2026

৪২ সংখ‍্যক মহাবিদ‍্যালয় সপ্তাহ “দিহিং উৎসৱ”
ত সাংস্কৃতিক , খেল ও তৰ্ক শাখাত বিভাগৰ শিখ‍্যাৰ্থীয়ে প্ৰদৰ্শন কৰা কৃতিত্ব :

1. Miss Khowang College (Winner) :
Nisha Chetry , a student of BA 2nd Semester .
2. 1st in Cultural Rally ( Theme : অসমৰ লোক-সংস্কৃতি : লোকবিশ্বাস সংৰক্ষন কৰক, অন্ধবিশ্বাস ত‍্যাগ কৰক )
3. Winner in Badminton (GS) : Priyanka Chetry (6th Semester )
4. 6th position in Marathon : Utpal Dutta (2nd Semester)
5. 2nd position in Debate : Dimpi Bora (BA 6th semester)
6. 2nd position in Quiz competition : Dimpi Bora, Sanghamitra Bora and Syamangini Kalita
7. 3rd in Biyanam : Dipankar Chamua ( BA 4th semester)
8. 1st in Mehendi competition: Krishnashree Changmai (BA 6th semester)
9. 2nd in Main Course; Parangita Hazarika & Bhagyashree Kalita ( BA 6th Semester)
10. 1st in Salad competition: Parangita Hazarika & Bhagyashree Das
11. 1st in Salad Competitions : Parangita Hazarika & Bhagyashree Das
12. Shot Put: 2nd place
Discus Throw: 2nd place
100 Mtr Race & 200 mtr Race: 2nd place in both
Kho-kho: 1st place : Surujmoni Chetia (B A 2nd Semester)

Department Seminar paper presentation by 5th Semester students
03/11/2025

Department Seminar paper presentation by 5th Semester students

02/11/2025
 #খোৱাং_মহাবিদ্যালয়ত_জুবিন_গাৰ্গৰ_জীৱনৰ_ওপৰত_আধাৰিত_প্ৰাচীৰ_পত্ৰিকা_উন্মোচন31/10/2025জুবিন গাৰ্গৰ ছবি "ৰৈ ৰৈ বিনালে"ৰ মু...
01/11/2025

#খোৱাং_মহাবিদ্যালয়ত_জুবিন_গাৰ্গৰ_জীৱনৰ_ওপৰত_আধাৰিত_প্ৰাচীৰ_পত্ৰিকা_উন্মোচন

31/10/2025

জুবিন গাৰ্গৰ ছবি "ৰৈ ৰৈ বিনালে"ৰ মুক্তিৰ দিনাই প্ৰাণৰ শিল্পী গৰাকীৰ প্ৰতি উচৰ্গা কৰা খোৱাং মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ প্ৰাচীৰ পত্ৰিকা "ঐতিহ্য"ৰ উন্মোচন কৰা হয় । উন্মোচন কৰাৰ পূৰ্বে অসমীয়া জাতিৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জনোৱা হয়। তেওঁৰ জীৱন তথা কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰি প্ৰস্তুত কৰি উলিওৱা এই প্ৰাচীৰ পত্ৰিকাখনি উন্মোচন কৰি অধ্যক্ষ ডঃ ত্ৰৈলোক্য দিহিঙীয়াই কয় যে যিসময়ত অসমৰ সকলো চিত্ৰগৃহতে ছবিখন ৰাইজে উপভোগ কৰে তেখেতলৈ সন্মান যাচিছে, সেই শুভ দিনটিতেই ছাত্ৰ ছাত্ৰীসকলে তেওঁৰ নামত প্ৰাচীৰ পত্ৰিকাখনিৰ এই সংখ্যাটো উচৰ্গা কৰাটো তেওঁৰ প্ৰতি এক অন্যতম শ্ৰদ্ধাঞ্জলি হিচাপে পৰিগণিত হব । ইতিহাস বিভাগৰ শিক্ষকসকলৰ তত্বাৱধানত প্ৰস্তুত হোৱা দ্বাবিংশ বৰ্ষৰ উনবিংশ সংখ্যাটিৰ সম্পাদনাত আছিল সংঘমিত্ৰা বৰা, বেটুপাত আৰু অলংকৰণত কৃষ্ণাশ্ৰী চাংমাই আৰু হস্তলিপি অংকিতা দাস আৰু ডলি কলিতাৰ । মহাবিদ্যালয়ৰ উপাধ্যক্ষা দিপালী শইকীয়াই উপস্থিত সমজুৱাৰ আগত জুবিন গাৰ্গৰ অসমীয়া জাতিৰ প্ৰতি সকলো দিশৰ অৱদানৰ কথা সুঁৱৰি ছাত্ৰ ছাত্ৰীসকলৰ এই প্ৰচেষ্টাৰ শলাগ লয় । বিভাগীয় মুৰব্বী ডঃ চাজমিনা আখতাৰে সম্পাদনাৰ আঁৰত থকাসকলৰ পৰিচয় ডাঙি ধৰে । তেওঁ কয় যে অসমৰ প্ৰতিটো চিত্ৰগৃহতে প্ৰতিটো দর্শনী অসমীয়া ছবি চলাটো অসমৰ চলচ্চিত্ৰ ইতিহাসৰ এক ৰেকৰ্ড । জ্যেষ্ঠ অধ্যাপক প্ৰদীপ চুতীয়াই সকলোকে ধন্যবাদ জ্ঞাপন কৰে । বিভাগৰ অধ্যাপক ৰুক্তিমা গোস্বামী, পুনু সোনোৱালৰ লগতে মহাবিদ্যালয়ৰ অন্যান্য শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী উপস্থিত থকা এই অনুষ্ঠান জুবিন গাৰ্গৰ প্ৰাৰ্থনা সংগীত "মায়াবিনী" পৰিবেশনেৰে সামৰা হয়।

31/08/2025

Ananya Bharali of 3rd Semester performed on the occasion of freshers social,2025

Address

Khowang Ghat
Dibrugarh

Website

Alerts

Be the first to know and let us send you an email when Department of History KC posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category